BJP Parbatjhora Mandal Mahila Morcha

BJP Parbatjhora Mandal Mahila Morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Parbatjhora Mandal Mahila Morcha, Political organisation, kazigaon parbotjora, Kokrajhar.

ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ উদ্যোগত...
17/12/2023

ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা
অসম প্ৰদেশ

ভাৰতীয় জনতা পাৰ্টিৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ উদ্যোগত আজি ১৭ ডিচেম্বৰ ২০২৩ ইং ৰবিবাৰ দিনা মণ্ডল বিষয় ববীয়া আৰু মৰ্চা সভাপতি আৰু জিলা বিষয়া ববীয়া VCDC অধ্যক্ষ সহ অধ্যক্ষ উপস্থিতি নৱ নিযুক্তি পোৱা পৰ্ব্বতঝোৰা মণ্ডলৰ প্ৰভাৰী সন্মানীয় *শ্ৰীযুত নিমু টুডু ডাঙৰীয়াৰ* লগত পৰিচয় পৰ্ব ভাৰতীয় জনতা পাৰ্টি মণ্ডল কাৰ্য্যালয়ত অনুষ্ঠিত হয়।

উক্ত পৰিচয় পৰ্বত পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ সভাপতি সন্মানীয় *শ্ৰীযুত সৰ্বেশ্বৰ ৰাভা ডাঙৰীয়া*, সাধাৰণ সম্পাদক সন্মানীয় *শ্ৰীযুত ৰাজা ক্ৰৌ মদাউ মুছাহাৰী ডাঙৰীয়া শ্ৰীযুত নাৰায়ন পাল ডাঙৰীয়া* কোকৰাঝাৰ জিলাৰ সামাজিক মাধ্যমৰ কোষ সহ আহ্বায়ক সন্মানীয় *শ্ৰী গনেন্দ্ৰ ৰাভা* মণ্ডল বিষয় ববীয়া উপস্থিত থাকে।






জিলাঃ- কোনৰাঝাৰ ৷            কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি ২ অক্টোবৰ ২০২৩ তাৰিখ সোমবাৰ দিনা ...
02/10/2023

জিলাঃ- কোনৰাঝাৰ ৷

কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি ২ অক্টোবৰ ২০২৩ তাৰিখ সোমবাৰ দিনা *সেৱা পষেক* অভিযানৰ অন্তিম দিন তথা *গান্ধী জয়ন্তী* উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ বিষয় ববীয়া পৰ্ব্বতঝোৰা সকলো অঞ্চলত *স্বচ্ছতা অভিযান* কাৰ্য্যসুচী অনুষ্ঠিত কৰে।
উক্ত অনুস্হানত পৰ্ব্বতঝোৰা মণ্ডলৰ মহিলা মৰ্চাৰ সম্পাদিকা মাননীয়া শ্ৰীমতী বিৰলা বসুমতাৰী ডাঙৰীয়ানি আৰু অফিচ বিয়ৰা সকলো উপস্থিত থাকে।
depanjaliroy




জিলা÷কোকৰাঝাৰকাৰ্য্যসূচী ৰাখী বন্ধন          কোকৰাঝাৰ জিলাৰ নিৰ্দেশ মৰ্মে পৰ্ব্বতঝোৰা মণ্ডল মহিলা মৰ্চাৰ গাড়ী   চালক সকল...
31/08/2023

