05/09/2026
শোঁক বাৰ্তা
অসম গণ পৰিষদ শনিয়াদি আঞ্চলিক সমিতিৰ এগৰাকী জ্যেষ্ঠ নেতা, সমাজসেৱক, জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া দলৈতোলা
গাঁওৰ নিবাসী মতিউৰ ৰহমানৰ (৭৪) ডাঙৰীয়াৰ বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে।
আঞ্চলিকতাবাদৰ ধ্বজাবাহক হিচাপে পৰিচিত
অগপ দলৰ জ্যেষ্ঠ সৈনিক গৰাকীৰ মৃত্যুত আমাৰ বাবে অপূৰণীয় ক্ষতি।
আমাৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।