Ahatguri Gaon Panchayat

Ahatguri Gaon Panchayat সচিব:- পংকজ পেগু । সভাপতি:- অঞ্জো দলে পেগু

 #অধিকাৰ
06/09/2021

#অধিকাৰ

আহঁতগুৰি গাঁও পঞ্চায়ত কাৰ্য্যালয়। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পুনৰ নিৰ্মিত।
14/08/2021

আহঁতগুৰি গাঁও পঞ্চায়ত কাৰ্য্যালয়। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পুনৰ নিৰ্মিত।

চিতলদুবি অংগণবাড়ী কেন্দ্ৰ। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত। আঁচনিৰ মূল্য 5 লাখ টকা।
11/08/2021

চিতলদুবি অংগণবাড়ী কেন্দ্ৰ। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত। আঁচনিৰ মূল্য 5 লাখ টকা।

Aahatguri GP Community Hall constructed under 14th Finance Commission
29/07/2021

Aahatguri GP Community Hall constructed under 14th Finance Commission

বৰফাকুৱা অংগণবাড়ী কেন্দ্ৰ। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত। আঁচনিৰ মূল্য ₹৫,০০,০০০।
03/07/2021

বৰফাকুৱা অংগণবাড়ী কেন্দ্ৰ। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত। আঁচনিৰ মূল্য ₹৫,০০,০০০।

প্ৰধান মন্ত্ৰী আৱাহ যোজনাৰ অন্তৰ্গত হুটাৰ গাঁৱৰ গৰাকী ৰঞ্জিত কলিতাৰ ঘৰ।
02/07/2021

প্ৰধান মন্ত্ৰী আৱাহ যোজনাৰ অন্তৰ্গত হুটাৰ গাঁৱৰ গৰাকী ৰঞ্জিত কলিতাৰ ঘৰ।

আহঁতগুৰি গাঁও পঞ্চায়ত ৰ মিচিং সম্প্ৰদায়ৰ এটি সুন্দৰ প্ৰধান মন্ত্ৰী আবাহ যোজনাৰ ঘৰ। গৰাকী:- লক্ষিন পেগু, ৰঙামুৰি গাঁও
02/07/2021

আহঁতগুৰি গাঁও পঞ্চায়ত ৰ মিচিং সম্প্ৰদায়ৰ এটি সুন্দৰ প্ৰধান মন্ত্ৰী আবাহ যোজনাৰ ঘৰ। গৰাকী:- লক্ষিন পেগু, ৰঙামুৰি গাঁও

A success story
02/07/2021

A success story

02/07/2021

আহঁতগুৰি গাঁও পঞ্চায়ত, মাজুলী জিলাৰ পশ্চিম দিশত অৱস্থিত এটা অঞ্চল। প্ৰাকৃতিক ভাবে মনোমোহা এই অঞ্চলটো চাৰিও দিশৰ পৰা ব্ৰহ্মপুত্ৰ নৈ ৰে আগুৰা। অঞ্চলটোৰ প্ৰায় সকলো লোকেই খেতিৰ উপৰত নিৰ্ভৰশীল। খেতি কৰি এ সকলোৱে জীৱিকা নিৰ্বাহ কৰি আহিছে। এই অঞ্চলটোৰ বাবে আহঁতগুৰি গাঁও পঞ্চায়ত এ বিগত কিছু বছৰ আগৰ পৰা বিভিন্ন ধৰণৰ উননয়নমূলক কাম কৰি আহিছে। পকী ঘৰ দেখি নোপোৱা অঞ্চল টোত পঞ্চায়ত ৰ আঁচনিৰ যোগেদি বিভিন্ন পকী ৰাজহুৱা অনুষ্ঠান গঢ়ি তোলা হৈছে। এই অঞ্চলটোৰ উন্নতিৰ বাবে আহিবলগা দিনটো পঞ্চায়তৰ যোগেদি বিভিন্ন উন্নয়ন মূলক কাৰ্য্য কৰি যাবলৈ সকলো দায়বদ্ধ।

Address

Ahatguri
Majuli

Telephone

+919854798532

Website

Alerts

Be the first to know and let us send you an email when Ahatguri Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ahatguri Gaon Panchayat:

Share