Mintu Sarma

Mintu Sarma Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mintu Sarma, Political Party, Panjabari, Mön Tawang.

29/05/2025
29/05/2025

ধানৰ লগতে ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিত অনুমোদন জনালে কেন্দ্রীয় কেবিনেটে...

29/05/2025

গৌৰৱ গগৈয়ে এখন ভয়মুক্ত অসম বিচাৰিছে।
গৌৰৱ গগৈয়ে পাকিস্তানৰ পৰিৱৰ্তে অসমৰ গাঁৱে ভূঞে ঘুৰিলে বুজিব কংগ্ৰেছ চৰকাৰ শেষ হোৱাৰ লগে লগে অসমত ভয়ৰ পৰিৱেশো শেষ হৈছে।

অসমে ভয়ৰ পৰিৱেশ দেখিছিল কংগ্ৰেছৰ দিনত।

যেতিয়া ২০০৪ চনত ধেমাজি বোমা বিস্ফোৰণত ১৮ গৰাকীকৈ শিশুৰ মৃত্যু হৈছিল তেতিয়া অসমবাসীয়ে ভয় খাইছিল।

বহু আশা আকাংক্ষাৰে ঘৰৰ পৰা ওলাই অহা মানুহবোৰৰ ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত যেতিয়া মৃত্যু হৈছিল তেতিয়া অসমে ভয় খাইছিল।

২০১৪ চনত যেতিয়া কোকৰাঝাৰত গোষ্ঠী সংঘৰ্ষ হৈছিল, তেতিয়া অসমে ভয় খাইছিল।

অসমৰ প্ৰান্তে প্ৰান্তে সশস্ত্ৰ সংগঠনৰ হত্যা,হিংসা, বন্ধত অসমৰ মানুহে ভয় খাইছিল কংগ্ৰেছৰ দিনত হে।

গৌৰৱ গগৈ ডাঙৰীয়া! এতিয়া অসমত খিলঞ্জীয়া মানুহে ভয় নাখায়। প্ৰতিগৰাকী অসমীয়াৰ বাবে অসম এতিয়া সুৰক্ষিত।

12/02/2025
12/02/2025

ইতিহাসৰ পাতত উজ্বলি থকা অদম্য সাহসী মহাপৰাক্ৰমী যোদ্ধা মহাবীৰ চিলাৰায় দিবসৰ পবিত্ৰ ক্ষণত মহান যোদ্ধা গৰাকীক শ্ৰদ্ধাৰে সোৱৰিছোঁ।

12/02/2025

'পৱিত্ৰ মাঘী পূর্ণিমা' ৰ
উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Address

Panjabari
Mön Tawang

Telephone

+19864811540

Website

Alerts

Be the first to know and let us send you an email when Mintu Sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share