23/06/2023
*গোসাইগাওঁ সমবায় সমিতি নিৰ্বাচন*
#বি_পি_এফৰ_১৫_জন_প্ৰাৰ্থীৰ_জয়লাভ
ইউ পি পি এল আৰু বি জে পিৰ শোচনীয় পৰাজয়।
গোসাইগাওঁ সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনত বি পি এফৰ হাতত শোচনীয় পৰাজয় শাসকীয় ইউ পি পি এল আৰু বি জে পিৰ। বি পি এফ দলে ১৫ টা আসনৰ ভিতৰত ১৫ জন প্ৰাৰ্থী জিকাবলৈ সক্ষম হৈছে। ইয়াৰে প্ৰমান হল যে হাগ্ৰামা মহিলাৰীদেৱৰ জনপ্ৰিয়তা আজিও উচ্চ স্তৰত। বৰ্তমান বি টি চিৰ শাসনাধিষ্ট ইউ পি পি এল আৰু বি জে পিৰ ২,৩ বছৰৰ শাসন কালত বি টি চি তথা গোসাইগাওঁ অঞ্চলৰ ৰাইজ তেখেত সকলৰ কাম কাজৰ প্ৰতি অতিষ্ট হৈ বি পি এফ দলক আদৰি লোৱা পৰিলক্ষিত হৈছে।