BJP Jagi-Bhakatgaon Mandal

BJP Jagi-Bhakatgaon Mandal Official page of BJP Jagi-Bhakatgaon Mandal committee, Jagiroad LAC, Morigaon District.

ভাৰতীয় জনতা পাৰ্টিলৈ শ্ৰীযুত বীৰ কুমাৰ কোঁৱৰ ডাঙৰীয়াক স্বাগতম জনালো।
07/04/2026

ভাৰতীয় জনতা পাৰ্টিলৈ শ্ৰীযুত বীৰ কুমাৰ কোঁৱৰ ডাঙৰীয়াক স্বাগতম জনালো।

আপোনালোকৰ বহুমূলীয়া ভোটদানৰ বাবে আজি জাগীৰোডবাসী ৰাইজে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে  বিশ্ব মানদণ্ডৰ উদ্দ্যোগ লাভ কৰিল...
31/03/2026

আপোনালোকৰ বহুমূলীয়া ভোটদানৰ বাবে আজি জাগীৰোডবাসী ৰাইজে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে বিশ্ব মানদণ্ডৰ উদ্দ্যোগ লাভ কৰিলে। ধন্যবাদ শ্ৰদ্ধাৰ জাগীৰোড সমষ্টিৰ ৰাইজ।

Himanta Biswa Sarma Dilip Saikia Pijush Hazarika

25/03/2026

জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপাক গাওঁ পঞ্চায়তৰ বহুকেইগৰাকী কংগ্ৰেছ দলৰ কৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি অনুগত হৈ, লগতে সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰীকা ডাঙৰীয়াৰ সু-নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আজি এই দলত যোগদান কৰে।

BJP Assam Pradesh BJP Morigaon District

25/03/2026
জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰপাক গাওঁ পঞ্চায়তৰ বহুকেইগৰাকী কংগ্ৰেছ দলৰ কৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি অনুগত হ...
25/03/2026

জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰপাক গাওঁ পঞ্চায়তৰ বহুকেইগৰাকী কংগ্ৰেছ দলৰ কৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি অনুগত হৈ, লগতে সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰীকা ডাঙৰীয়াৰ সু-নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আজি জাগীৰোড সমষ্টি নিৰ্বাচন পৰিচালনা কাৰ্যালয়ত শ্ৰীযুত অপূৰ্ব ডেকা ডাঙৰীয়া আৰু মণ্ডল সমিতিৰ সভাপতি পল্লৱ বৰদলৈ ডাঙৰীয়া, চন্দন দাস ডাঙৰীয়া আৰু মল্লিকা বৰদলৈ ডাঙৰীয়ানীৰ উপস্থিতিত এই দলত যোগদান কৰে।

BJP Assam Pradesh

আপোনালোকৰ বহুমূলীয়া এটি ভোটে আইমাতৃ সকলৰ আৰ্থসামাজিক সুৰক্ষা প্ৰদান কৰিব।BJP Assam Pradesh
24/03/2026

আপোনালোকৰ বহুমূলীয়া এটি ভোটে আইমাতৃ সকলৰ আৰ্থসামাজিক সুৰক্ষা প্ৰদান কৰিব।

BJP Assam Pradesh

জাগীৰোড বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত শ্ৰীযুত Pijush Hazarika ডা...
19/03/2026

জাগীৰোড বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত শ্ৰীযুত Pijush Hazarika ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টি, জাগী-ভকতগাঁও মণ্ডলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হ'ল।

৫২ নং জাগীৰোড বিধানসভা সমষ্টি আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী সন্মানীয় শ্ৰীযুত Pijush Hazarika দেৱৰ মনোনয়ন ...
18/03/2026

৫২ নং জাগীৰোড বিধানসভা সমষ্টি আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী সন্মানীয় শ্ৰীযুত Pijush Hazarika দেৱৰ মনোনয়ন পত্ৰ দাখিল কাৰ্য্যসূচী সন্দৰ্ভত আজি জোনবিলস্থিত দলৰ কাৰ্যালয়ত জাগীৰোড সমষ্টি নিৰ্বাচনী প্ৰৱন্ধন সমিতিৰ উদ্দ্যোগত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। এই সভাত উপস্থিত থাকে নিৰ্বাচনী প্ৰৱন্ধন সমিতিৰ অধ্যক্ষ অপূৰ্ব ডেকা ডাঙৰীয়াৰ লগতে আহ্বায়ক পল্লৱ বৰদলৈ ডাঙৰীয়া, চন্দন দাস ডাঙৰীয়া, মল্লিকা বৰদলৈ ডাঙৰীয়ানী, পিন্টু দাস ডাঙৰীয়া, প্ৰবিন ডেকা ডাঙৰীয়া, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতী ডেকা কলিতা ডাঙৰীয়ানীৰ লগতে দলৰ বিষয়ববীয়া সকল।
BJP Assam Pradesh

আজি জাগীৰোড বিধানসভা সমষ্টিৰ জোনবিল স্থিত বিজেপিৰ দলীয় কাৰ্য্যালয়ত জাগীৰোড সমষ্টি বিধানসভা নিৰ্বাচনী প্ৰৱন্ধন সমিতিৰ এখন...
08/03/2026

আজি জাগীৰোড বিধানসভা সমষ্টিৰ জোনবিল স্থিত বিজেপিৰ দলীয় কাৰ্য্যালয়ত জাগীৰোড সমষ্টি বিধানসভা নিৰ্বাচনী প্ৰৱন্ধন সমিতিৰ এখনি বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত নিৰ্বাচনী প্ৰৱন্ধন সমিতিৰ অধক্ষ্য অপূৰ্ব ডেকা ডাঙৰীয়া, আহ্বায়ক পল্লৱ বৰদলৈ ডাঙৰীয়া লগতে সহ-আহ্বায়কসহ সমিতিৰ সকলো বিষয়ববীয়া উপস্থিত থাকে।
BJP Assam Pradesh

বিশ্ববাসীৰ সন্মুখত আজি উজলি উঠিছে অসমৰ কৃষ্টি-সংস্কৃতি। বিহুৰ পৰা ঝুমইৰ-বাগুৰুম্বালৈ ভব্যৰূপত পৰিৱেশন কৰি ৰাজ্যই ৰচিছে ই...
06/03/2026

বিশ্ববাসীৰ সন্মুখত আজি উজলি উঠিছে অসমৰ কৃষ্টি-সংস্কৃতি। বিহুৰ পৰা ঝুমইৰ-বাগুৰুম্বালৈ ভব্যৰূপত পৰিৱেশন কৰি ৰাজ্যই ৰচিছে ইতিহাস।

এই সকলোবোৰ সম্ভৱ হৈছে আপোনালোকৰ একোটা সঠিক ভোটৰ বাবেই। গতিকে পৰৱৰ্তী ভোটদানৰ সময়তো কথাখিনি মনত ৰাখিব নিশ্চয় !
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
BJP Assam Pradesh

Address

Jagiroad
782410

Website

Alerts

Be the first to know and let us send you an email when BJP Jagi-Bhakatgaon Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share