Mg. Troilokya Pamegam

Mg. Troilokya Pamegam GM, No 31 Phuloni Jokaibowa MAC Constituency.

18/12/2024
26/11/2024

The online portal for submission of the UGC – NET December 2024 application form is now open.

For more details visit: https://ugcnet.nta.ac.in

Congratulations
23/11/2024

Congratulations

ৰাজ্যৰ পাঁচোটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)ৰ প্ৰাৰ্থীৰ বিজয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ সাৰ্থকতা প্ৰমাণ কৰিছে। এই উপনিৰ্বাচনত বিজয় সাব্যস্ত কৰা এন ডি এ প্ৰাৰ্থী শ্ৰীনীহাৰ ৰঞ্জন দাস, ধলাই; শ্ৰীনিৰ্মল কুমাৰ ব্ৰহ্ম, চিদলী; শ্ৰীমতী দীপ্তিময়ী চৌধুৰী, বঙাইগাওঁ; শ্ৰীদিগন্ত ঘাটোৱাল, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিৰ শ্ৰীদিপ্লু ৰঞ্জন শৰ্মালৈ আন্তৰিক অভিনন্দন।

এই বিজয় মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ সুশাসন আৰু জনসেৱাৰ প্ৰতি জনতাৰ অকুণ্ঠ সমৰ্থন, তেখেতলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক গতি প্ৰদান কৰি এই বিজয়যাত্ৰাত সবল নেতৃত্ব প্ৰদান কৰা বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ শ্ৰী Atul Bora অতুল বৰা আৰু শ্ৰী Keshab Mahanta কেশৱ মহন্ত ডাঙৰীয়া আৰু ইউ পি পি এলৰ সভাপতি শ্ৰী Pramod Boro ডাঙৰীয়াক এই বিজয়ক্ষণত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এখন বিকশিত অসমৰ বাবে এন ডি এ প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত কৰা পাঁচোটা সমষ্টিৰ সন্মানীয় ৰাইজলৈ ধন্যবাদ জনাইছোঁ।
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
United People's Party Liberal -UPPL

20/11/2024

#বীৰ_ৰাঘৱ_মৰাণ_দিৱস

অসম সন্তান, মৰাণ জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য, বীৰত্ব, অদম্য সাহস, স্বদেশ প্ৰেম আৰু পৰাক্ৰমৰ প্ৰতীকস্বৰূপ বীৰ ৰাঘৱ মৰাণ দেৱৰ পৱিত্ৰ পূণ্যতিথিত মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা মহান বীৰজনালৈ শতকোটি প্ৰণিপাত জনাইছোঁ।

বীৰগৰাকীৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতা জাতীয় জীৱনৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ ত্যাগ, সংগ্ৰাম আৰু বীৰত্বৰ গাথাই নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰাণিত কৰিব।

11/11/2024

ৰাজ্যত বাল্য বিবাহ প্ৰতিৰোধ তথা স্ত্ৰী শিক্ষাৰ উত্তৰণৰ লক্ষ্যৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলে আজি দ্বিতীয়টো কিস্তিৰ অনুদান লাভ কৰিব। এইবাৰ ১,৬৪,৬৮৪জনী ছাত্ৰী উপকৃত হোৱা এই আঁচনিয়ে আগন্তুক তিনি বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব।

11/11/2024

Address

Jorhat

Telephone

+919101011875

Website

Alerts

Be the first to know and let us send you an email when Mg. Troilokya Pamegam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Mg. Troilokya Pamegam:

Share