Udoijyoti club

Udoijyoti club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Udoijyoti club, Social service, Majuli.

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱো মহেশ্বৰ:গুৰু: সাক্ষাৎপৰম ব্ৰক্ষ তস্মৌ শ্ৰী গুৰুৱে নম:।(গুৰু হ'ল ব্ৰক্ষা, বিষ্ণু আৰু মহ...
07/09/2021

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱো মহেশ্বৰ:
গুৰু: সাক্ষাৎপৰম ব্ৰক্ষ তস্মৌ শ্ৰী গুৰুৱে নম:।
(গুৰু হ'ল ব্ৰক্ষা, বিষ্ণু আৰু মহেশ্বৰ ৰ প্ৰকৃত ৰূপ; সেই কাৰণে পৰম ব্ৰহ্ম গুৰু তোমাক প্ৰনাম)।
শিক্ষা ব্যৱস্থাটোক এটা সুন্দৰ প্ৰণালীবদ্ধ আৰু সফল ৰূপদিয়াত এজন শিক্ষকৰ ভূমিকা কিমান তাক দোহৰাৰ প্ৰয়োজন নাই। আজি আমি তেনে এজন শিক্ষকৰ কথা ক'বলৈ ওলাইছো।বালিচাপৰি উদয়জ্যোতি ক্লাৱৰ উপদেষ্টা তথা খাৰজান পাৰ জনজাতি হাইস্কুলৰ গণিত বিষয়ৰ শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত গুনেশ্বৰ গায়ন দেৱক যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়ে 2021 বৰ্ষৰ জিলা কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছে।
কৃতি শিক্ষকৰ বঁটা লাভ কৰি গায়ন চাৰে আমাৰ অঞ্চললৈ যি সু - নাম কঢ়িয়াই আনিলে তাৰ বাবে এই চেগতে , আমাৰ উদয়জ্যোতি ক্লাৱৰ সমূহ সদস্যই আজি বিয়লি 3 বজাত বালিচাপৰি স্হিত আলহি ঘৰত সন্মানীয় গায়ন চাৰক সম্বৰ্ধনা জনাই গৌৰৱ অনুভৱ কৰিলো। লগতে গায়ন চাৰৰ শৈক্ষিক দিশটোৰ প্ৰতি থকা সততা , নিষ্ঠা, আহোপুৰুষাৰ্থ প্ৰচেষ্টা আৰু চাৰৰ সু-স্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাথনা জনালো।

We are one☝️✊❤
12/02/2021

We are one☝️✊❤

Address

Majuli

Website

Alerts

Be the first to know and let us send you an email when Udoijyoti club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category