28/08/2026
শোকবাৰ্তাঃ
বামুণ গাঁও নিবাসী আলহাজ মাষ্টাৰ আব্দুল মুতাহিৰ লস্কৰ ডাঙৰীয়াই যোৱা নিশা প্ৰায় ২:০০ বজাত এপে'ল হস্পিটেলত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন।
মৰহুমৰ জানাজাৰ নামাজ আজি (শুকুৰবাৰ) জুমাৰ নামাজৰ পিছত, দুপৰীয়া ২:০০ বজাত বামুণ গাঁও আঞ্চলিক ঈদগাহৰ ওচৰত আদায় কৰা হ'ব।
তেখেতৰ জানাযাত সকলোৰে উপস্থিতি কামনা কৰোঁ।
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৰহুমক জান্নাতুল ফিৰদাউচ নচিব হয় তাৰেই কামনা কৰোঁ।