Raju Kumar Medok Fan Club

Raju Kumar Medok Fan Club Political Organization's

মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহৰ আজি পবিত্ৰ পূণ্য তিথিত মহান স্বৰ্গদেউ সৰ্বানন্দ সিংহলৈ শ্ৰদ্ধাৰে জনাইছোঁ গ...
24/05/2026

মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহৰ আজি পবিত্ৰ পূণ্য তিথিত মহান স্বৰ্গদেউ সৰ্বানন্দ সিংহলৈ শ্ৰদ্ধাৰে জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি🙏

21/05/2026

বিজেপি চৰকাৰখনৰ প্ৰতিবাদলৈ ইমান ভয় কিয় ?

FOR

15/05/2026
11/05/2026

জয় পৰাজয় থাকিব, কিন্তু আমি আপোচ নকৰোঁ। সদায় আমি জনসাধাৰণৰ লগত থাকিম।
আমি অসম তথা জোনাই সমষ্টিৰ ৰাইজৰ লগত সুখে-দুখে থাকিম।
যুৱ প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আকৌ যুজিম, আমি আকৌ যুজিম।।
Raju Medok

নৱনিৰ্বাচিত তামিলনাডুৰ মুখ্যমন্ত্ৰী   লৈ অভিনন্দন
10/05/2026

নৱনিৰ্বাচিত তামিলনাডুৰ মুখ্যমন্ত্ৰী লৈ অভিনন্দন

05/05/2026

আমি জনতাৰ আদেশক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। এই অভিজ্ঞতাই আমাক অধিক দৃঢ়তা আৰু দায়িত্ববোধেৰে আগবাঢ়িবলৈ প্ৰেৰণা দিলে। এতিয়া অধিক জনসংযোগ স্থাপন কৰি ৰাইজৰ কল্যাণত নিৰন্তৰ কাম কৰি যোৱাই আমাৰ উদ্দেশ্য।
নিৰ্বাচনৰ এই সময়ছোৱাত যিসকল দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে নিষ্ঠা, ত্যাগ আৰু কঠোৰ পৰিশ্ৰম আগবঢ়ালে তাৰ বাবে আমি হৃদয়ৰ পৰা চিৰকৃতজ্ঞ🙏

Indian National Congress - Assam

Address

Jonai
787060

Website

Alerts

Be the first to know and let us send you an email when Raju Kumar Medok Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share