South Mandal Mahila Morcha Hojai

South Mandal Mahila Morcha Hojai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from South Mandal Mahila Morcha Hojai, Political organisation, Hojai.

15/08/2021
26/05/2021

অসমৰ কেবিনেট মন্ত্ৰী সন্মানীয় পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক হোজাইৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি দিয়াত তেখেতক অলেখ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। বিজেপিৰ এজন সহজ সৰল তথা জেষ্ঠ অভিভাৱক হিচাপে তেখেতৰ নেতৃত্বত হোজাই বিজেপি অধিক অগ্ৰগতি লাভ কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী।
Parimal Suklabaidya

ভাৰতীয় জনতা পাৰ্টীৰ অতি জনপ্ৰিয় নেতা, অসম মাতৃৰ সুসন্তান তথা অসমৰ নৱ নিৰ্বাচিত মূখ্যমন্ত্ৰী সন্মানীয় Dr Himanta biswa...
09/05/2021

ভাৰতীয় জনতা পাৰ্টীৰ অতি জনপ্ৰিয় নেতা, অসম মাতৃৰ সুসন্তান তথা অসমৰ নৱ নিৰ্বাচিত মূখ্যমন্ত্ৰী সন্মানীয় Dr Himanta biswa sharma ডাঙৰীয়া দেৱক হোজাই South Mandal Mohila Morcha তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো.. 🙏🙏

ভাৰতীয় জনতা পাৰ্টী হোজাই সমষ্ঠিৰ বিজয়ী পাৰ্থী সন্মানীয় Ramkrishna Ghosh ডাঙৰীয়া দেৱক হোজাই জিলা দক্ষিন মণ্ডল মহিলা মৰ...
02/05/2021

ভাৰতীয় জনতা পাৰ্টী হোজাই সমষ্ঠিৰ বিজয়ী পাৰ্থী সন্মানীয় Ramkrishna Ghosh ডাঙৰীয়া দেৱক হোজাই জিলা দক্ষিন মণ্ডল মহিলা মৰ্চা ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো..
BJP zindabad
Bharat Mata ki jai

29/04/2021

শোকবাৰ্তা🙏
যোৱাকালি নিশা প্ৰায় ১০.৩০ বজাত শিঙাৰী বস্তি গাওঁ পঞ্চায়তৰ সভানেত্ৰী তথা ধলপুখুৰী বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী দীপা দে বাইদেউ নশ্বৰ দেহ ত্যাগ কৰে। তেখেতৰ এনে আকস্মিক মৃত্যুৰ খবৰ পাই মই হতবম্ব আৰু অতিকৈ মৰ্মাহত হৈছোঁ। তেখেত হোজাই জিলা মহিলাসকলৰ বাবে প্ৰেৰণৰ উৎস তথা তেখেতৰ আকস্মিক মৃত্যু হোজাই জিলা বিজেপিৰ অপুৰণীয় ক্ষতি। এই শোকাকুল পৰিস্থিতিত তেখেতৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ মোৰ সমবেদনা প্ৰকাশ কৰিলোঁ আৰু তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏

ভাৰতীয় জনতা পাৰ্টী হোজাই জিলাৰ সভানেত্ৰী সন্মানীয় Champa Deb Roy ডাঙৰীয়ানী তথা ভাৰতীয় জনতা পাৰ্টী হোজাই দক্ষিন মণ্ডল...
22/03/2021

ভাৰতীয় জনতা পাৰ্টী হোজাই জিলাৰ সভানেত্ৰী সন্মানীয় Champa Deb Roy ডাঙৰীয়ানী তথা ভাৰতীয় জনতা পাৰ্টী হোজাই দক্ষিন মণ্ডল মহিলা মৰ্চা সভানেত্ৰী সন্মানীয় দিপামণি দেৱী ডাঙৰীয়ানী আৰু হোজাই জিলাৰ মহিলা বিজেপি কাৰ্য্যকৰ্তা সকলৰ লগত, বিজেপি পাৰ্থি Ramkrishna Ghosh ডাঙৰীয়াৰ হৈ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কিছুমান দৃশ্য....

BJP zindabad
Ramkrishna Ghosh jindabaad..

ভাৰতীয় জনতা পাৰ্টী হোজাই সমষ্ঠিৰ মনোনীত পাৰ্থী সন্মানীয় Ramkrishna Ghosh ডাঙৰীয়া দেৱক হোজাই South Mandal মহিলা মৰ্চা ...
11/03/2021

ভাৰতীয় জনতা পাৰ্টী হোজাই সমষ্ঠিৰ মনোনীত পাৰ্থী সন্মানীয় Ramkrishna Ghosh ডাঙৰীয়া দেৱক হোজাই South Mandal মহিলা মৰ্চা তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো..

10/02/2021
Jai Hind🇮🇳
26/01/2021

Jai Hind🇮🇳

15/01/2021

On , we salute the men & women of the Indian Army for their selfless service.

We remember with reverence all those bravehearts who put their lives at risk for the Nation and made the supreme sacrifice.

Jai Hind.

ADGPI - Indian Army

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when South Mandal Mahila Morcha Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share