BJYM Dhekorgarah Mandal

BJYM Dhekorgarah Mandal সেৱাই সংগঠন । ভাৰত মাতা কি জয়

যুৱ শক্তি-ৰাষ্ট্ৰ শক্তিPer Booth 50 Youthভাৰতীয় জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ অন্তৰ্গত ঢেকৰগঢ়া মণ্ডলৰ ৪৩ নং ঢেকৰগঢ়া গাওঁ প...
03/07/2022

যুৱ শক্তি-ৰাষ্ট্ৰ শক্তি
Per Booth 50 Youth

ভাৰতীয় জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ অন্তৰ্গত ঢেকৰগঢ়া মণ্ডলৰ ৪৩ নং ঢেকৰগঢ়া গাওঁ পঞ্চায়তৰ ১৪২ নং বুথ আৰু ৪৪ নং মধ্য সৰুচৰাই গাওঁ পঞ্চায়তৰ ১৩৯ নং বুথত আজি এটা বুথত ৫০ জনকৈ "যুৱ" লৈ যুৱ মৰ্চাৰ একোটাকৈ বুথ বাহিনী গঠন কৰা হয়।

১৪২ নং বুথত বুথ সভাপতি শ্ৰদ্ধাৰ প্ৰমোদ চন্দ্ৰ দাস ডাঙৰীয়াই সভাপতিত্ব কৰা সভাত শ্ৰী সঞ্জিৱ শইকীয়াক আহ্বায়ক আৰু শ্ৰী গিতাঞ্জলী দাসক সহ-আহ্বায়ক হিচাপে লৈ ৫০ জনিয়া এখনি "যুৱ বুথ বাহিনী" গঠন কৰা হয়।সভাত ৪৩ নং ঢেকৰগঢ়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী লখিমী গোস্বামী ডাঙৰীয়ানীয়ে যুৱ সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।যোৰহাট জিলা যুৱ মৰ্চাৰ সম্পাদক তথা বুথ বাহিনীৰ সহ-আহ্বায়ক মানসজ্যোতি দত্ত ডাঙৰীয়াই বুথ বাহিনী গঠন সম্পৰ্কে বক্তব্য ৰাখে।আৰু মই বুথ বাহিনীয়ে আগন্তুক দিনত কৰনীয়ৰ বিষয়ে বক্তব্য ৰাখো।
সেইদৰে ৪৪ নং মধ্য সৰুচৰাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৩৯ নং বুথত বুথৰ সভাপতি শ্ৰদ্ধাৰ নৱজ্যোতি বৰা ডাঙৰীয়াৰ সভাপতিত্বত ৫০ জন যুৱ লৈ "যুৱ বুথ বাহিনী" গঠন কৰা হয়।সভাত যোৰহাট জিলা যুৱ মৰ্চাৰ শ্ৰদ্ধাৰ সভাপতি পাৰ্শ্বজ্যোতি বৰা ডাঙৰীয়াই সাংগঠনিক বক্তব্য ৰাখে।উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমনি বৰা ডাঙৰীয়াই চৰকাৰৰ কৰি থকা কৰ্মৰাজীৰ ওপৰত বক্তব্য ৰাখে।সভাত যোৰহাট জিলা যুৱ মৰ্চাৰ সহ-কোষাধ্যক্ষ উপেন শইকীয়া,সম্পাদক মানস দত্ত,ঢেকৰগঢ়া মণ্ডল যুৱ মৰ্চাৰ সম্পাদক অংশুুমান বৰঠাকুৰ,সামাজিক মাধ্যমৰ আহ্বায়ক উজ্জ্বল দত্ত,৪৩নং ঢেকৰগঢ়া গাওঁ পঞ্চায়তৰ ৩নং খণ্ডৰ সদস্য প্ৰমোদ হাজৰিকা,ঢেকৰগঢ়া মণ্ডলৰ আই.টি কোষৰ আহ্বায়ক পলাশ প্ৰতিম খাউণ্ড সহ উপস্থিত থাকো।

ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ হকে নিজৰ প্ৰাণ বলিদান দিয়া, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, তথা শিক্ষাবিদ ভাৰতীয় জনসংঘৰ প্ৰতিষ...
23/06/2022

ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ হকে নিজৰ প্ৰাণ বলিদান দিয়া, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, তথা শিক্ষাবিদ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক মহান মনিষী ডা°শ্যামাপ্ৰসাদ মুখাৰ্জী দেৱৰ পূণ্য তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।





ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপুতিৰ উপলক্ষে স্বাধীন...
11/06/2022

ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপুতিৰ উপলক্ষে স্বাধীনতাৰ ৭৫ বছৰ সম্পুৰ্ন হোৱাৰ পৰিপেক্ষিতত "আজাদি কা অমৃত সহোৎসৱ" ৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা,যোৰহাট জিলাৰ উদ্যোগত অহা ইংৰাজী ১২/০৬/২০২২ তাৰিখ দেওঁবাৰে যোৰহাট আবৰ্ত্ত ভৱনৰ সন্মুখত থকা শংকৰদেৱ কলাকৃষ্টি গৱেষনা কেন্দ্ৰত "যুৱ সম্পৰ্ক"কাৰ্য্যসূচীৰ জড়িয়তে যোৰহাটৰ বিভিন্ন ঠাইৰ নিজ নিজ কৰ্মক্ষেত্ৰত উজ্বলি উঠা ৭৫ গৰাকী যুৱক-যুৱতী সকলক লৈ এক"বিশেষ সম্বৰ্ধনা"অনুষ্ঠান আয়োজন কৰা হৈছে।

