BJYM,Lumding Mandal

BJYM,Lumding Mandal yuba shakti,Rashtra shakti

ভাৰতীয় জনতা পার্টি লামডীং মন্ডলৰ প্রাক্তন  সাধাৰন সম্পাদক তথা বিশিষ্ট সমাজসেবক মাননীয়   ডাঙৰীয়ালৈ জন্ম দিনৰ অনেক অনেক ...
18/08/2026

ভাৰতীয় জনতা পার্টি লামডীং মন্ডলৰ প্রাক্তন সাধাৰন সম্পাদক তথা বিশিষ্ট সমাজসেবক মাননীয় ডাঙৰীয়ালৈ জন্ম দিনৰ অনেক অনেক শুভেচ্ছা।

আগন্তুক দিনত ঈশ্বৰ তেওঁক সুস্থ সবল আৰু তেওঁৰ সকলো মনো কামনা পূর্ণ কৰে যেন তাৰেই কামনা কৰিলু।

14/08/2026
🕉 শান্তি🙏 শোক সংবাদ,  ভাৰতীয় জনতা পার্টিৰ একনিষ্ঠ কার্যকর্তা প্রাক্তন BJYM লামডীং মন্ডলৰ সভাপতি তথা প্রাক্তন লামডীং পৌৰ...
13/08/2026

🕉 শান্তি🙏
শোক সংবাদ,

ভাৰতীয় জনতা পার্টিৰ একনিষ্ঠ কার্যকর্তা প্রাক্তন BJYM লামডীং মন্ডলৰ সভাপতি তথা প্রাক্তন লামডীং পৌৰসভাৰ Vice Chairman Uttam Das ডাঙৰীয়াৰ যোৱা কালি ৰাতি অকাল প্রয়ানে লামডীং বিজেপি পৰিয়াল মর্মাহত।
তেওঁৰ অকাল প্রয়ান ভাৰতীয় জনতা পার্টিৰ লামডীং মন্ডলৰ বাৱে এক অপুৰনীয় খতি। ঈশ্বৰ তেওঁৰ বিদেহী আত্মাৰ শান্তি প্রদান কৰক আৰু তেওঁৰ শোক সন্তপ্ত পৰিয়ালক এই বেদনা সহ্য কৰাৰ বাবে শক্তি প্রদান কৰক।

🕉 শান্তি🙏

শুভ জন্মদিন 🎉লামডিং মণ্ডল বিজেপিৰ সভাপতি শ্ৰী Dibakar Nag ডাঙৰীয়ালৈ আন্তৰিক জন্মদিনৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।ভগৱান...
01/08/2026

শুভ জন্মদিন 🎉

লামডিং মণ্ডল বিজেপিৰ সভাপতি শ্ৰী Dibakar Nag ডাঙৰীয়ালৈ আন্তৰিক জন্মদিনৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাক সু-স্বাস্থ্য, দীঘলীয়া আয়ুস, সুখ-সমৃদ্ধি আৰু আগন্তুক দিনবোৰত অধিক শক্তি আৰু সফলতা প্ৰদান কৰে। সমাজসেৱা আৰু জনকল্যাণমূলক কামৰ জৰিয়তে আপুনি সদায় আগবাঢ়ি যাওক—এইয়াই আন্তৰিক কামনা।

নিউ গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰী দীপ্লু ৰঞ্জন শৰ্মাক ওপজা দি...
17/07/2026

নিউ গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰী দীপ্লু ৰঞ্জন শৰ্মাক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ভগৱানৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য, দীৰ্ঘায়ু আৰু এক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। আপোনাৰ নেতৃত্বত আমাৰ সমাজ আৰু দল আৰু অধিক শক্তিশালী হৈ উঠক, তাৰেই প্ৰাৰ্থনা জনালোঁ।
Diplu Ranjan Sarma

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা ...
17/07/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।

মা কামাখ্যাই আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ।

15/07/2026

গভীৰ শোক প্ৰকাশ কৰিছোঁ।
ভাৰতীয় জনতা যুৱ মৰ্চা, লামডিং মণ্ডলৰ কোষাধ্যক্ষ কাঞ্চাম আপ্পানাৰ পিতৃৰ অকাল বিয়োগৰ সংবাদত আমি গভীৰভাৱে মৰ্মাহত।

পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ যে, তেওঁ যেন বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰে আৰু শোকসন্তপ্ত পৰিয়ালব

আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু বিকশিত অসমৰ দিশত আন এক ঐতিহাসিক খোজ ...আজি উপস্থাপিত অসম বাজেট ২০২৬-২৭ কেৱল এখন বাজেট নহয়; ই আগন...
11/07/2026

আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু বিকশিত অসমৰ দিশত আন এক ঐতিহাসিক খোজ ...

