01/01/2022
সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ।
নৱবৰ্ষৰ প্ৰতিটো দিন , প্ৰতিটো ক্ষণ , সুখৰ হওঁক , সফলতাৰে ভৰি পৰক তাৰে কামনাৰে , আপোনালোক সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।
CORRUPTION CONTROL ORGANIZATION
KOKRAJHAR DISTRICT