Hatikhali

Hatikhali Hatikhali is a village of Hojai Sub-Divison of Nagaon Dist. Hatikhali is a village. From Hojai town it is situated approx 19km away. It can be reached by bus.

The main Dabaka Debosthan road passes right through the village.

16/02/2025
16/02/2025

ৰাস্তা নিৰ্মাণ চলি আছে।

হাতীখালীৰ ৰাস্তা
15/06/2022

হাতীখালীৰ ৰাস্তা

মামাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ  #1️ পাঁচটা শ্ৰেণীৰ স্কুলত দুজন শিক্ষক, পঞ্চায়তৰ পৰা আৰু দুজনৰ মাননী বিচাৰি আব...
24/05/2022

মামাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ #1️

পাঁচটা শ্ৰেণীৰ স্কুলত দুজন শিক্ষক, পঞ্চায়তৰ পৰা আৰু দুজনৰ মাননী বিচাৰি আবেদন।

মহোদয়,
হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত হাতীখালী গাওঁৰ "পূৱ হাতীখালী লংলিচিট প্ৰাথমিক বিদ্যালয়"ত মুঠ ৩ জন শিক্ষক শিক্ষয়িত্ৰী আছে যদিও এজনী শিক্ষয়িত্ৰী Maternity leave ত আছে। বাকী থকা দুজনৰ এজন প্ৰধান শিক্ষক। তেওঁৰ অফিচিয়েল কাম যেনে তথ্য পাতি লিখা ও সংৰক্ষণ কৰা, মধ্যহ্ন ভোজনৰ তদাৰক কৰা আদি কামত তেওঁ ব্যস্ত থাকিবলগীয়া হোৱাৰ হেতুকে তেওঁ কাচিৎহে পাঠদান কৰিব পাৰে।
বাকী থকা এজন শিক্ষকে ৫টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰাত অসুবিধা আহি পৰিছে। মুঠ ১৪৮ জন ছাত্ৰ-ছাত্ৰীৰ এই স্কুল খনত সংখ্যালঘু অঞ্চলত। পৰ্যাপ্ত শিক্ষক নথকাৰ কাৰণে শিক্ষাৰ মানদণ্ড অতি নিম্নগামী হৈ পৰিছে। ধনী অভিভাৱকসকলে ব্যক্তিগত খণ্ডৰ স্কুলত নিজৰ ল'ৰা ছোৱালীক ভৰ্তি কৰাই আছে আৰু দুখীয়াৰ ল'ৰা ছোৱালী এইখন স্কুলত কোনোমতে পঢ়া শুনা কৰি আছে।
দুখীয়া অভিভাৱকসকলৰ পৰিস্থিতি ভাল নহয় যে ঘৰত নিজে পঢ়াব বা টিউচন দিয়াব।
ওপৰোক্ত পৰিস্থিতিত সমাজৰ এক বৃহৎ অংশ পঢ়া-শুনাত পিছ পৰি আছে।
বিঃ দ্ৰঃ স্থানীয় শিক্ষিত যুৱতী এজনীয়ে সামান্য মাননীৰ বিনিময়ত এইখন স্কুলত পাঠদান কৰি আছে।

মহোদয়, আপোনাৰ কৃপা হ'লে পঞ্চায়তৰ Fifteen finance ৰ পৰা বছৰি ১ লাখ বিছ হেজাৰ টকা এইখন স্কুলৰ বাবে দিলে পাঁচহেজাৰ টকা মাহিলী মাননীয় আৰু দুজন শিক্ষিত যুৱক যুৱতীক পাঠদান কৰিবলৈ ৰাখিব পৰা যাব।

হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৰাজাৰ গাওঁ পঞ্চায়তৰ হাতীখালী গাওঁৰ "পূৱ হাতীখালী লংলিচিট প্ৰাথমিক বিদ্যালয়"।

পঞ্চায়ত খনক এই আজ্ঞা দিবলৈ অনুৰোধ জনালোঁ।
ইতি,
এজন শিক্ষাপ্ৰেমি
আফতাৰ হুছেইন চৌধুৰী
9101957848

19/04/2022

Donate for Masjid

17/04/2022

হাতীখালী গাওঁত মাজে সময়ে আৰক্ষীয়ে উপদ্ৰৱ কৰে যদিও কেইবাবাৰো আৰক্ষীয়ে ৰাইজৰ পৰা লোৱা টকা ওভতাই দিয়ে, মাজে সময়ে নিজৰ চাকৰি বচাবলৈ জনতাৰ হাতে ভৰিয়ে ধৰাৰ বহুতো উদাহৰণ আছে।

Address

Hatikhali
Hojai
782439

Alerts

Be the first to know and let us send you an email when Hatikhali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hatikhali:

Share