BJP.Minority Morcha, Hojai District

BJP.Minority Morcha, Hojai District We want all round development of Assam

"অব্যাহতি"বিজেপি.হোজাই জিলা সংখ্যালঘু মৰ্চা’ৰ সিদ্ধান্তমৰ্মে  হোজাই জিলা সংখ্যালঘু মৰ্চা সদস্য পদৰ পৰা ৰছিদ আহমেদ লস্কৰ ...
01/09/2026

"অব্যাহতি"
বিজেপি.হোজাই জিলা সংখ্যালঘু মৰ্চা’ৰ সিদ্ধান্তমৰ্মে হোজাই জিলা সংখ্যালঘু মৰ্চা সদস্য পদৰ পৰা ৰছিদ আহমেদ লস্কৰ (Rashid Ahmed Laskar) অব্যাহতি প্ৰদান কৰা হৈছে।
BJP Assam Pradesh
Dilip Saikia Santiuse Kujur
BJP Minority Morcha Assam Pradesh
BJP Hojai
Dilip Dhar Kamrul Choudhury

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি,দৰং-ওদালগুৰি  লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত Dilip Saikia ডাঙৰীয়াৰলৈ জন...
01/09/2026

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি,দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত Dilip Saikia ডাঙৰীয়াৰলৈ জন্মদিনৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জনালোঁ।
BJP Assam Pradesh
BJP Minority Morcha Assam Pradesh
BJP Hojai

"মন কী বাত"..আজি ৬৪ নং লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰাণী পুখুৰী মণ্ডলৰ পশ্চিম উদালি গাঁও পঞ্চায়তৰ ১১১ নং বুথতত প্ৰ...
30/08/2026

"মন কী বাত"..
আজি ৬৪ নং লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণী পুখুৰী মণ্ডলৰ পশ্চিম উদালি গাঁও পঞ্চায়তৰ ১১১ নং বুথতত প্ৰধান মন্ত্ৰী "মন কী বাত" অনুষ্ঠানত হোজাই জিলা সংখ্যালঘু মৰ্চা সন্মানীয় সভাপতি Kamrul Choudhury ডাঙৰীয়া ও দলীয় কাৰ্যকতা আৰু উপস্থিত ৰাইজৰ সহযোগত সম্পন্ন কৰা হয় ।।
বিজেপি জিন্দাবাদ
ভাৰত মাতা কি জয়
BJP Assam Pradesh
Dilip Saikia Santiuse Kujur
BJP Hojai
Dilip Dhar
BJP Minority Morcha Assam Pradesh

সংগঠনিক সভা        আজি  হোজাই বিজেপি জিলা সমিতিৰ ব্যৱস্থাপনাত সন্মানীয় জিলা সভাপতি Dilip Dhar  ডাঙৰীয়া, হোজাই জিলাৰ সং...
29/08/2026

সংগঠনিক সভা
আজি হোজাই বিজেপি জিলা সমিতিৰ ব্যৱস্থাপনাত সন্মানীয় জিলা সভাপতি Dilip Dhar ডাঙৰীয়া, হোজাই জিলাৰ সংখ্যালঘু মৰ্চা সন্মানীয় সভাপতি Kamrul Choudhury ডাঙৰীয়া, সাধাৰণ সম্পাদকদ্বয় Subhankar Chakraborty ডাঙৰীয়া আৰু ৰাজকুমাৰ ঠাকুৰ ডাঙৰীয়া ও মৰ্চা বিষয়ববীয়া সকলৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সংগঠনক অধিক শক্তিশালী আৰু সুসংগঠিত কৰাৰ স্বাৰ্থত আজি সংখ্যালঘু মৰ্চাৰ সকলো বিষয়ববীয়া উপস্থিত থাকে।
BJP Assam Pradesh
Dilip Saikia Himanta Biswa Sarma
Pijush Hazarika Kamakhya Prasad Tasa
BJP Hojai
BJP Minority Morcha Assam Pradesh

এক ভাৰত-শ্নেষ্ঠ ভাৰত।।মোৰ বুথ সকলোতকৈ মজবুত..আপোনালোকে কোনটো বুথত উপস্থিত থাকিব, নিজৰ ফটোৰ সৈতে নাম, দায়িত্ব সম্বন্ধিত ...
28/08/2026

এক ভাৰত-শ্নেষ্ঠ ভাৰত।।
মোৰ বুথ সকলোতকৈ মজবুত..
আপোনালোকে কোনটো বুথত উপস্থিত থাকিব, নিজৰ ফটোৰ সৈতে নাম, দায়িত্ব সম্বন্ধিত সামাজিক মাধ্যমত অহা ২৮ আগষ্ট তাৰিখৰ ভিতৰত আপলোড কৰিবলৈ অনুৰোধ জনোৱা হল।
অহা ৩০ আগষ্টত ১৩৭ তম প্ৰধানমন্ত্ৰীৰ *মন কী বাত* অনুষ্ঠানত আপোনালোকে নিজৰ নিজৰ বুথত উপস্থিত থাকি পালন কৰিৱ।।
ধন্যবাদ
BJP Assam Pradesh
Dilip Saikia Santiuse Kujur
BJP Hojai
Dilip Dhar Kamrul Choudhury
BJP Minority Morcha Assam Pradesh

সাংগঠনিক বৈঠক....        আজি হোজাই জিলাৰ বিজেপি কাৰ্যালয়ত হোজাই জিলাৰ সন্মানীয় সভাপতি Dilip Dhar  ডাঙৰীয়া আৰু জিলা প্...
22/08/2026

