Sarania Kachari Cell BPF

Sarania Kachari Cell BPF বিপিএফ দলৰ শৰণীয়া কছাৰী জাতীয় কোষৰ কেন্দ্ৰীয় সমিতিৰ ফেচবুক পেজ ।

ভেৰগাওঁ‌ জিলা শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ সমিতিৰ তৰফৰ পৰা ভেৰগাওঁ‌ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মহেশ্বৰ বড়ো ডা...
20/03/2026

ভেৰগাওঁ‌ জিলা শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ সমিতিৰ তৰফৰ পৰা ভেৰগাওঁ‌ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মহেশ্বৰ বড়ো ডাঙৰীয়াক শৰণীয়া কছাৰী জাতীয় "মুকচা"ৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।


বিপিএফ দলৰ আটাইকেইগৰাকী প্ৰাৰ্থীলৈ শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
19/03/2026

বিপিএফ দলৰ আটাইকেইগৰাকী প্ৰাৰ্থীলৈ শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

আজি তামুলপুৰস্থিত শংকৰদেৱ প্ৰেক্ষাগৃহত তামুলপুৰ জিলা বিপিএফ , মহিলা , যুৱ , বিএচইউ , সকলো জাতীয় কোষৰ যুটীয়া কাৰ্যনিৰ্বাহ...
17/03/2026

আজি তামুলপুৰস্থিত শংকৰদেৱ প্ৰেক্ষাগৃহত তামুলপুৰ জিলা বিপিএফ , মহিলা , যুৱ , বিএচইউ , সকলো জাতীয় কোষৰ যুটীয়া কাৰ্যনিৰ্বাহক সভাত তামুলপুৰ জিলা শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ তৰফৰ পৰা বিটিচি চীফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক "মুকচা" ৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

14/01/2026

On this joyous occasion of Magw Domasi and Magh Bihu, I extend my warmest greetings to all. May the harvest festival fill your lives with abundant prosperity, good health, unity, and endless happiness. Let us celebrate our rich traditions and work together for a brighter Bodoland and Assam.

मागो दमासिनि गोजोन्थाव बुब्लियाव आं बयखौबो गोसो गोर्बोजों हामलायथि बावहरो।

মাঘৰ দোমাহি আৰু মাঘ বিহুৰ এই আনন্দময় সময়ত মই সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো।

Bodoland People's Front - BPF



শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পংকজ শৰণীয়া ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন 💐💐💐
25/11/2025

শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পংকজ শৰণীয়া ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন 💐💐💐

গোৰেশ্বৰ (গ্ৰাম্য) VCDC ৰ চেয়াৰমেন হিচাপে নিযুক্তি দিলে গোৰেশ্বৰ ব্লক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ সন্মানীয় সভাপতি বশি...
23/11/2025

গোৰেশ্বৰ (গ্ৰাম্য) VCDC ৰ চেয়াৰমেন হিচাপে নিযুক্তি দিলে গোৰেশ্বৰ ব্লক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ সন্মানীয় সভাপতি বশিষ্ঠ ডেকা ডাঙৰীয়াক ।
শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ তৰফৰ পৰা তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐💐

17/11/2025
চতুৰ্থবাৰলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত লোৱাৰ প্ৰাক মুহূৰ্তত শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ছাৰক শৰণীয়া কছাৰী জা...
06/10/2025

চতুৰ্থবাৰলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত লোৱাৰ প্ৰাক মুহূৰ্তত শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ছাৰক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফ কেন্দ্ৰীয় সমিতিয়ে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় গলবস্ত্ৰ "মুকচা"ৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ মহৰিপাৰা শৰণীয়া চুবুৰি আৰু নাওকাটা চুঙাপাৰা শৰণীয়া চুবুৰিত শুক্লাই ছেৰফাং ব্লক শৰণীয়া কছা...
06/09/2025

শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ মহৰিপাৰা শৰণীয়া চুবুৰি আৰু নাওকাটা চুঙাপাৰা শৰণীয়া চুবুৰিত শুক্লাই ছেৰফাং ব্লক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ উদ্যোগত নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পংকজ শৰণীয়া ডাঙৰীয়া , শুক্লাই ছেৰফাং ব্লক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ সাধাৰণ সম্পাদক ভৃগুজ্যোতি ডেকা ডাঙৰীয়া ।



৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দক্ষিণ হাৰিজোৰা শৰণীয়া চুবুৰিত শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ...
05/09/2025

৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দক্ষিণ হাৰিজোৰা শৰণীয়া চুবুৰিত শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই উপস্থিত হৈ ৰাইজক উদ্দ্যেশি বহুমূলীয়া বক্তব্য প্ৰদান কৰে । এই সভাত শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পংকজ শৰণীয়া ডাঙৰীয়াৰ লগতে গোৰেশ্বৰ ব্লক বিপিএফৰ বিষয়ববীয়া সকল , গোৰেশ্বৰ ব্লক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।



গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দক্ষিণ দলংদিয়া শৰণীয়া চুবুৰিত শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ উদ্যোগত নিৰ্বাচনী সভা অনুষ্ঠিত হয় ...
01/09/2025

গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দক্ষিণ দলংদিয়া শৰণীয়া চুবুৰিত শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ উদ্যোগত নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই সভাত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া , শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পংকজ শৰণীয়া ডাঙৰীয়া , গোৰেশ্বৰ ব্লক বিপিএফৰ বিষয়ববীয়া সকল আৰু গোৰেশ্বৰ ব্লক শৰণীয়া কছাৰী জাতীয় কোষ বিপিএফৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।


Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Sarania Kachari Cell BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share