Siva Shakti Doley

Siva Shakti Doley 20/09/1987

16/12/2023
জীৱন এক সংগ্ৰাম,দুখৰ পাহাৰ বগাই যোৱাই জীৱনৰ এক ৰসাল স্মৃতি।
20/10/2023

জীৱন এক সংগ্ৰাম,দুখৰ পাহাৰ বগাই যোৱাই জীৱনৰ এক ৰসাল স্মৃতি।

মুকংচেলেক মহাবিদ্যালয়ৰ সৰ্বটোপ্ৰকাৰৰ উন্নয়নৰ বাবে আগন্তুক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমাৰ মৰমৰ ভাত...
18/09/2023

মুকংচেলেক মহাবিদ্যালয়ৰ সৰ্বটোপ্ৰকাৰৰ উন্নয়নৰ বাবে আগন্তুক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমাৰ মৰমৰ ভাতৃপ্ৰতিম সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী মিগাং নিহাল পাৱ,ক মুকংচেলেক মহাবিদ্যালয়ৰ বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ -ছাত্ৰী সকলে বহু মুলীয়া ভোট দি জয়য়ুক্ত কৰিব বুলি আশা ৰাখিলোঁ।

18/09/2023
ইংৰাজী ১৩ ছেপ্টেম্বৰ ২০২৩ তাংখে ৰামধন দিখাৰী আঞ্চলিক (LUPO LUJAR) প্ৰাংগনত  TMPK MMK TMMK ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ এখ...
14/09/2023

ইংৰাজী ১৩ ছেপ্টেম্বৰ ২০২৩ তাংখে ৰামধন দিখাৰী আঞ্চলিক (LUPO LUJAR) প্ৰাংগনত TMPK MMK TMMK ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত TMPK কেন্দ্ৰীয় সমিতিৰ সদস্য ক্ৰমে মিগাং মুহিম পাৱ,মিগাং আগষ্ট কুটুম, TMPK জ'নাই জিলা সমিতিৰ সম্পাদক মিগাং মিগম দলে,TMPK জ'নাই জিলা সমিতিৰ সহকাৰী সম্পাদকৰ মিগাং ধৰ্মেন মিলি, TMPK জনাই জিলা সমিতিৰ সদস্য ক্ৰমে মিগাং শিৱশক্তি দলে, মিগাং বিনোদ পেগুৱে উপস্থিত হৈ বহু ইতিবাচক বক্তব্য আগবঢ়ায়। লগতে মিচিং অলিম্পিক প্ৰস্তুতিৰ বাবে পৰামৰ্শ দিয়ে।

Address

Ramdhan Dikhari
Jonai
787060

Telephone

+916000583542

Website

Alerts

Be the first to know and let us send you an email when Siva Shakti Doley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category