03/09/2026
মাজুলী জলসিঞ্চন সংমণ্ডলৰ দ্বাৰা ৰূপায়িত “Installation of Solar Powered STW Scheme in Majuli LAC (30 Points)”-ৰ কামসমূহৰ অগ্ৰগতি আৰু ৰূপায়ণৰ স্থিতি পৰিদৰ্শন কৰি বুজ লোৱাৰ উদ্দেশ্যে যোৰহাট চক্ৰৰ অধীক্ষক অভিযন্তা মহোদয়ে উপস্থিত থাকি কামসমূহ পৰিদৰ্শন কৰে। লগতে উক্ত পৰিদৰ্শনৰ সময়ত মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তথা বিভাগীয় বিষয়া-কৰ্মচাৰীসকলেও তেখেতৰ সৈতে উপস্থিত থাকে!
Department of Irrigation, Government of Assam