Khabar Tv 24 Assam

Khabar Tv 24 Assam This is a Assamese news portal
(6)

🛑নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী হব ৰেজাউল কৰিম চৰকাৰ👉সমষ্টিৰ চুকে কোনে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান 👉ঠায়...
03/06/2026

🛑নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী হব ৰেজাউল কৰিম চৰকাৰ

👉সমষ্টিৰ চুকে কোনে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান

👉ঠায়ে ঠায়ে ৰাইজৰ লগত মত বিনিময়

゚ Khabar Tv 24 Assam fans

🛑অসমৰ এজন ভাল কাম কৰা আৰু সৎ ৰাজনৈতিক নেতাৰ নাম কব দিলে কাৰ নাম ক'ব?👉জনাওঁক আপোনাৰ মন্তব্য       ゚                   Kha...
03/06/2026

🛑অসমৰ এজন ভাল কাম কৰা আৰু সৎ ৰাজনৈতিক নেতাৰ নাম কব দিলে কাৰ নাম ক'ব?

👉জনাওঁক আপোনাৰ মন্তব্য

゚ Khabar Tv 24 Assam fans

03/06/2026

🛑জনীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে তাৰিফ হুছেইন👉গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰিলে তাৰ...
03/06/2026

🛑জনীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে তাৰিফ হুছেইন

👉গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰিলে তাৰিফ হুছেইনে

👉আপুনি জনাওঁক শুভেচ্ছা-

゚ Khabar Tv 24 Assam fans

🛑'মিঞাই নিজৰ ধৰ্মৰ ছোৱালীৰ লগত যি কৰে কৰক'👉'কিন্তু হিন্দু ছোৱালীৰ ওপৰত লাভজেহাদ নচলিব'-নির্মল পায়েং     ゚               ...
03/06/2026

🛑'মিঞাই নিজৰ ধৰ্মৰ ছোৱালীৰ লগত যি কৰে কৰক'

👉'কিন্তু হিন্দু ছোৱালীৰ ওপৰত লাভজেহাদ নচলিব'-নির্মল পায়েং

゚ Khabar Tv 24 Assam fans

🛑দোষ কৰিলে কোনোবাই, প্রতিবাদ হয় মিঞাৰ বিৰুদ্ধে!👉কি আচৰিত পৃথিৱী- দোষ কৰিলে কোনোবাই কিন্তু চৌপাশে👉প্ৰতিবাদ কৰি আছে মিঞাৰ ...
03/06/2026

🛑দোষ কৰিলে কোনোবাই, প্রতিবাদ হয় মিঞাৰ বিৰুদ্ধে!

👉কি আচৰিত পৃথিৱী- দোষ কৰিলে কোনোবাই কিন্তু চৌপাশে

👉প্ৰতিবাদ কৰি আছে মিঞাৰ বিৰুদ্ধে।

👉স্বাৰ্থ পৰিহাৰ কৰি সত্য প্রতিষ্ঠা কৰোঁ আহক-মুছাব্বিৰ আলী আহমেদ


fans Khabar Tv 24 Assam

03/06/2026

🛑অসমৰ ১০টা আটাইতকৈ ডাঙৰ খবৰ

🛑আমি সদায় কৈ থাকোঁ অপৰাধীৰ কোনো ধর্ম নাই!👉কিন্তু এচাম গৰীয়া নেতাই অনবৰতে মিঞাক দোষাৰোপ কৰি আহিছে।👉এতিয়া চোন প্রতিটো বেয়া...
03/06/2026

🛑আমি সদায় কৈ থাকোঁ অপৰাধীৰ কোনো ধর্ম নাই!

👉কিন্তু এচাম গৰীয়া নেতাই অনবৰতে মিঞাক দোষাৰোপ কৰি আহিছে।

👉এতিয়া চোন প্রতিটো বেয়া কামেই গৰীয়াই কৰি আছে।

👉--মোছাবিবৰ আলী আহমেদৰ ফেচবুক পোষ্ট

03/06/2026

কোনোবাই অপৰাধ কৰিলেই জাতি ধৰ্মক অপমান কৰা হয় কিয়?

03/06/2026

যদিহে হিন্দু হ'বলৈ বেলেগৰ জাতি ধৰ্মক ঘৃণা কৰিব লগা হয় তেন্তে মোক ক্ষমা কৰি দিব।

Address

Darrang
Kharupatia

Website

Alerts

Be the first to know and let us send you an email when Khabar Tv 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share