25/10/2025
কাছগড়াল নৱজাগৰণ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আয়োজিত কৰিবলৈ লোৱা ২০ আৰু ২১ কাতিত হব লগা সকলোৰে হিয়াৰ আমঠু লুইত কন্ঠ মৰমৰ জুবিনদালৈ লিখি ২০কাতি ইংৰাজী মাহৰ 7 নবেম্বৰ আৰু ২১কাতি ইংৰাজী মাহৰ 8 নবেম্বৰ তাৰিখে আমাৰ গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিব খোজা কন কন মইনা মাইনী হতৰ দাৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা চাবলৈ সকলোকে নিমন্ত্ৰন জনালো লগতে ২০কাতি 7 নবেম্বৰ তাৰিখে দিনৰ ১১ বজাৰ পৰা ৰাতি ১০ বজালৈ সকলোৰে নয়নৰ মনি জুবিনদালৈ অশুশিতৰ নয়নেৰে শধান্জলি জনাই তেওঁ আমাক দি থৈ যোৱা( দিহানাম টোকাৰি গীত লোক গীত বৰগীত আৰো আধুনিক গীত) পৰিৱেশন কৰি তেওঁলৈ শধান্জলি জনাব পাৰিব সেয়েহে সমুহ জুবিনদাৰ অনুৰাগীক নিমন্ত্ৰন জনালো তাৰ বাবে আমাক কোনো মাননি দিব নালাগে সম্পূৰ্ণ বিনামূলীয়া সকলোৱে যোগদান কৰিব পাৰিব ধন্যবাদ