Bhaskar Taye BJP

Bhaskar Taye BJP BJP Social media convener.pub jonai mandal

23/08/2023

ভাৰত মাতা কি জয়

23/08/2023
যোৱা কালি জোনাই সমষ্টিৰ বিধায়ক মহোদয়ে  জোনাই গালী বৰবালি গাওঁত উপস্থিত হৈ দেপি নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি নদীৰ খহনীয়া...
20/08/2023

যোৱা কালি জোনাই সমষ্টিৰ বিধায়ক মহোদয়ে জোনাই গালী বৰবালি গাওঁত উপস্থিত হৈ দেপি নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি নদীৰ খহনীয়াত বিধ্বস্ত হোৱা পৰিয়ালসমূহৰ সৈতে মতবিনিময় কৰে আৰু তেওঁলোকৰ অসুবিধা আৰু সমস্যা সমূহৰ বুজ লয়। আৰু বিভাগীয় বিষয়াক তাৎক্ষণিক ভাৱে উপযুক্ত ব্যবস্থা গ্রহণৰ নিৰ্দেশ প্ৰদান কৰে।

এই পৰিদৰ্শনৰ সময়ছোৱাত জিলা পৰিষদ সদস্য অতুল পেগু ডাঙৰীয়াৰ লগতে TMPK- ৰ নেতৃবৃন্দ তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Biswa Sarma
Pijush Hazarika
Pradan Barua
Bhubon Pegu.

20/08/2023

Address

East
Jonai

Website

Alerts

Be the first to know and let us send you an email when Bhaskar Taye BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share