Barni Na-Para Nabajyoti Club & Library

Barni Na-Para Nabajyoti Club & Library Govt. Registered Organization

ৰাতি পেচাব লাগিলে হঠাতে মৃত্যু হয় কিয় ? ৰাতি পেচাব কৰিবলৈ যোৱা ব্যক্তিজন মৃত্যু হোৱাৰ পাছত সৰব আলোচনা হয়।      ৰাতি ভূতে...
31/05/2020

ৰাতি পেচাব লাগিলে হঠাতে মৃত্যু হয় কিয় ?

ৰাতি পেচাব কৰিবলৈ যোৱা ব্যক্তিজন মৃত্যু হোৱাৰ পাছত সৰব আলোচনা হয়।
ৰাতি ভূতে পালে , ভাল জীৱ কাৰণে বিনাকষ্টে মৰিল , ভিতৰুৱা গভীৰ ৰোগাক্ৰান্ত আছিল, ঘোচখোৰ সকল এনেকৈ মৰে, হাইপ্ৰেচাৰ আছিল , মানসিক অশান্তিৰ কাৰণে ষ্ট্ৰোক হল , ঘৈণীয়েক বা পুতেক-বোৱাৰীয়েৰ অত্যাচাৰৰ কাৰণে মৰিল ইত্যাদি অনেক মন্তব্য।
প্ৰকৃততে সুস্থ ব্যক্তিজনৰ হল কি ? ৰাতি পেচাব জোৰেৰে লগাত নিদ্ৰাৰত ব্যক্তিজন হঠাতে উঠি পেচাব কৰিবলৈ যোৱাৰ সযয়ত পজিচন পৰিৱৰ্তন হয়। বিচনাত সমান্তৰালভাৱে শুই থকা ব্যক্তিজন হঠাতে ঠিয় হোৱাৰ পৰিপ্ৰেক্ষিতত মস্তিষ্কলৈ ৰক্তসঞ্চালন কমি যায় আৰু অক্সিজেনৰ অভাৱৰ কাৰণে হঠাতে ব্যক্তিজনৰ মৃত্যু হয়। বিচনাৰ পৰা উঠি ইউৰিনেলত পেচাব কৰিব ধৰাৰ সময়ত এই অঘটন হয় বাবে ঘৰৰ কোনেও গম নাপায়। পিছত ইউৰিনেলত পৰিথকা মৃতদেহ দেখি হুৱাদুৱা লাগে।
অঘটন নহবলৈ কি কৰিব ?
""""""""''''''""""""""""""""""
(১) হঠাতে সাৰ পালে আধামিনিট সময় শুই লব।
(২) তাৰ পাছত আধামিনিট বিচনাৰ ওপৰত বহিব।
(৩) তৃতীয় পৰ্যায়ত ভৰি দুটা বিচনাৰ পৰা নমাই মজিয়াৰ ওপৰত আধামিনিট ৰাখিব। তাৰ পাছত লাহেকৈ বিচনাৰ পৰা নামিব।এইদৰে লাহে লাহেকৈ উঠিলে মস্তিষ্কলৈ ৰক্তসঞ্চালন স্বাভাৱিক ভাৱে হৈ থকাৰ কাৰণে অক্সিজেনৰ অভাৱ নহয় আৰু মৃত্যু হোৱাৰ সম্ভাৱনা নাথাকে।
সকলোৱে পষ্টটো কৰা উচিত

21/08/2019
21/08/2018
19/08/2018
27/05/2018
25/05/2018
​NRC ৰ প্ৰথমখন খচৰাত আপনাৰ নাম আছে নে নাই ? ৩১ ডিচেম্বৰৰ মাজনিশাৰ পিছত তলত দিয়া ৪ টা লিংকৰ ভিতৰত যিকোনো এটা লিংকৰ পৰা আ...
31/12/2017

​NRC ৰ প্ৰথমখন খচৰাত আপনাৰ নাম আছে নে নাই ? ৩১ ডিচেম্বৰৰ মাজনিশাৰ পিছত তলত দিয়া ৪ টা লিংকৰ ভিতৰত যিকোনো এটা লিংকৰ পৰা আপোনাৰ নাম আছে নে নাই চাব পাৰিব।​ লিংক দিয়াৰ কাৰণ হৈছে দিনৰ দিনটো কষ্ট কৰি তথ্য সংগ্ৰহ কৰতকৈ দুই মিনিটত ঘৰতে বহি সংগ্ৰহ কৰক।

১. www.nrcassam.nic.in
২. www.assam.mygov.in
৩. www.assam.gov.in
৪. www.homeandpolitical.assam.gov.in

​যদি আপোনাৰ নাম নাথাকে তেন্তে চিন্তাৰ একো কাৰণ নাই এয়া কেৱল আংশিক খচৰাহে।​
Copied

Share

ঈদৰ আন্তৰিক শুভেচ্ছাৰে..... ঈদ মোবাৰক
01/09/2017

ঈদৰ আন্তৰিক শুভেচ্ছাৰে..... ঈদ মোবাৰক

01/09/2017
আমাৰ ক্লাৱৰ দ্বাৰা আয়োজিত খেল।
29/08/2017

আমাৰ ক্লাৱৰ দ্বাৰা আয়োজিত খেল।

25/06/2017

বৰ্ণি ন-পৰা নৱজ্যোতি ক্লাৱ আৰু পুথিভঁৰালৰ তৰফৰ পৰা সমূহ ৰাইজলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদ মোবাৰক।

Address

Barni Na-Para Nabajyoti Club & Library
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when Barni Na-Para Nabajyoti Club & Library posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category