Jatiya Yuva Bahini, Barak Valley

Jatiya Yuva Bahini, Barak Valley Jatiya Yuba Bahini, it's the Youth Front of Raijor Dal leads by Shri Akhil Gogoi.

Permanently closed.
ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।   #ৰাইজৰ...
03/07/2026

ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।


#ৰাইজৰ_দল

03/07/2026

ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।


#ৰাইজৰ_দল

01/07/2026
ৰাইজৰ দলৰ ভাতৃ সংগঠন 'জাতীয় যুৱ বাহিনী'ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে যুৱ প্ৰজন্মৰ সৈতে মুকলি আলোচনা সভা।দিনাং...
01/07/2026

ৰাইজৰ দলৰ ভাতৃ সংগঠন 'জাতীয় যুৱ বাহিনী'ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে যুৱ প্ৰজন্মৰ সৈতে মুকলি আলোচনা সভা।
দিনাংক:- ৩ জুলাই ২০২৬ ইং।
স্থান:- শিল্পগ্ৰাম, পাঞ্জাবাৰী, গুৱাহাটী।

Akhil Gogoi
Gyanashree Bora

10/03/2026

অসমৰ ভুমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ দিনা ৰাজ্যিক চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী অসম বিধানসভাত শক্তিশালীভাৱে তুলি ধৰা একমাত্ৰ জনপ্ৰতিনিধি জন হৈছে সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া।
সেই সময়ত যদিওঁ বিজেপি দলৰ কিছু নেতা আৰু অন্ধ সমৰ্থকে অখিল গগৈক ইতিকিং কৰিছিল তথাপিও মিচিং জনগোষ্ঠীৰ সকলো স্তৰৰ ৰাইজে বিধানসভাৰ অখিল গগৈৰ বক্তব্যক মৰম আৰু সন্মানৰে গ্ৰহণ কৰিছিল। ৰাইজৰ সেই আকুণ্ঠ সমৰ্থন আৰু অখিল গগৈয়ে উপযুক্ত স্থান আৰু উপযুক্ত সময়ত তোলা দাবীৰ শক্তিৰ ফলতেই আজি অসম অসম চৰকাৰেও কেবিনেটত আলি আঃয়ে লৃগাং উপলক্ষে ৰাজ্যিক বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ’ল।
বিগত পাঁচ বছৰত বিধানসভাৰ ভিতৰত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু মৰ্যাদাৰ পক্ষে দৃঢ়ভাৱে মাত মাতি এই দাবীক সফলতাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অখিল গগৈৰ এইটো এক উল্লেখযোগ্য কৃতিত্ব। অসমৰ খিলঞ্জীয়া ৰাইজে আৰু সময়ে এই অৱদান মনত ৰাখিব, কাৰণ ইতিহাসে কেতিয়াওঁ সত্যক পাহৰি নাযায়।

10/03/2026

Address

Hailakandi

Alerts

Be the first to know and let us send you an email when Jatiya Yuva Bahini, Barak Valley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share