27/09/2025
বিটিচি নিৰ্বাচনৰ সকলো বিজয়ী প্ৰাৰ্থীলৈ #ঢোলমাৰা_আঞ্চলিক_এবিএমছু ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🎊🎉🎊🥳। আৰু আগন্তুক সফল যাত্ৰা আৰু নতুন উন্নয়ন আৰু প্ৰগতি অনাৰ বাবে নতুন চৰকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে নতুন চৰকাৰক অনুৰোধ জনাও অনুগ্ৰহ কৰি 🙏 BTC ৰ নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰিব! বিশেষকৈ ভূমিৰ অধিকাৰ।
Hagrama Mohilary congratulations Sir.