জিলা÷কোকৰাঝাৰ
কাৰ্য্যসূচী ৰাখী বন্ধন

কোকৰাঝাৰ জিলাৰ নিৰ্দেশ মৰ্মে পৰ্ব্বতঝোৰা মণ্ডল মহিলা মৰ্চাৰ গাড়ী চালক সকলক পবিত্ৰ ৰাখী বন্ধন, যাক প্ৰায়ে কেৱল ৰাখী বুলি কোৱা হয়, ভাই-ভনীৰ মাজৰ বন্ধনক উদযাপন কৰা হিন্দু উৎসৱ। এই উৎসৱৰ সময়ত ভগ্নীসকলে প্ৰেম, সুৰক্ষা আৰু সদিচ্ছাৰ প্ৰতীক হিচাপে ভাতৃৰ হাতৰ কব্জিত পবিত্ৰ সূতা (যাক "ৰাখী" বুলি জনা যায়) বান্ধি লয়। বিনিময়ত ভাই-ভনীসকলক উপহাৰ বা কৃতজ্ঞতাৰ চিন দিয়ে। এই উৎসৱে ভাই-ভনীৰ মাজত থকা দৃঢ় বন্ধন আৰু পাৰস্পৰিক মৰমৰ সূচনা কৰে।
উক্ত পবিত্ৰ ৰাখী বন্ধন উৎসৱত পৰ্ব্বতঝোৰা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সন্মানীয়া শ্ৰীমতী সৰজনী ৰাভা ডাঙৰীয়ানি সাধাৰণ সম্পাদক সন্মানীয়া শ্ৰীমতী বিৰলা বসুমতাৰী ডাঙৰীয়ানি জিলা সম্পাদিকা সন্মানীয়া নিতু ব্রক্ষ্ম ডাঙৰীয়ানি আৰু অফিস বিয়ৰা সদস্যা সকলো উপস্থিত থাকো।





ভাৰতীয়জনতা পাৰ্টি১ নং পৰ্ব্বতঝোৰা মণ্ডল সমিতিজিলা কোকৰাঝাৰ বি টি আৰ অসম।            কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মণ্ডল মহি...
12/08/2023

ভাৰতীয়জনতা পাৰ্টি
১ নং পৰ্ব্বতঝোৰা মণ্ডল সমিতি
জিলা কোকৰাঝাৰ বি টি আৰ অসম।

কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি ১২ আগষ্ট ২০২৩ শনিবাৰ দিনা কাজিগাওঁ ৰাজহুৱা ভৱনত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। লগতে শিল্পী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে । দেশৰ চহকী হস্ততাঁত ঐতিহ্য আৰু এই সুন্দৰ বস্ত্ৰ সৃষ্টি কৰা দক্ষ শিল্পীসকলক সন্মান আৰু প্ৰচাৰৰ দিন। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণ, গ্ৰাম্য জীৱিকাৰ সমৰ্থন, আৰু বহনক্ষম ফেশ্বনৰ প্ৰসাৰৰ ক্ষেত্ৰত হাতৰ তাঁতশালৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই উদযাপন আৰম্ভ কৰা হৈছিল।

এই দিৱসত সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠান, প্ৰদৰ্শনী, কৰ্মশালা, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়। ই হাতেৰে বোৱা কাপোৰ আৰু কাপোৰৰ বৈচিত্ৰ্য আৰু সৌন্দৰ্য্য প্ৰদৰ্শনৰ বাবে এক মঞ্চ হিচাপে কাম কৰে। চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা, আৰু স্থানীয় সম্প্ৰদায়ে হস্ততাঁত উদ্যোগৰ তাৎপৰ্য্যৰ বিষয়ে সজাগতা বিয়পোৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ লক্ষ্য হৈছে মানুহক হস্ততাঁত সামগ্ৰী ক্ৰয় আৰু পিন্ধিবলৈ উৎসাহিত কৰা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গৌৰৱবোধ গঢ়ি তোলা আৰু স্থানীয় শিপিনীসকলক সহায় কৰা। হস্ততাঁত বস্ত্ৰৰ সৈতে জড়িত শিল্পকলা, সৃষ্টিশীলতা, আৰু বহনক্ষম পদ্ধতিৰ শলাগ লোৱাৰ এক আচৰিত উপায়। এইবোৰৰ ওপৰত সম্ভাষণ ৰাখি ৰাষ্ট্ৰীয় হস্ত তাঁত দিৱস অনুষ্ঠিত হয়

