23/04/2026
ইয়াৰ দ্বাৰা হোজাই বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত গ্ৰাহক সকলক জনোৱা হয় যে অহাকালি ২৪/০৪/২০২৬ তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা ৬:০০-৮:০০ বজালৈ ৩৩ কেভি শঙ্কৰদেৱ নগৰ - হোজাই লাইনত জৰুৰীকালীন মেৰামতিৰ কাম কৰা হব। সেয়েহে উক্ত সময়চোৱাত ইয়াৰ অন্তৰ্গত হোজাই আৰু শঙ্কৰদেৱ নগৰ চাব ষ্টেচনৰ অন্তৰ্গত সকলো অঞ্চলত বিদ্যুৎ যোগান বন্ধ থাকিব।
প্ৰভাৱিত অঞ্চল সমূহ: হোজাই টাউন,গোপাল নগৰ, যোগীজান,ধলপুখুৰি, শিঙাৰীবষ্টি,আমতলা, গোলাঘাতিয়াবস্তি, মিলিকবস্তি, নাওভঙা, ৱাৰিগেদিং, শঙ্কৰদেৱ নগৰ, ফকীৰা বস্তী, ধানুৱাৰ বস্টি, তেলিবস্তি, নন্দলালপুৰ, দিমৰুপাৰ, কপাছ বাৰী ইত্যাদি।