Majuli Electrical Sub-Division

Majuli Electrical Sub-Division Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Majuli Electrical Sub-Division, Public & Government Service, Majuli.

21/06/2025

মাজুলী সংযোগী ১৩২ কে ভি লাইনৰ মেৰামতি কামৰ বাবে সমগ্ৰ মাজুলীত কাইলৈ ২২/০৬/২০২৫ তাৰিখে পুৱা ৫ বজাৰ পৰা পুৱা ১০ বজালৈ বিদ্যুত সংযোগ ব্যাহত হৈ থাকিব ।

ইয়াৰ দ্বাৰা মাজুলী বৈদ্যুতিক উপ-সংমণ্ডলৰ সকলো সন্মানীয় গ্ৰাহকক জনোৱা হ'ল নেৰানেপেৰা বৰষুণ আৰু বতাহৰ বাবে মাজুলী বৈদ্যু...
30/05/2025

ইয়াৰ দ্বাৰা মাজুলী বৈদ্যুতিক উপ-সংমণ্ডলৰ সকলো সন্মানীয় গ্ৰাহকক জনোৱা হ'ল নেৰানেপেৰা বৰষুণ আৰু বতাহৰ বাবে মাজুলী বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনৰ কিছু কিছু এলেকাত এতিয়ালৈ বিদ্যুৎ যোগান ব্যাহত হৈ আছে। বতাহ-বৰষুণ নেওচি এই প্ৰতিকুল বতৰৰ মাজতো আপোনালোকক বিদ্যুৎ যোগান ধৰিবলৈ আমাৰ সমূহ বিদ্যুৎ কৰ্মী সকলে অতি তৎপৰতাৰে কাম কৰি আছে। আপোনালোকৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ।

09/11/2024

মাজুলী সংযোগী ১৩২ কে ভি লাইনৰ মেৰামতি কামৰ বাবে সমগ্ৰ মাজুলীত কাইলৈ ১0/১১/২০২৪ তাৰিখে পুৱা ৬ বজাৰ পৰা পুৱা ১১ বজালৈ বিদ্যুত সংযোগ ব্যাহত হৈ থাকিব ।

14/09/2024
11/09/2024

নমস্কাৰ গ্ৰহণ কৰিব।
ইয়াৰ দ্বাৰা মাজুলী বৈদ্যুতিক উপ সংমণ্ডলৰ সন্মানীয় বিদ্যুৎ গ্ৰাহক সকলক জনাব বিচাৰো যে, আজি ৰাতিপুৱা প্ৰায় ৪.৩০ মান বজাত অহা ধুমুহা বৰষুণৰ ফলত বিভিন্ন ঠাইত কেইবাটাও বৈদ্যুতিক আন্তঃগাঁথনিৰ ক্ষতিগ্ৰস্ত হৈছে। তাৰবাবে যিমান সম্ভৱ এপিডিচিএলৰ কৰ্মচাৰীসকলে অতি সোনকালে লাইনবোৰ পুনৰুদ্ধাৰ কৰিবলৈ উঠিপৰি কাম কৰি আছে। অনুগ্ৰহ কৰি এই দুৰ্যোগৰ সময়ত আমাৰ সৈতে সহযোগ কৰক। ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি গভীৰভাৱে অনুতাপ কৰিছো ৷

বিদ্যুৎ বিভাগ
মাজুলী বৈদ্যুতিক উপ সংমণ্ডল।

09/08/2024

মাজুলী সংযোগী ১৩২ কে ভি লাইনৰ মেৰামতি কামৰ বাবে সমগ্ৰ মাজুলীত কাইলৈ ১০/০৮/২০২৪ তাৰিখে পুৱা ৫ বজাৰ পৰা পুৱা ১০ বজালৈ বিদ্যুত সংযোগ ব্যাহত হৈ থাকিব ।

বতাহ আৰু বৰষুণৰ ফলত মাজুলী বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ বহুতো অঞ্চলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি সাধন হৈছে। পৰি...
28/05/2024

বতাহ আৰু বৰষুণৰ ফলত মাজুলী বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ বহুতো অঞ্চলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি সাধন হৈছে। পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ অতিৰিক্ত কৰ্মীৰ ব্যৱস্থা কৰা হৈছে। কিছু কিছু অঞ্চলত আজি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থাকিব।
ৰাইজলৈ বিনম্ৰ অনুৰোধ যে ধুমুহাত ছিঙি থকা বৈদ্যুতিক তাঁৰ দেখিলে হাতেৰে নুচুব আৰু বিদ্যুৎ কৰ্মীক জনাব।

জৰুৰীকালীন সময়ত তলত দিয়া নম্বৰত যোগাযোগ কৰিব।

কেন্দ্ৰীয় গ্ৰাহক সেৱা নম্বৰ: ১৯১২
গৰমূৰ নিয়ন্ত্ৰন কক্ষ: ৬৯০০১৭০৩৩১
ফুলনি নিয়ন্ত্ৰন কক্ষ: ৬৯০০১৭০৩৩২
বনগাঁও নিয়ন্ত্ৰন কক্ষ : ৭০৯৯০৪৬৮২৯

03/05/2024

04/05/2024 তাৰিখ শনিবাৰে নালকাটা - মাজুলী সংযোগী 132 KV বৈদ্যুতিক লাইনৰ মেৰামতিৰ বাবে পুৱা 5 বজাৰ পৰা পুৱা 9 বজালৈ মাজুলীত বিদ্যুৎ যোগান ব্যাহতহৈ থাকিব ।

24/02/2024

মাজুলী সংযোগী ১৩২ কে ভি লাইনৰ মেৰামতি কামৰ বাবে সমগ্ৰ মাজুলীত কাইলৈ ২৫/০২/২০২৪ তাৰিখে পুৱা ৬ বজাৰ পৰা পুৱা ০৯ বজালৈ বিদ্যুত সংযোগ ব্যাহত হৈ থাকিব ।

17/02/2024

মাজুলী সংযোগী ১৩২ কে ভি লাইনৰ মেৰামতি কামৰ বাবে সমগ্ৰ মাজুলীত কাইলৈ ১৮/০২/২০২৪ তাৰিখে পুৱা ৬ বজাৰ পৰা পুৱা ০৯ বজালৈ বিদ্যুত সংযোগ ব্যাহত হৈ থাকিব ।

07/02/2024

মাজুলী সংযোগী ১৩২ কে ভি লাইনৰ মেৰামতি কামৰ বাবে সমগ্ৰ মাজুলীত কাইলৈ ০৮/০২/২০২৪ তাৰিখে পুৱা ৫ বজাৰ পৰা পুৱা ১০ বজালৈ বিদ্যুত সংযোগ ব্যাহত হৈ থাকিব ।

23/12/2023

কাইলৈ ২৪/১২/২০২৩ তাৰিখ দেওবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ গড়মূৰ নিয়ন্ত্ৰিত কক্ষৰ জৰুৰী কাৰিকৰী মেৰামতি বাবে কমলাবাৰী, গড়মূৰ, লুইত খাবলু, বালিচাপৰিৰ লগতে বনগাঁওৰ কিছু অংশত বিদ্যুৎ যোগান ব্যাহত থাকিব।

Address

Majuli

Telephone

+916900170331

Website

Alerts

Be the first to know and let us send you an email when Majuli Electrical Sub-Division posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Majuli Electrical Sub-Division:

Share