Barofuti Gaon Panchayat

Barofuti Gaon Panchayat 19 No Barofuti Gaon Panchayat

26/04/2025

বাৰফুটি আঞ্চলিক পঞ্চায়ত
সভাপতি: বুরহান উদ্দিন
সম্পাদক: মোহাম্মদ ছাৰিমুল

মাহত্বপূৰ্ণ জাননী
সকলো সদস্য আৰু নাগৰিকক সদৰীভাৱে জনোৱা গৈছে যে, বাৰফুটি আঞ্চলিক পঞ্চায়তৰ অধীনত অহা ২৭-০৪-২০২৫ তাৰিখে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব। সভাৰ সময়সূচী তলত উল্লেখ কৰা হৈছে:

ওয়ার্ডভিত্তিক সভাৰ সময়সূচী:

১ নম্বৰ ৱাৰ্ড: আবেলি ৪ বজাত

২ নম্বৰ ৱাৰ্ড: সন্ধিয়া ৬ বজাত

৩ নম্বৰ ৱাৰ্ড: ৰাতি ৮ বজাত

সভাৰ অন্তত অলপ খোৱা-পান কৰাৰো ব্যৱস্থা থাকিব।
সকলোকে সময়মতে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

25/04/2025

25/04/2025

সন্মানীয় সদস্যবৃন্দ,
নির্বাচন সমিতি

এইখনৰ জৰিয়তে সদয়কৈ জনোৱা হৈছে যে, শনিবাৰ, ২৬ এপ্ৰিল ২০২৫ তাৰিখে আমি সকলে একেলগে পঞ্চায়ত নিৰ্বাচন কেম্পেইনিঙৰ উদ্দেশ্যে ওলাই যাম।

সকল সদস্যক অনুৰোধ জনোৱা হৈছে যাতে পুৱা ৯:০০ বজাৰ আগতে AP সদস্য গুলাফ হুছেইন (পাপ্পু)ৰ ঘৰলৈ উপস্থিত হয়।
জাল, পান আৰু চাহৰ ব্যৱস্থা উপলব্ধ থাকিব।

আপোনালোকৰ সময়মতে উপস্থিতি সকীয়াই আশা জনালোঁ।

স্থান: গুলাফ হুছেইন (পাপ্পু)ৰ বাসগৃহ
তাৰিখ: ২৬ এপ্ৰিল ২০২৫ (শনিবাৰ)
সময়: পুৱা ৯:০০ বজাৰ পূৰ্বে

শুভেচ্ছাৰে,
ভূৰাণ উদ্দিন
President, নির্বাচন সমিতি

Address

Amlipukhuri
Hojai
782429

Website

Alerts

Be the first to know and let us send you an email when Barofuti Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share