উক্ত অনুস্হানত পৰ্ব্বতঝোৰা মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীযুক্তা সৰজনী ৰাভা ডাঙৰীয়ানি সাধাৰণ সম্পাদীকা শ্ৰীমতী বিৰলা বসুমতাৰী পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ সভাপতি শ্ৰীযুত সৰ্বেশ্বৰ ৰাভা ডাঙৰীয়া দক্ষতা বিকাশ কোষ সহ আহ্বায়ক শ্ৰীযুত জগদীশ বসুমতাৰী ডাঙৰীয়া পৰ্ব্বতঝোৰা মণ্ডল যুৱমৰ্চা সভাপত শ্ৰীযুত হকি কুমাৰ ৰাভা ডাঙৰীয়া পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ সামাজিক মাধ্যমৰ কোষ আহ্বায়ক শ্ৰী গনেন্দ্ৰ ৰাভা ডাঙৰীয়া আৰু অন্যান্য কাৰ্য্যকৰ্তা উপস্থিত থাকে।





জিলা:কোকৰাঝাৰমন্ডল:পৰ্বতঝোৰাশক্তিকেন্দ্ৰ:মাটিয়াদলবুথৰ নাম:বংশিঝোৰা মাটিয়াদল এল পি স্কুলবুথ নং:১৯ আজি ইং ০১/০৬/২০২৩ তাৰ...
01/06/2023

জিলা:কোকৰাঝাৰ
মন্ডল:পৰ্বতঝোৰা
শক্তিকেন্দ্ৰ:মাটিয়াদল
বুথৰ নাম:বংশিঝোৰা মাটিয়াদল এল পি স্কুল
বুথ নং:১৯
আজি ইং ০১/০৬/২০২৩ তাৰিখ ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ মহিলা মর্চাৰ নির্দেশ মর্মে পৰ্বতঝোৰা মণ্ডল মহিলা মর্চাৰ উদ্যোগত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয়কৰণ কৰা হল।





জিলা:কোকৰাঝাৰমন্ডল:পৰ্বতঝোৰাশক্তিকেন্দ্ৰ:টোকৰাগাঁওবুথৰ নাম:মাওৰিঝোৰা এল পি স্কুলবুথ নং:২২ আজি ইং ৩০/০৫/২০২৩ তাৰিখ ভাৰতীয...
30/05/2023

জিলা:কোকৰাঝাৰ
মন্ডল:পৰ্বতঝোৰা
শক্তিকেন্দ্ৰ:টোকৰাগাঁও
বুথৰ নাম:মাওৰিঝোৰা এল পি স্কুল
বুথ নং:২২
আজি ইং ৩০/০৫/২০২৩ তাৰিখ ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ মহিলা মর্চাৰ নির্দেশ মর্মে পৰ্বতঝোৰা মণ্ডল মহিলা মর্চাৰ উদ্যোগত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয়কৰণ কৰা হল।





আজি ২১/০৫/২০২৩ ইং ৰবিবাৰ দিনা আবেলি ৫ বজাত বজাত ৰাজ্যিক  বি জে পি মহিলা মর্চাৰ নির্দেশ মর্মে, পৰ্বতঝোৰা মণ্ডল মহিলা মর্চ...
21/05/2023

আজি ২১/০৫/২০২৩ ইং ৰবিবাৰ দিনা আবেলি ৫ বজাত বজাত ৰাজ্যিক বি জে পি মহিলা মর্চাৰ নির্দেশ মর্মে, পৰ্বতঝোৰা মণ্ডল মহিলা মর্চাৰ সভনেত্রী সন্মানীয় সৰজনী ৰাভা বাইদেউৰ সভাপতিত্বত, পৰ্বতঝোৰা মণ্ডলৰ অন্তর্গত ৰুপচী ১ম খন্ড বুথ নং ৭৫ ত বুথ বাহিনী পুণৰ গঠন আৰু সক্রিয়কৰণৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্তিত থাকে বুথ সভাপতি লালজি ৰায় আৰু বুথৰ সদস্যা সকল।






