নৱজাগৰণ কৃষ্টি সংঘ, লংকা

  • Home
  • India
  • Lanka
  • নৱজাগৰণ কৃষ্টি সংঘ, লংকা

নৱজাগৰণ কৃষ্টি সংঘ, লংকা নৱজাগৰণ কৃষ্টি সংঘ, লংকা

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি নৱজাগৰণ কৃষ্টি সংঘ, লংকাৰ " বিহুৰে বিৰিণা-২০২৫" ৰ সমূহ কাৰ্যসূচী অনিৰ্দিষ্ট ...
10/05/2025

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি নৱজাগৰণ কৃষ্টি সংঘ, লংকাৰ " বিহুৰে বিৰিণা-২০২৫" ৰ সমূহ কাৰ্যসূচী অনিৰ্দিষ্ট দিনলৈ স্থগিত ৰখা হৈছে ।।

ধন্যবাদ, জয় আই অসম, জয় হিন্দ ।।

কালি ২৬ এপ্রিল, ২০২৫ তাৰিখে লংকা সাৰ্বজনীন নামঘৰত চলি থকা ভাগৱত পাঠৰ ৰাতিৰ ভকত সেৱা "নৱ জাগৰণ কৃষ্টি সংঘ" ৰ তৰফৰ পৰা কৰা...
27/04/2025

কালি ২৬ এপ্রিল, ২০২৫ তাৰিখে লংকা সাৰ্বজনীন নামঘৰত চলি থকা ভাগৱত পাঠৰ ৰাতিৰ ভকত সেৱা "নৱ জাগৰণ কৃষ্টি সংঘ" ৰ তৰফৰ পৰা কৰা হয় । কাৰ্য্যসূচী ভাগ সফল কৰি তোলাৰ ক্ষেত্ৰত সহায়- সহযোগিতা আগবঢ়োৱা সকলোকে সংঘৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ ।

নৱজাগৰণ কৃষ্টি সংঘ, লংকা ৰ ব্যৱস্থাপনাত আগন্তুক ইংৰাজী নৱবৰ্ষ 2025 ৰ ৯,১০‌ আৰু ১১ জানুৱাৰীত লংকা চহৰত নাট প্ৰদৰ্শণৰ বাবে...
17/09/2024

নৱজাগৰণ কৃষ্টি সংঘ, লংকা ৰ ব্যৱস্থাপনাত আগন্তুক ইংৰাজী নৱবৰ্ষ 2025 ৰ ৯,১০‌ আৰু ১১ জানুৱাৰীত লংকা চহৰত নাট প্ৰদৰ্শণৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছে অসমৰ স্বনামধন্য আগশাৰীৰ নাট্যদল " হেঙুল থিয়েটাৰ"...

এইবেলি হেঙুলৰ মঞ্চত দেখা পাব অসমৰ নৱপ্ৰজন্মৰ কেইবাগৰাকীও অভিনেতা- অভিনেত্ৰীৰ লগতে বহু কেইগৰাকী মঞ্চ সফল বলিষ্ঠ অভিনেতা ।।
এইবাৰ হেঙুলৰ মঞ্চ শুৱনি কৰিব কৃষ্ণচূড়া, কলংপাৰ , দুটি মনৰ জোনাক, স্বৰ্গৰথ, ফিছা আদিৰে জনপ্ৰিয়তাৰ শীৰ্ষত অৰ্জন কৰা " কমল লোচন ",
চুপা- চুপিৰ উৰ্মিলা বৌ খ্যাত স্নিগ্ধা ফুকন,
তাৰ লগতে আছে নিৰুপম শইকীয়া, হিমাংশু গগৈ, শিল্পীশিখা বৰা, হেলেনা আখটাৰ, মহেশ বৰা, অশ্ৰুমনি বৰাৰ দৰে বলিষ্ঠ অভিনেতা- অভিনেত্ৰী ।।

সমূহ লংকাবাসী ৰাইজৰ সহায়- সহযোগিতা তথা গঠনমূলক পৰামৰ্শ আশা কৰিলোঁ ।।

Address

Lanka
782446

Website

Alerts

Be the first to know and let us send you an email when নৱজাগৰণ কৃষ্টি সংঘ, লংকা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category