আজি উপস্থাপিত অসম বাজেট ২০২৬-২৭ কেৱল এখন বাজেট নহয়; ই আগন্তুক অসমৰ উন্নয়নৰ দিশতএক সুদূৰপ্ৰসাৰী সংকল্প।

২ লাখ চৰকাৰী কৰ্মসংস্থাপনৰ লক্ষ্য, 'অৰুণোদয়', 'নিযুত মইনা' আৰু নতুনকৈ 'নিযুত বাবু' আঁচনিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ নিশ্চিত কৰাৰ এক বলিষ্ঠ প্ৰয়াস এই বাজেটত প্ৰতিফলিত হৈছে। আনহাতে, 'অসম মালা ৪.০', গুৱাহাটী এৰ'ট্ৰ'পলিছ,সেউজ শক্তিত বৃহৎ বিনিয়োগ, প্ৰতিটো উপ-স্বাস্থ্য কেন্দ্ৰত এম.বি.বি.এছ. চিকিৎসকৰ নিযুক্তি আৰু এক জিলা, এক বিশ্ববিদ্যালয়ৰ দৰে পদক্ষেপে উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব।

এই বাজেটে স্পষ্টকৈ প্ৰমাণ কৰিছে অসম এতিয়া দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ সৈতে সমানে আগবাঢ়ি যোৱাৰ পথত দৃঢ়তাৰে অগ্ৰসৰ হৈছে।

জনকল্যাণ, উন্নয়ন আৰু দূৰদৰ্শী নেতৃত্বৰ এক অনন্য সমন্বয় এই বাজেট। এনে এখন ভৱিষ্যতমুখী বাজেটৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনালোঁ।

Himanta Biswa Sarma

বিশিষ্ট শিক্ষাবিদ, ভারতীয় জনতা পার্টির পূর্বসূরি ভারতীয় জনসংঘের প্রতিষ্ঠাতা, ‘এক দেশ, এক নিশান, এক বিধান’-এর স্বপ্নদ্র...
06/07/2026

বিশিষ্ট শিক্ষাবিদ, ভারতীয় জনতা পার্টির পূর্বসূরি ভারতীয় জনসংঘের প্রতিষ্ঠাতা, ‘এক দেশ, এক নিশান, এক বিধান’-এর স্বপ্নদ্রষ্টা ‘ভারত কেশরী’ ড. শ্যামাপ্রসাদ মুখার্জীকে তাঁর শুভ জন্মবার্ষিকীতে পরম শ্রদ্ধার সঙ্গে স্মরণ করছি।

ভারতীয় জনসংঘের প্রতিষ্ঠাতা, প্রখর জাতীয়তাবাদী চিন্তাবিদ এবং মাতৃভূমি ভারতের অখণ্ডতার জন্য সর্বস্ব উৎসর্গকারী ড: শ্যামা...
23/06/2026

ভারতীয় জনসংঘের প্রতিষ্ঠাতা, প্রখর জাতীয়তাবাদী চিন্তাবিদ এবং মাতৃভূমি ভারতের অখণ্ডতার জন্য সর্বস্ব উৎসর্গকারী ড: শ্যামাপ্রসাদ মুখোপাধ্যায়ের বলিদান দিবসে তাঁকে জানাই কোটি কোটি প্ৰণাম🙏🙏
উনার জীবন আদর্শ ও আত্মবলিদান আমাদের চিরকাল অনুপ্রাণিত করে যে, দেশের স্বার্থই সর্বাগ্রে , এবং ভারতের ঐক্য, অখণ্ডতা ও আত্মমর্যাদা রক্ষায় সর্বাত্মক প্রচেষ্টাই তাঁর প্রতি প্রকৃত শ্রদ্ধাঞ্জলি🪷🪷

Address

Lumding
782447

Website

Alerts

Be the first to know and let us send you an email when BJYM,Lumding Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share