26/11/2025
কামৰূপ (গ্ৰাম্য) জিলাৰ NSUI-ৰ নৱ নিৰ্বাচিত সভাপতি, মাননীয় নুৰজামাল আহমেদ (জিন্টু) ডাঙৰীয়াক হৃদয়ৰ পৰা আন্তৰিক অভিনন্দন জানাইছোঁ।
আপোনাৰ দূৰদৰ্শী নেতৃত্বত কামৰূপ (গ্ৰাম্য) জিলাৰ NSUI অবশ্যে নতুন দিশত আগুৱাই যোৱাৰ আশা ৰাখিলোঁ।
আনত শুভকামনা আৰু শুভেচ্ছা।
Jintu Ahmed