Karsang OPE' - Bali Borpomua

Karsang OPE' - Bali Borpomua Social workers

Karsang Ope'
08/11/2020

Karsang Ope'

 'ৰ দৈওবৰিয়া কৰ্তব্য.."Kaì  ajona  lenn'ai, ...kaì  ng:oluk  gìtenge'm  na:re'molai"🙏
18/10/2020

'ৰ দৈওবৰিয়া কৰ্তব্য..
"Kaì ajona lenn'ai, ...kaì ng:oluk gìtenge'm na:re'molai"🙏

 'এ গাঁৱৰ অভিভাৱকৰ পৰা কিছু পৰামৰ্শ,গাঁওখনৰ উন্নতিৰ পদক্ষেপ গ্ৰহণৰ লগতে সজাগতা সভা আমনত্ৰণ কৰাৰ কিছু দৃশ্য।
06/10/2020

'এ গাঁৱৰ অভিভাৱকৰ পৰা কিছু পৰামৰ্শ,গাঁওখনৰ উন্নতিৰ পদক্ষেপ গ্ৰহণৰ লগতে সজাগতা সভা আমনত্ৰণ কৰাৰ কিছু দৃশ্য।

Every Sundayত Bali Borpomua  ' তৰপৰ পৰা গাঁও খনক ঝাৰু মাৰা কাৰ্য্যসূচী সিদ্ধান্ত হাতত লোৱা হৈছিলে, সেয়েহে আজিও গাঁৱৰ সকল...
04/10/2020

Every Sundayত Bali Borpomua ' তৰপৰ পৰা গাঁও খনক ঝাৰু মাৰা কাৰ্য্যসূচী সিদ্ধান্ত হাতত লোৱা হৈছিলে, সেয়েহে আজিও গাঁৱৰ সকলো ডেকা-গাভৰুৱে মিলি এই কাৰ্য্যসূচী সম্পন্ন কৰা হয়।
'

গাঁওখনৰ চাফ-চিকুনৰ বাবে গাঁৱৰ মাজে মাজে লগাম বুলি বাঁহেৰে কেইখনমান Dustbin বনোৱা হৈছে।  Bali Borpomua '
30/09/2020

গাঁওখনৰ চাফ-চিকুনৰ বাবে গাঁৱৰ মাজে মাজে লগাম বুলি বাঁহেৰে কেইখনমান Dustbin বনোৱা হৈছে।
Bali Borpomua
'

আজি আমি বালি বৰ পমুৱাৰ ডেকা-গাভৰুৰ সহযোগীতাৰে Bali Borpomua    'ৰ হৈ আমাৰ গাঁওখনৰ  ৰাস্তা-পদুলিবোৰ চপাই কাম কৰিলো
27/09/2020

আজি আমি বালি বৰ পমুৱাৰ ডেকা-গাভৰুৰ সহযোগীতাৰে Bali Borpomua 'ৰ হৈ আমাৰ গাঁওখনৰ ৰাস্তা-পদুলিবোৰ চপাই কাম কৰিলো

শুভাৰম্ভ: আজি আমাৰ গাঁও খনক চাপাই কামৰ বাবে সাজু
27/09/2020

শুভাৰম্ভ: আজি আমাৰ গাঁও খনক চাপাই কামৰ বাবে সাজু

Address

Garmur, District: Majuli
Majuli
785106

Website

Alerts

Be the first to know and let us send you an email when Karsang OPE' - Bali Borpomua posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category