Salbari Dist Sutradhar Cell,BPF

Salbari Dist Sutradhar Cell,BPF Hagrama Mahilary Zindabad
Bpf Zindabad

আজি চিৰাঙৰ কাজলগাঁৱৰ জিলা কেন্দ্ৰৰ কনফাৰেন্স হলত নিজ নিজ বিভাগৰ কাৰ্যবাহী সদস্য (ই এম এছ), এম চি এল এ এছ, বিধায়ক আৰু বি...
30/06/2026

আজি চিৰাঙৰ কাজলগাঁৱৰ জিলা কেন্দ্ৰৰ কনফাৰেন্স হলত নিজ নিজ বিভাগৰ কাৰ্যবাহী সদস্য (ই এম এছ), এম চি এল এ এছ, বিধায়ক আৰু বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰি পি ডব্লিউ ডি, পি এণ্ড আৰ ডি আৰু পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ। আমি উন্নয়নমূলক কামৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে আলোচনা কৰিলোঁ, প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিলোঁ আৰু প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিলোঁ। চিৰাং জিলাৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ বাবে সকলো আঁচনিৰ গুণগত কাৰ্যকৰীকৰণ, সঠিক নিৰীক্ষণ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰতিটো চুকলৈ বহনক্ষম বৃদ্ধি আৰু উন্নত আন্তঃগাঁথনি অনাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অব্যাহত আছে।

বডোলেণ্ড পিপলছ ফ্ৰণ্ট - বিপিএফ

41 নং মানস বিধান সভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ মানে কংগ্ৰেছ। স্বভিমানি অসমীয়া সকলে অঞ্জন তালুকদাক কিয় ...
31/03/2026

41 নং মানস বিধান সভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ মানে কংগ্ৰেছ। স্বভিমানি অসমীয়া সকলে অঞ্জন তালুকদাক কিয় ভোট প্ৰদান কৰিব? আমি অসমত কেতিয়াও কংগ্ৰেছ চৰকাৰ হবলৈ নিদিওঁ। গতিকে আহক আমি সকলোৱে মিলি জলি আগন্তুক বিধান সভা নিৰ্বাচনত 41 নং মানস বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ (BJP+BPF+AGP)প্ৰাৰ্থী শ্ৰীযুত থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমাৰ বহুমূলীয়া ভোট প্ৰদান কৰি দিছপুত পঠিয়াই দিও।

বাক্সা জিলাৰ অন্তৰ্গত 42 নং বাক্সা বিধান সভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু 41 নং মানস বিধান সভা সমষ্টিৰ ...
29/03/2026

বাক্সা জিলাৰ অন্তৰ্গত 42 নং বাক্সা বিধান সভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু 41 নং মানস বিধান সভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ । আমি বিপুল ভোটত জয় যুক্ত কৰি দিছপুৰ পঠিয়াবলৈ আমি সাজু।

মায়াবিনী ৰাতিৰ বুকুতদেখা পালোঁ তোমাৰ ছবিধৰা দিলা গোপনে আহিহিয়াৰ কোণততুমি যে মোৰ শুকান মনতনিয়ৰৰে চেঁচা টোপালনামি অহা ৰ’দৰ...
17/11/2025

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
দুচকুতে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ।

সকলোৱে এই গান টো হৃদয়ত যত্ন সহকাৰে ৰাখিম।

#জুবিন_অনুৰাগী #জুবিন_গাৰ্গ
Mahilary Zindabad

বি পি এফ দলে অসম দখল অভিযান আৰাম্ভ হৈ গল। বি পি এফ দল কাৰো অধীনত নচলে । বি টি চিৰ বাহিৰেও অসমত বহুত টা বিধান সভা সমষ্টিত...
15/11/2025

বি পি এফ দলে অসম দখল অভিযান আৰাম্ভ হৈ গল। বি পি এফ দল কাৰো অধীনত নচলে । বি টি চিৰ বাহিৰেও অসমত বহুত টা বিধান সভা সমষ্টিত প্ৰাৰ্থী পক্ষেপ বি পি এফ দলে কৰিব।

Twenty Five Thousand Voices One Heart One Zubeen
15/11/2025

Twenty Five Thousand Voices One Heart One Zubeen

15/11/2025

The Zubeen Garg Memorial Park will be opened on November 18 on 58 bighas of land in Kokrajhar. Thank you Hagrama Mahilary
ZINDABAD
DIST BPF ZINDABAD
BLOCK BPF ZINDABAD
DIST SUTRADHAR CELL BPF ZINDABAD

Address

Salbari, Baksa Masulpur, Btc
Kokrajhar
781315

Website

Alerts

Be the first to know and let us send you an email when Salbari Dist Sutradhar Cell,BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share