যোৱাকালি  ইং ২০/০৫/২০২৩ তাৰিখত দূপুৰীয়া ২ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ বাসবাৰি  শক...
21/05/2023

যোৱাকালি ইং ২০/০৫/২০২৩ তাৰিখত দূপুৰীয়া ২ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ বাসবাৰি শক্তিকেন্দ্ৰৰ ১১৭৪ নং বাসবাৰি এল পি স্কুল ৩২(বাওফাল)) নং বুথত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয় কৰণ কৰা হয়।
আজিৰ এই সভাত উপস্থিত থাকে পর্ব্বতঝোৰা মন্ডল মহিলা মর্চাৰ কাৰ্যনিৰ্বাহক সদস্যা ডালিমা ৰাভা বাইদেউ, বুথ সভাপতি ৰঞ্জন ব্রক্ষ্ম, পৰ্বতঝোৰা মণ্ডল সম্পাদক শম্ভু ৰাভা আৰু বুথৰ সন্মানীয় বুথ সভাপতি আৰু গাৱঁৰ মহিলা সকল।






যোৱাকালি  ইং ২০/০৫/২০২৩ তাৰিখত আবেলি ৪ বজাত  ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ বৰশিঝোৰা এল পি...
21/05/2023

যোৱাকালি ইং ২০/০৫/২০২৩ তাৰিখত আবেলি ৪ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ বৰশিঝোৰা এল পি স্কুল ২৭(বাওফাল) নং বুথত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয় কৰণ কৰা হয়।
আজিৰ এই সভাত উপস্থিত থাকে পর্ব্বতঝোৰা মন্ডল মহিলা মর্চাৰ সভানেত্রী সন্মানীয়া শ্রীযুক্তা সৰজনী ৰাভা ডাঙৰীয়াণী, পর্ব্বতঝোৰা মন্ডলৰ উপ-সভাপতি সন্মানীয় নির্পন ৰাভা ডাঙৰীয়া, কোকৰাঝাৰ জিলাৰ দক্ষতা বিকাশ কোষৰ সহ- আহ্বায়ক সন্মানীয়
জগদীশ বসুমতাৰী ডাঙৰীয়া, পৰ্বতঝোৰা মণ্ডলৰ মহিলা মর্চাৰ মিডিয়া ইনচার্জ শেৱালি দৈমাৰী বাইদেউ, বুথ সম্পাদক ননিল কৰ ৰাভা, বুথ সভাপতি অকশয় কৰ ৰাভা আৰু বুথৰ সন্মানীয় বুথ সদস্যা সকল।






যোৱাকালি  ইং ২০/০৫/২০২৩ তাৰিখত দূপুৰীয়া ২ বজাত  ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ বৰশিঝোৰা এ...
21/05/2023

যোৱাকালি ইং ২০/০৫/২০২৩ তাৰিখত দূপুৰীয়া ২ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ বৰশিঝোৰা এল পি স্কুল ২৬ নং বুথত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয় কৰণ কৰা হয়।
আজিৰ এই সভাত উপস্থিত থাকে পর্ব্বতঝোৰা মন্ডল মহিলা মর্চাৰ সভানেত্রী সন্মানীয়া শ্রীযুক্তা সৰজনী ৰাভা ডাঙৰীয়াণী, পর্ব্বতঝোৰা মন্ডলৰ উপ-সভাপতি সন্মানীয় নির্পন ৰাভা ডাঙৰীয়া, কোকৰাঝাৰ জিলাৰ দক্ষতা বিকাশ কোষৰ সহ- আহ্বায়ক সন্মানীয়
জগদীশ বসুমতাৰী ডাঙৰীয়া, পৰ্বতঝোৰা মণ্ডলৰ মহিলা মর্চাৰ মিডিয়া ইনচার্জ শেৱালি দৈমাৰী বাইদেউ, কাজিগাওঁ ভি চি ডি চি ৰ ভাইচ চেৱাৰমেন শান্তি ৰাভা বাইদেউ আৰু বুথৰ সন্মানীয় বুথ সদস্যা সকল।