এখন গুৰুত্বপূৰ্ণ সভাৰ প্ৰাক মূহুৰ্তত মাননীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ডাঙৰীয়াৰ বাসগৃহত জ্যেষ্ঠ নেত্ৰী তথা দেৰগাওঁ...
15/01/2021

এখন গুৰুত্বপূৰ্ণ সভাৰ প্ৰাক মূহুৰ্তত মাননীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ডাঙৰীয়াৰ বাসগৃহত জ্যেষ্ঠ নেত্ৰী তথা দেৰগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়িকা মাননীয়া সুশীলা হাজৰিকা বাইদেউ আৰু যোৰহাট ভাজপাৰ মাননীয় সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়াই শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী গৰাকীক ভোগালীৰ ওলগ জনাই।

Happy Indian army Day
15/01/2021

Happy Indian army Day


Let us celebrate with pride the service rendered to the nation. By Our fearless and selfless warriors.
Happy Indian Army Day!


12/01/2021

মহান দাৰ্শনিক, সন্ন্যাসী প্ৰয়াত স্বামী বিবেকানন্দদেৱক তেখেতৰ ১৫৮ তম জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ...

26/12/2020

ৰাজ্যৰ কেইবাটাও জনগণৰ কল্যাণকামী কামৰ উদ্বোধন আৰু শুভাৰম্ভ কৰিবলৈ অসমত আহি উপস্থিত হোৱা মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত Amit Shah ডাঙৰীয়াক বিমান বন্দৰত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত Sarbananda Sonowal ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° Himanta Biswa Sarma ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত Ranjeet Kumar Dass ডাঙৰীয়াৰ সৈতে উষ্ম আদৰণি জনাওঁ।

মাননীয় অমিত শ্বাহ জীৰ আগমনে কাৰ্যকৰ্তা তথা ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখি যথেষ্ট সন্তোষ লাভ কৰিছোঁ। তেখেতৰ আগমনে কাৰ্যকৰ্তা সকলক দুগুন উৎসাহ প্ৰদান কৰিছে।

শান্তি,সম্প্ৰতি আৰু উন্নতি দিশত আজিৰ নতুন অসম।আকৌ খোজ আগবাঢ়িব। পুনৰ একেই মাত গুজৰি উঠিব। আকৌ উৎফুল্লিত হ'ব জনতা। পুনৰ ...
18/12/2020

শান্তি,সম্প্ৰতি আৰু উন্নতি দিশত আজিৰ নতুন অসম।
আকৌ খোজ আগবাঢ়িব।
পুনৰ একেই মাত গুজৰি উঠিব।
আকৌ উৎফুল্লিত হ'ব জনতা।
পুনৰ Sarbananda Sonowalৰ চৰকাৰ গঠন হ'ব।
পুৰা সোণৰ দৰে আকৌ বেছিকে জিলিকি উঠিব। ২০১৬ চনৰ নিৰ্বাচনতকৈ আৰু বেছি জিলিকিব সৰ্বানন্দ সোনোৱালে। 'কা' আন্দোলনৰ সময়ত তেখেতক কিছুমান সুবিধাবাদী, বামপন্থী, চামচা, কুবুদ্ধিজীৱি কিছুমানে তেখেতক বহু কুৎসা ৰটনা কৰিছিল। পেপাৰ-পত্ৰই ডাঙৰ ডাঙৰ কথা লিখিছিল। বহুতে বহু চিঞৰিছিল। কিন্তু আজি মুখ্যমন্ত্রী মহোদয় পুৰা সোণৰ দৰে আগতকৈ বেছি জিলিকি উঠিলহে। 'কা' ৰ ক্ষেত্ৰত সেই সুবিধাবাদী, বামপন্থী, কুবুদ্ধিজীৱি, চামচাসকলৰ কথা আজি মিছা হল। অসমৰ ৰাইজে বুজি পালে। সৰ্বানন্দ সোনোৱালৰ কথাবোৰহে সঁচা হল। অসমৰ ৰাইজে সেই সুবিধাবাদী, বামপন্থী, কুবুদ্ধিজীৱি, চামচাসকলক আজি অসমৰ ৰাইজে মিছলীয়া, সুবিধাবাদীহে বুলি কয়। তেওঁলোকে ৰাইজক 'কা' কথা কৈ যিমানেই দমন নীতিৰে ৰাজনীতি নকৰক কিয় অসমৰ নয়নৰ মণি সৰ্বানন্দ সোনোৱাল থকা লৈকে সেই সুবিধাবাদীসকলে কেতিয়াও সফল হ'ব নোৱাৰে। তেওঁলোকৰ আশা আধাতে মৰহি যাব। সৰ্বানন্দ সোনোৱাল পুৰা সোণৰ দৰে আকৌ বেছিকে জিলিকি উঠিব। ২০২১ত আকৌ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত হ'ব বিজেপিৰ চৰকাৰ। সৰ্বানন্দ সোণোৱালেই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
জয় সৰ্বানন্দ।
হৰ হৰ সৰ্বানন্দ।
ঘৰ ঘৰ সৰ্বানন্দ।।(Raj Goswami)

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠান। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০ ব...
18/12/2020

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠান। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০ বর্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২২,২৪৫ গৰাকী ছাত্ৰীলৈ প্ৰদান কৰা হ'ব এই বঁটা। ২০ ডিচেম্বৰত দিনৰ ১১ বজাত আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা, বিত্ত, লোক নিৰ্মাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

CMO Assam
Sarbananda Sonowal
Himanta Biswa Bapan Sarmah

Address

Dhekorhorah
Jorhat

Telephone

+916002168374

Website

Alerts

Be the first to know and let us send you an email when BJYM Dhekorgarah Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Dhekorgarah Mandal:

Share