CSC Kalpana STORE Kharupetia

CSC Kalpana STORE Kharupetia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CSC Kalpana STORE Kharupetia, Public & Government Service, kharupetia thakurpatty Ward no 06, Kharupatia.

Online Digital seva.Orunodoy Kendra, PRC CERTIFICATE, Birth certificate, Driving licence, � Train Ticket, Government services, Ration Card, Pension Account, Banking Services, Cash diposit, cash withdrawal, Online All in Service available Here,

Atmanirbhar asom
28/10/2024

Atmanirbhar asom

প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা।প্রতিমাহে ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব।Free registr...
04/03/2024

প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা।
প্রতিমাহে ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব।
Free registration কৰি দিয়া হব ।

আপোনাৰ ঘৰৰ বিদ্যুতৰ bill আৰু মোবাইল লগত লৈ আহিব।
এতিয়া যদি আমি আপোনাৰ survey / registration কৰি নিদিওঁ, আপোনালোকৰ নাম‌ list ত নাহিব। আৰু list ত নাহিলে চৰকাৰে দিয়া free solar system নাপাব

More information
Call 9706950124

26/01/2024

Employment exchange certificate
5 mnt ot pabo

বনাবলৈ হলে যোগাযোগ কৰিব
097069 50124

"প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি"কাঠমিস্ত্রী,নাও নির্মাতা,অস্ত্র-শস্ত্র নির্মাতা,কমাৰ,হাতুৰী আৰু সঁজুলি নির্মাতা,তলা নির্...
19/10/2023

"প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি"
কাঠমিস্ত্রী,
নাও নির্মাতা,
অস্ত্র-শস্ত্র নির্মাতা,
কমাৰ,
হাতুৰী আৰু সঁজুলি নির্মাতা,
তলা নির্মাতা,
সোণাৰী,
মৃৎশিল্পী,
ভাস্কর্য শিল্পী,
মুচী বা জোতা-চেণ্ডেল নির্মাতা,
ৰাজমিস্ত্রী,
ঝুৰি/মেট/ঝাড়ু নির্মাতা,
পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্রী নির্মাতা,
নাপিত,
মালা নির্মাতা,
ধোবা,
দৰ্জী,
মাছ ধৰা জাল নির্মাতা

লগত জড়িত লোকসকলক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে "প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি" ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

এই আচঁনিৰ লাভ লবৰ বাবে মোৰ চি এছ চি CSC CENTREৰত যোগা যোগ কৰক
CENTERৰ নাম - CSC Kalpana Store
ঠিকনা - ঠাকুৰ পৰ্টী (Thakurpatty Kharupetia)
ফোন - 9706950124

আপোনাৰ বন্ধু বান্ধৱী , চিনাকি মানুহ সকলক জনাওক যাতে এই আচঁনিৰ লাভ লব পাৰে ।

06/03/2023

PRC, PASSPORT,
SERVICE AVAILABLE HERE

CSC Kalpana STORE Kharupetia
Thakurpatty Ward No 06 Near Shanimandir
Any information please call 9706950124

26/02/2023

Employment exchange Certificate service available here

26/02/2023

Passport service Available here

Good news সকলো ভোটাৰলৈ এটি জাননী, নিজৰ ভোটাৰ কাৰ্ডৰ লগত নিজৰ আধাৰ কাৰ্ড খন অতি সোনকালে Link কৰে যেন৷৷ মাত্ৰ Rs ১০ টকাতAd...
14/09/2022

Good news

সকলো ভোটাৰলৈ এটি জাননী, নিজৰ ভোটাৰ কাৰ্ডৰ লগত নিজৰ আধাৰ কাৰ্ড খন অতি সোনকালে Link কৰে যেন৷৷

মাত্ৰ Rs ১০ টকাত

Address -- Kalpana Store Thakurpatty Ward No 06
Mobile No -- 9706950124

বিঃদ্রঃ-- বিষয়টো অতিকৈ জৰুৰী৷৷

যি সকল ল'ৰা বা ছোৱালী ৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে। কিন্তু ভোটাৰ তালিকাত নাম উঠা নাই আৰু যিসকলৰ নাম শুধৰণি কৰিব লগা আছে সেই সক...
04/09/2022

যি সকল ল'ৰা বা ছোৱালী ৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে। কিন্তু ভোটাৰ তালিকাত নাম উঠা নাই আৰু যিসকলৰ নাম শুধৰণি কৰিব লগা আছে সেই সকলে ভোটাৰ তালিকাত নাম উঠাব আৰু শুধৰণি কৰিবৰ বাবে Online কৰিব পাৰে।।
লগতে সকলো ভোটাৰলৈ এটি জাননী,তেওঁলোকে নিজৰ ভোটাৰ কাৰ্ডৰ লগত নিজৰ আধাৰ কাৰ্ড খন অতি সোনকালে Link কৰে যেন৷৷

Address -- Kalpana Store Thakurpatty Ward No 06
Mobile No -- 9706950124

বিঃদ্রঃ-- বিষয়টো অতিকৈ জৰুৰী৷৷

Address

Kharupetia Thakurpatty Ward No 06
Kharupatia

Alerts

Be the first to know and let us send you an email when CSC Kalpana STORE Kharupetia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to CSC Kalpana STORE Kharupetia:

Share