যোৱাকালি  ইং ২০/০৫/২০২৩ তাৰিখত দূপুৰীয়া ১২ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ কাজিগাওঁ গ...
21/05/2023

যোৱাকালি ইং ২০/০৫/২০২৩ তাৰিখত দূপুৰীয়া ১২ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ কাজিগাওঁ গুমভিৰাকাটা ২০ নং বুথত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয় কৰণ কৰা হয়।
আজিৰ এই সভাত উপস্থিত থাকে পর্ব্বতঝোৰা মন্ডল মহিলা মর্চাৰ সভানেত্রী সন্মানীয়া শ্রীযুক্তা সৰজনী ৰাভা ডাঙৰীয়াণী, পর্ব্বতঝোৰা মন্ডলৰ উপ-সভাপতি সন্মানীয় নির্পন ৰাভা ডাঙৰীয়া, কোকৰাঝাৰ জিলাৰ দক্ষতা বিকাশ কোষৰ সহ- আহ্বায়ক সন্মানীয়
জগদীশ বসুমতাৰী ডাঙৰীয়া, পৰ্বতঝোৰা মণ্ডলৰ মহিলা মর্চাৰ মিডিয়া ইনচার্জ শেৱালি ব্রক্ষ্ম বাইদেউ, পৰ্বতঝোৰা মণ্ডলৰ মহিলা মর্চাৰ উপ-সভাপতি বিৰলা বসুমতাৰী বাইদেউ, মন কি বাতৰ ইনচার্জ সুমন ব্রক্ষ্ম, পৰ্বতঝোৰা মণ্ডলৰ মহিলা মর্চাৰ ট্রিজেৰাৰ তৃষ্ণা ব্রক্ষ্ম বাইদেউ আৰু বুথৰ সন্মানীয় বুথ সদস্যা সকল।






যোৱাকালি  ইং ২০/০৫/২০২৩ তাৰিখত পুৱা ১১ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ কাজিগাওঁ ২৩ নং ...
21/05/2023

যোৱাকালি ইং ২০/০৫/২০২৩ তাৰিখত পুৱা ১১ বজাত ভাৰতীয় জনতা পার্টি কোকৰাঝাৰ জিলাৰ অন্তর্গত পৰ্বতঝোৰা মণ্ডলৰ কাজিগাওঁ ২৩ নং বুথত মহিলা বুথ বাহিনীৰ পুনৰ গঠন আৰু সক্রিয় কৰণ কৰা হয়।
আজিৰ এই সভাত উপস্থিত থাকে পর্ব্বতঝোৰা মন্ডল মহিলা মর্চাৰ সভানেত্রী সন্মানীয়া শ্রীযুক্তা সৰজনী ৰাভা ডাঙৰীয়াণী, পর্ব্বতঝোৰা মন্ডলৰ উপ-সভাপতি সন্মানীয় নির্পন ৰাভা ডাঙৰীয়া, কোকৰাঝাৰ জিলাৰ দক্ষতা বিকাশ কোষৰ সহ- আহ্বায়ক সন্মানীয়
জগদীশ বসুমতাৰী ডাঙৰীয়া, বুথ সভাপতি ৰুনুমনি ৰাভা বাইদেউ, সম্পাদক মিতুশি পাল আৰু বুথৰ সন্মানীয় বুথ সদস্যা সকল।






Address

Kazigaon Parbotjora
Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when BJP Parbatjhora Mandal Mahila Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share