সাংগঠনিক বৈঠক....
আজি হোজাই জিলাৰ বিজেপি কাৰ্যালয়ত হোজাই জিলাৰ সন্মানীয় সভাপতি Dilip Dhar ডাঙৰীয়া আৰু জিলা প্ৰভাৰী শ্ৰী যুত অনিমেষ শইকীয়া ডাঙৰীয়া, সম্পাদকদ্বয় Subhankar Chakraborty ডাঙৰীয়া, শ্ৰী যুত ৰাজকুমাৰ ঠাকুৰ ডাঙৰীয়া, হোজাই জিলাৰ সন্মানীয় মণ্ডল সভাপতি সকল , জিলা মৰ্চা’ৰ সভাপতিসকল আৰু হোজাই জিলাৰ প্ৰভাৰী, সহ: প্ৰভাৰী সকলৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত দলৰ বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আৰু লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন দিশত আলোচনা কৰা হয়।
📌হোজাই জিলা কাৰ্য্যালয় ৷
বিজেপি জিন্দাবাদ ৷
ভাৰত মাতা কী জয় ৷
BJP Assam Pradesh
Dilip Saikia
BJP Hojai
Sibu Misra
Junti Bora Kamrul Choudhury
BJP Minority Morcha Assam Pradesh

মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma  ডাঙৰীয়াই গুৱাহাটীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনটো ...
19/08/2026

মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াই গুৱাহাটীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনটো উদ্বোধন কৰি ৰাইজৰ সেৱাৰ্থে উছৰ্গা কৰে।

প্ৰায় ১২,৭০০ বৰ্গমিটাৰ এলেকা সামৰি ৮১.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই তিনিমহলীয়া সংহত ভৱনটোৱে জনসেৱাক অধিক সহজ, সুচল আৰু জনমুখী কৰি তুলিব।
BJP Assam Pradesh
Dilip Saikia Santiuse Kujur
Pijush Hazarika Kamakhya Prasad Tasa
BJP Hojai
Dilip Dhar Kamrul Choudhury
Sibu Misra Junti Bora
BJP Minority Morcha Assam Pradesh

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা অসমৰ উদীয়মান যুৱ নেতা শ্ৰী মৃগাংক দেৱ বৰ্মনক আন্তৰিক অভ...
18/08/2026

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা অসমৰ উদীয়মান যুৱ নেতা শ্ৰী মৃগাংক দেৱ বৰ্মনক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
BJP Assam Pradesh
Dilip Saikia Himanta Biswa Sarma
Santiuse Kujur
BJP Hojai
Dilip Dhar Kamrul Choudhury
BJP Minority Morcha Assam Pradesh

বিজেপি হোজাই জিলা কাৰ্যালয়ত আমাৰ আদৰ্শ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, দূৰদৰ্শী আৰু বিচক্ষণ ৰাজনীতিবিদ, অসম তথা উত্তৰ-পূৰ্বাঞ্...
17/08/2026

বিজেপি হোজাই জিলা কাৰ্যালয়ত আমাৰ আদৰ্শ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, দূৰদৰ্শী আৰু বিচক্ষণ ৰাজনীতিবিদ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সুহৃদ 'ভাৰত ৰত্ন'
অটল বিহাৰী বাজপেয়ীদেৱৰ পবিত্ৰ মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে হোজাই জিলা সন্মানীয় সভাপতি শ্ৰীযুত Dilip Dhar ডাঙৰীয়া লগতে উপস্থিত থাকে হোজাই জিলা সংখ্যালঘু মৰ্চা সন্মানীয় সভাপতি Kamrul Choudhury ডাঙৰীয়া ,হোজাই জিলা সাধাৰণ সম্পাদক Debasish Das ডাঙৰীয়া, হোজাই জিলা সাধাৰণ সম্পাদক ৰাজকুমাৰ ঠাকুৰ ডাঙৰীয়া ও হোজাই জিলা বিভিন্ন দায়িত্ব থকা বিষয় ববীয়া উপস্থিতত পালন কৰা হয়।।

এগৰাকী ৰাষ্ট্ৰনেতা, দূৰদৰ্শী নেতা আৰু অসাধাৰণ বক্তা হিচাপে অটল বিহাৰী বাজপেয়ীদেৱে নিজৰ সমগ্ৰ জীৱন ভাৰতৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছিল।

স্বাধীনতা আন্দোলনৰ পৰা সংসদলৈ, জনসংঘৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱালৈ—তেখেতৰ এই যাত্ৰাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

অটলজীৰ সমগ্ৰ জীৱন আছিল দেশসেৱা, ৰাষ্ট্ৰীয় প্ৰগতি, গণতান্ত্ৰিক মূল্যবোধ আৰু আদৰ্শনিষ্ঠ ৰাজনীতিৰ এক অনন্য দৃষ্টান্ত ! তেখেতৰ অমৰ আদৰ্শ, দূৰদৰ্শী চিন্তা আৰু দেশপ্ৰেমৰ চিৰন্তন প্ৰেৰণাই আমাক সদায় ৰাষ্ট্ৰসেৱাৰ পথত আগবাঢ়িবলৈ শক্তি যোগাই থাকিব !

পুণ্যতিথিত মহান ৰাষ্ট্ৰনায়কগৰাকীলৈ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ !!
BJP Assam Pradesh
Dilip Saikia
BJP Hojai

Address

Hojai ;
Hojai

Telephone

919954318183

Website

Alerts

Be the first to know and let us send you an email when BJP.Minority Morcha, Hojai District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share