Halem Revenue Circle

  • Home
  • Halem Revenue Circle

Halem Revenue Circle FOR CQRT APPLICATION DETAILS, CLICK HERE:
https://www.facebook.com/100874675601255/posts/12376490997

09/11/2024
04/11/2024
স্বাগতম মহোদয়
24/09/2024

স্বাগতম মহোদয়

◾অসম প্ৰশাসনিক সেৱাৰ ১৯৯৭ বৰ্ষৰ বিষয়া শ্ৰীযুত মুণিন্দ্ৰ নাথ ঙাটে ডাঙৰীয়াই ২৩ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে বিয়লি বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব ভাৰ গ্ৰহণ কৰে। বিশ্বনাথত যোগদান কৰাৰ পূৰ্বে তেওঁ দৰং জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

◾ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ২০১৯ বৰ্ষৰ বিষয়া ডাঃ নেহা যাদৱ ডাঙৰীয়ানী চৰাইদেউ জিলালৈ বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীযুত মুণিন্দ্ৰ নাথ ঙাটে ডাঙৰীয়াই ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত দিগন্ত বৈশ্য ডাঙৰীয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

◾বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে নতুন জিলা আয়ুক্ত গৰাকীক আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনাইছে।

CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath

আজি ইংৰাজী ০৯/০৫/২০২৪ তাৰিখে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডাঠকলাত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰতিৰোধ বাহিনীৰ দ্বাৰা এটি মক্ ড্ৰিল ...
09/05/2024

আজি ইংৰাজী ০৯/০৫/২০২৪ তাৰিখে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডাঠকলাত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰতিৰোধ বাহিনীৰ দ্বাৰা এটি মক্ ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ দ্বাৰা আগন্তুক বানপানীৰ সময়ত হ'ব পৰা বিভিন্ন সংকটৰ সমন্ধে উপস্থিত ছাত্ৰ- ছাত্ৰী আৰু স্থানীয় জনগণক সজাগ আৰু জন জীৱনৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ কৰিব লগীয়া কাৰ্যাৱলীৰ প্ৰদৰ্শন কৰা হৈছে।

30/01/2024

ৰাইজৰ জ্ঞাতাৰ্থে

24/01/2024
06/10/2023

মিছন বসুন্ধৰা ২.০ ৰ অধীনত প্ৰাপ্ত হোৱা আৱেদন সমূহৰ খৰতকীয়া নিষ্পত্তি নিশ্চিত কৰিবলৈ আজি বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডা: নেহা যাদৱ (ভা. প্ৰ. সে.) মহোদয়া আৰু গহপুৰৰ মহকুমাধিপতি শ্ৰী মতী লুকুমণি বড়া (অ . অ.সে.) মহোদয়া হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বসুন্ধৰা ২.০ ৰ চলিত কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কত বুজ লয়।

CMO Assam
Biswanath Administration

12/08/2023
হেলেম ৰাজহ চক্ৰৰ অধীনৰ বানপীৰিত ৰাইজৰ মাজত ৰিলিফ বিতৰণ কিছু দৃশ্য
20/06/2023

হেলেম ৰাজহ চক্ৰৰ অধীনৰ বানপীৰিত ৰাইজৰ মাজত ৰিলিফ বিতৰণ কিছু দৃশ্য

Address


Opening Hours

Monday 09:00 - 17:00
Tuesday 09:00 - 17:00
Wednesday 09:00 - 17:00
Thursday 09:00 - 17:00
Friday 09:00 - 17:00
Saturday 09:00 - 17:00

Website

Alerts

Be the first to know and let us send you an email when Halem Revenue Circle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share