Ankur An Rajkhowa

Ankur An Rajkhowa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ankur An Rajkhowa, Social service, Jorhat.

25/05/2020

কিমান দিব পাৰিছো নাজানো, কিন্তু বহুত দিনিয়া সপোন এটা পূৰণ কৰিলোঁ। এটা coverVideo Song /Tumar_Podum_Sokuti আৰম্ভ কৰিছিলোঁ লকাডাউন ৰ আগতে আমি ওচৰৰ বন্ধু বোৰ লগ হৈ, যিটো এতিয়া সম্পূৰ্ণ হৈ উঠিছে...। এইটো আমাৰ প্ৰথম প্ৰচেষ্টা, জ্ঞাতে-‍ অজ্ঞাতে অনেক ভুল ৰৈ যোৱাতো স্বাভাৱিক...। আপোনালোকৰ গঠন মূলক দিহা- পৰামৰ্শ ই হে আমাক অনাগত দিনত সঠিক পথত আগ বাহি যোৱাত সহায় কৰিব, সেয়েহে আপোনালোক সকলোতিৰে পৰা মৰম তথা গঠন মূলক দিহা পৰামৰ্শ বিচাৰিছোঁ। আৰম্ভ কৰা দিনৰে পৰা YouTube ত‌ দিয়া লৈকে যি সকল লোকে আমাক সহায় কৰি আছিল, তেওঁলোকক বহুত বহুত ধন্যবাদ তথা ভবিষ্যত ৰ দিনটো আপোনালোকৰ পৰা একে সহযোগিতা সাদৰেৰ কামনা কৰিছোঁ।😊

যদিহে Vedio টো চাই ভাল পালে তেন্তে Like Comment আৰু আমি নতুনকৈ আৰম্ভ কৰা You Tube চেনেল টো Subscribe কৰি দিব বুলি আশা কৰিলোঁ।😊

For Full Video Link
:https://youtu.be/fqGFW-a-Ycs 😊

Give  Some love  for Us❤️
26/04/2020

Give Some love for Us❤️

19/04/2020

ভুলটো আমাৰেই এটা-দুটা কাম কৰিলেই,এটা-দুটা গান গালেই চিধা শিল্পী বনাই দিওঁ,পোনেই ব্যৱহাৰ কৰোঁ 'জনপ্ৰিয় শিল্পী'।অথচ বছৰ-বছৰ ধৰি সাধনা কৰা কিছুমান প্ৰকৃত শিল্পীক চিনিয়েই নাপাওঁ আৰু চিনি পোৱাসকলৰ লগত দুই-এটা কাম কৰাসকলক মিলাই পেলাওঁ।আচলতে শিল্পী হোৱা ইমান সহজ নহয়,তাৰ বাবে বছৰজুৰা সাধনাৰ প্ৰয়োজন।আনকি দুদিনমান আগতে জুবিনদাইও নিজে কৈছিল যে তেওঁ বৰ্তমানো শিল্পী হোৱা নাই,হ'বলৈ চেষ্টা কৰিহে আছে,তেন্তে কালি-পৰহিৰ সকলৰ আগত 'শিল্পী' শব্দটো ব্যৱহাৰ কৰাটো কিমান যুক্তিসংগত???

10/04/2020
10/04/2020
সমগ্ৰ বিশ্ববাসীৰ মংগল কামনা কৰি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ আহবান প্ৰতি সঁহাৰি জনাই এগচি বন্তি.....ভাল হওঁক সকলো,মহামাৰী...
05/04/2020

সমগ্ৰ বিশ্ববাসীৰ মংগল কামনা কৰি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ আহবান প্ৰতি সঁহাৰি জনাই এগচি বন্তি.....ভাল হওঁক সকলো,মহামাৰীৰ পৰা ৰক্ষা পৰক বিশ্ববাসী।

ভাল কথা বোৰ প্ৰচাৰ হব লাগে
05/04/2020

ভাল কথা বোৰ প্ৰচাৰ হব লাগে

Address

Jorhat
785112

Telephone

+918136072088

Website

Alerts

Be the first to know and let us send you an email when Ankur An Rajkhowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ankur An Rajkhowa:

Share

Category