BJP for Fakiragram

BJP for Fakiragram WE R Social Reformer

09/12/2020

৭নং ফকিৰাগ্ৰাম ৰাইজ সাজু হোক বিজয়ী উৎসৰ উৎযাপন কৰাৰ বাবে।
বিজেপী ৰ জয় নিশ্চিত
অৰূপ কুমাৰ দে জিন্দাবাদ

09/12/2020

বিজেপী জিন্দাবাদ

07/12/2020

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিৰ তৰফৰ পৰা বি টি চিৰ সকলো বিজেপী কৰ্মকৰ্তা সকলোক ধন্যবাদ জ্ঞাপন।

04/12/2020

বিজেপী জিন্দাবাদ

আগামী ৮ ডিচেম্বৰত আমাৰ প্ৰিয় স্বাস্থ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী,  all rounder, Energetic, প্ৰতিভাশালী,অনুভবী, শ্ৰীযুত হিমন...
04/12/2020

আগামী ৮ ডিচেম্বৰত আমাৰ প্ৰিয় স্বাস্থ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী, all rounder, Energetic, প্ৰতিভাশালী,অনুভবী, শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা আহিব বি টি চি ৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিত।
বিজেপী জিন্দাবাদ বিজেপী জিন্দাবাদ
অৰূপ কুমাৰ দে জিন্দাবাদ অৰূপ কুমাৰ দে জিন্দাবাদ
ফকিৰাগ্ৰাম ৰাইজ জিন্দাবাদ ফকিৰাগ্ৰাম ৰাইজ জিন্দাবাদ।

ভাৰত মাতা কি জয়

ফকিৰাগ্ৰামত বিজেপী দলে পৰিচালিত  নিৰ্বাচনি পথ যাত্ৰাত উপস্থিত আছিল আমাৰ সন্মানীয় পাৰ্থী অৰূপ কুমাৰ দে আৰু লগতে দলৰ ৰাজ্য...
02/12/2020

ফকিৰাগ্ৰামত বিজেপী দলে পৰিচালিত নিৰ্বাচনি পথ যাত্ৰাত উপস্থিত আছিল আমাৰ সন্মানীয় পাৰ্থী অৰূপ কুমাৰ দে আৰু লগতে দলৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাস, শ্ৰী জতিন বৰা, শ্ৰী ফনি পাঠক।
বিজেপী জিন্দাবাদ বিজেপী জিন্দাবাদ

VOTE FOR BJP VOTE FOR ARUP KUMAR DEY BJP JINDABAD BHARAT MATA KI JOY
02/12/2020

VOTE FOR BJP VOTE FOR ARUP KUMAR DEY
BJP JINDABAD BHARAT MATA KI JOY

আগুৱাই আহক ফকিৰাগ্ৰাম ৰাইজ। আমি সকলোৱে এই উন্নয়ন কাৰি পথ যাত্ৰাত যোগদান কৰো আৰু আমাৰ প্ৰিয় অৰূপ কুমাৰ দে শাৰৰ সাথি হৈ আগ...
01/12/2020

আগুৱাই আহক ফকিৰাগ্ৰাম ৰাইজ। আমি সকলোৱে এই উন্নয়ন কাৰি পথ যাত্ৰাত যোগদান কৰো আৰু আমাৰ প্ৰিয় অৰূপ কুমাৰ দে শাৰৰ সাথি হৈ আগবাঢ়ু।

অৰূপ কুমাৰ দে জিন্দাবাদ
বিজেপী জিন্দাবাদ
ফকিৰাগ্ৰাম ৰাইজ জিন্দাবাদ
ভাৰত মাতা কি জয়।

অৰূপ কুমাৰ দে শাৰক ভোট দি বিপুল সংখ্যাৰে জিকাই আনি আমাৰ ৭নং ফকিৰাগ্ৰাম সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে আগামী বি টি চি ইল...
30/11/2020

অৰূপ কুমাৰ দে শাৰক ভোট দি বিপুল সংখ্যাৰে জিকাই আনি আমাৰ ৭নং ফকিৰাগ্ৰাম সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে আগামী বি টি চি ইলেকচনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰক ৰাইজ।

বিজেপী জিন্দাবাদ বিজেপী জিন্দাবাদ বিজেপী জিন্দাবাদ বিজেপী জিন্দাবাদ
ভাৰত মাতা কি জয়।

FAKIRAGRAM CHOKAPRA BJP MEETING WITH RESPECTED ARUP KUMAR DEY SIR
29/11/2020

FAKIRAGRAM CHOKAPRA BJP MEETING WITH RESPECTED ARUP KUMAR DEY SIR

Come One Come All
28/11/2020

Come One Come All

আনন্দ সংবাদ                        আনন্দ সংবাদ অহা ৬ ডিচেম্বৰত ৭নং ফকিৰাগ্ৰামত (অ-জনজাতীয়)‌ সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰ...
28/11/2020

আনন্দ সংবাদ আনন্দ সংবাদ
অহা ৬ ডিচেম্বৰত ৭নং ফকিৰাগ্ৰামত (অ-জনজাতীয়)‌ সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰী অৰুপ কুমাৰ দেৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ফকিৰাগ্ৰামৰ চিথিলা খেলপথাৰত আহি আছে আমাৰ সকলোৰে আনন্দ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া । উক্ত সভাত সমূহ ফকিৰাগ্ৰামৰ বাসী ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। বিটিচিত এইবাৰ বিজেপি চৰকাৰ🙏

Address

FAKIRAGRAM
Kokrajhar
783380

Website

Alerts

Be the first to know and let us send you an email when BJP for Fakiragram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share