Nilbagan Model Higher Secondary School

Nilbagan Model Higher Secondary School Strong Leadership, Good teaching and Great Environment for all round Development.

HSLC আৰু HS -২০২৬ ত পি.এম.শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ স...
11/05/2026

HSLC আৰু HS -২০২৬ ত পি.এম.শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ সৰ্বমুঠ ৮৫ গৰাকী ছাত্ৰ -ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক সম্বৰ্ধনা আৰু নৱাগত ছাত্ৰ -ছাত্ৰীক আদৰণি জনোৱা আজিৰ অনুষ্ঠানটিত ৬২নং বিন্নাকান্দি সমষ্টিৰ নৱনিৰ্বাচিত সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল, হোজাই জিলাৰ সহকাৰী আয়ুক্ত শ্ৰীযুত ৰুবু বৰা, হোজাই জিলা সংমণ্ডলৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক শ্ৰীযুত ৰঞ্জন কুমাৰ ডেকা, আজমল ফাউণ্ডেচনৰ ডাইৰেক্টৰ ড০ খচৰুল ইছলাম, সমগ্র শিক্ষা, হোজাইৰ জিলা আঁচনি বিষয়া শ্ৰীযুতা শ্ৰুতিমালা গায়ন সমম্বিতে সমূহ অতিথি বৃন্দলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমূহ মৰমৰ কৃতি ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ- মাতৃলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।
আজিৰ অনুষ্ঠানৰ আন এটি আকৰ্ষণীয় দিশ আছিল - " জয় পি.এম.শ্ৰী নীলবাগান মডেল" বিদ্যালয় গীতটি অনুষ্ঠানটিক বাবে মুকলি কৰে মাননীয় বিধায়ক মহোদয় আৰু মাননীয় বিদ্যালয় সমুহৰ পৰিদৰ্শক মহোদয়ে। উল্লেখ্য যে, উক্ত গীতটিত কণ্ঠ দান কৰিছে বিদ্যালয়ৰ নৱম শ্ৰেনীৰ ছাত্ৰী স্ববনম বেগম আৰু বিদ্যালয়ৰ সংগীত শিক্ষক শ্ৰী দীপাংকৰ দাসে।

11/05/2026

HS & HSLC ACHIEVERS FELICITATION PROGRAM and FRESHERS' SOCIAL -2026
এক মনোমুগ্ধকৰ কোৰাছ পৰিবেশন আমাৰ বিদ্যালয়ৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা। 🎶✨

10/05/2026

NSS Volunteers & NCC Cadets of PM SHRI Nilbagan Model Higher Secondary School welcoming the newly elected MLA at the School Premises.

28/04/2026

Celebrating excellence and hard work! 🎉📚
HS FINAL RESULT 2026

We are incredibly proud to share the outstanding achievement of one of our brightest students Shehnaz Begum who has secu...
28/04/2026

We are incredibly proud to share the outstanding achievement of one of our brightest students Shehnaz Begum who has secured an excellent 91.5% in HS Final 2026 examination 🎉

Wishing her great success in the days ahead. Keep shining and inspiring! 🌟

🎉 HS Final Result 2026 – A Moment of Pride & Celebration! 🎉We are  proud to share that our students have achieved outsta...
28/04/2026

🎉 HS Final Result 2026 – A Moment of Pride & Celebration! 🎉

We are proud to share that our students have achieved outstanding results in the Higher Secondary Final Examination 2026. 🌟 Their hard work, dedication, and perseverance have truly paid off.

👏 Heartiest congratulations to all our successful students for this remarkable achievement. You have made your parents, teachers, and institution proud.

🙏 A big thank you to our respected teachers for their constant guidance, support, and commitment, which made this success possible.

💫 Wishing all our students a bright and successful future ahead. Keep shining and aiming higher!

23/04/2026

🎥 A Wonderful Performance by Our Science Teacher

We are delighted to share an amazing video performance by our respected Science teacher, A Babasana Singha .

Beyond the classroom, this performance beautifully reflects creativity, passion, and dedication.

It’s truly inspiring to see our teacher showcase such talent, motivating students to explore their own abilities with confidence and enthusiasm.
Proud to have such a multi-talented educator in our institution! 👏

📚 Capacity Building Training for Teachers⭐Capacity-building training program for teachers organised by the School Admini...
23/04/2026

📚 Capacity Building Training for Teachers⭐

Capacity-building training program for teachers organised by the School Administration. The sessions were enriching and focused on improving teaching strategies, classroom management, and adopting innovative methods to enhance student learning.

20/04/2026

পি.এম.শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ Music Teacher শ্ৰী দীপাংকৰ দাস Dipankar Das ৰ সাফল্য । মাত্ৰ তিনি মাহতে কেবা গৰাকী ছাত্ৰ - ছাত্ৰীক বাদ্যযন্ত্ৰ আৰু গীত-মাতত পাৰ্গত কৰি তুলিলে । তেঁওৰ প্ৰচেষ্টাত বিদ্যালয়ৰ অষ্টম শ্ৰেনীৰ ছাত্ৰী স্বৱনম বেগমৰ এটি বিহু গীতৰ Album আজি হোজাই জিলাৰ সম্মানীয় আয়ুক্ত মহোদয়ৰ উপস্থিতিত অনুষ্ঠানিক ভাবে মুকলি কৰা হয়।
Video link 🖇️ 👇🏼
https://youtu.be/dW4_iK9i6Rw?si=cnNBmEHvZIxxuY3t

সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত দেৱ প্ৰসাদ মিশ্ৰ দেৱ বিদ্যালয়ৰ  #বাৰ্ষিক_দিৱস ত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ছাত্ৰ - ছা...
20/04/2026

সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত দেৱ প্ৰসাদ মিশ্ৰ দেৱ বিদ্যালয়ৰ #বাৰ্ষিক_দিৱস ত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ছাত্ৰ - ছাত্ৰী সকলক অনুপ্ৰাণিত কৰাৰ বাবে তেখেতলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
সন্মানীয় অতিথি হিচাপে উপস্থিত থকা হোজাই জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত ৰঞ্জন কুমাৰ ডেকা সমন্বিতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি খলিলুৰ ৰহমান মজুমদাৰ আৰু সাধাৰণ সম্পাদক জামাল আহমেদ প্ৰমুখ্যে সমূহ শ্ৰদ্ধাৰ অতিথি বৃন্দলৈ আমাৰ কৃতজ্ঞতা জনাইছো ।

ছাত্ৰ-ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যত নিৰ্মাণৰ সংকল্পৰে পি.এম.শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ্ত্তি_জাননী  ীমিত
12/04/2026

ছাত্ৰ-ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যত নিৰ্মাণৰ সংকল্পৰে
পি.এম.শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
্ত্তি_জাননী
ীমিত

Address

Nilbagan
Hojai
782445

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919435672534

Website

Alerts

Be the first to know and let us send you an email when Nilbagan Model Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nilbagan Model Higher Secondary School:

Share