BMMU Majuli ASRLM

BMMU Majuli ASRLM Block mission management unit , Assam State Rural Livelihoods Mission

22/02/2024

শ্ৰী পদ্ধতিত কৰা ধান খেতিৰ growth.MK- সবিতা পগাগ, পকাজৰা, Majuli Bmmu-ASRLM
03/11/2023

শ্ৰী পদ্ধতিত কৰা ধান খেতিৰ growth.

MK- সবিতা পগাগ, পকাজৰা, Majuli Bmmu-ASRLM

মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ মহৰীছুক মহিলা হস্ততাত উৎপাদক গোটৰ দ্বাৰা ভিন্ন ৰঙৰ প্ৰায় 1000খন মিচিং...
20/10/2023

মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ মহৰীছুক মহিলা হস্ততাত উৎপাদক গোটৰ দ্বাৰা ভিন্ন ৰঙৰ প্ৰায় 1000খন মিচিং থলুৱা ডিজাইনৰ muffler বয় উলিয়াইছে। উচ্চ মানদণ্ডৰ নিপুণ শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা এই muffler সমূহ বিক্ৰীৰ বাবে Majuli SHG Products Outlet , দৰিয়া পাৰ ত উপলব্ধ হব।




Majuli Bmmu-ASRLM
Assam State Rural Livelihoods Mission

 #মোৰ_মাটি_মোৰ_দেশ, মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ আত্ম সহায়ক গোট সমূহে প্ৰত্যেক পঞ্চায়ত ত অমৃত কলচ যাত্ৰা ৰ আজিৰ পৰা শুভা...
22/09/2023

#মোৰ_মাটি_মোৰ_দেশ, মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ আত্ম সহায়ক গোট সমূহে প্ৰত্যেক পঞ্চায়ত ত অমৃত কলচ যাত্ৰা ৰ আজিৰ পৰা শুভাৰম্ভণি কৰিছে।

অমৃত কলচ্ যাত্ৰা ৰ যোগেদি দেশৰ প্ৰতিঘৰ মানুহৰ পৰা এমুঠি মাটি সংগ্ৰহ কৰি বীৰ শ্বহীদ সকলক সোৱাৰণ ত ৰাজধানী দিল্লীত অমৃত উদ্যান নিৰ্মাণ কৰা হব। যিয়ে নিকি দেশৰ জনতাৰ মাজত একতা আৰু দেশ প্ৰেমৰ প্ৰতীক হব।




05/06/2023


Some Livelihoods activities in different areas of MAJULI BLOCK
03/06/2023

Some Livelihoods activities in different areas of MAJULI BLOCK

09/12/2022

জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে বাণিজ্যিক লাভালাভ অৰ্জনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ মহিলা সকলে। পুৰুষৰ সমানেই কৃষিকাৰ্যত অৱতীৰ্ণ হৈ জনসাধাৰণক এক সুস্থ জীৱন প্ৰদানৰ হেতু মহিলা সকল আগবাঢ়ি আহিছে।

তলত দিয়া ফটোকেইখন হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মাজুলী শাখাৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলা সকলৰ কৃষিকৰ্মৰ। তেওঁলোকে "জৈৱিক কৃষি প্ৰকল্প" ৰ অধীনত মাটিমাহ, মটৰমাহ, ভোট জলকীয়াৰ লগতে আলুখেতিও কৰিছে।

The women of the state have been in the forefront in achieving commercial benefits through organic farming. They have come forward to provide a healthy life to the people by indulging in agriculture as much as men.

The following photos are of agricultural work of women from self-help groups under the Majuli BMMU of ASRLM. They have cultivated potatoes along with Black Cereals, King Chillies, peas etc under the "Organic Farming Project".

13/07/2021
শিপিনী অৰ্থতেই কিবা মিঠা তথা মাটিৰ পৰস লুকাই থাকে । সপোনৰ ৰম্যভূমি তথা সৃষ্টিশীল প্ৰতিভাৰ গৰাকী অামাৰ শিপিনীসকল । নিজা উ...
29/07/2020

শিপিনী অৰ্থতেই কিবা মিঠা তথা মাটিৰ পৰস লুকাই থাকে । সপোনৰ ৰম্যভূমি তথা সৃষ্টিশীল প্ৰতিভাৰ গৰাকী অামাৰ শিপিনীসকল । নিজা উৎপাজনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ভড়াল টনকিয়াল কৰি তুলিছে । বিভিন্ন ভংগিমাৰে নানা ৰকমৰ ফুল গুছি সপোন সাৰ্থক কৰে এই সকল মহিলাই ।

প্ৰতিগৰাকী গ্ৰাম্য অসমীয়া মহিলা জন্মগত শিপিনী । তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। সকলো জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়।অসমীয়া জীয়ৰী-বোৱাৰীহতঁৰ হাতে বোৱা কাপোৰৰ মান দেখি মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছিল। তাঁতৰ শালখনক অসমীয়া নাৰীৰ অতি হেঁপাহৰ, অতি মৰমৰ সম্পদ বুলিব পাৰি। অসমীয়া নাৰীৰ স্বভিমান , সৌৰ্ন্দয্য তাঁতশালতে নিহিত হৈ থাকে।

তাৰে এক জ্বলন্ত সাক্ষী হ'ল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মাজুলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৰাৱনাপাৰ পঞ্চায়তৰ " কল্যাণী অাত্ম সহায়ক" গোটৰ সদস্যা বৰ্ণালী বৰা বাইদেউে লকডাউন মাজতে তাঁতশালৰ বাকৰিতে শংকৰদেৱ শিশু নিকেতনৰ নামেৰে গামোছাত ফুল দি বিদ্যালয়খনক যোগান ধৰি অাহিছে । তেখেতে এই সমুহ গামোছা যোগান ধৰি মহানুভৱতাৰ উমান দাঙি ধৰিবলৈ সক্ষম হৈছে । লকডাউনে তথা ক'ৰনা ভাইৰাছে মানৱ জাতিৰ গতিবিধিত স্তব্ধ কৰি তোলাৰ সমান্তৰালকৈ ভাৱে অাকৌ বিভিন্ন জনে সৃষ্টিশীল প্ৰতিভাৰ মাজেদি সৃষ্টিশীল ক্ৰিয়াকলাপ কৰি জনতাৰ প্ৰিয়ভাজন হোৱাৰ লগতে নিজকে চিনাকী দিবলৈ সক্ষম হৈছে ।

বৰ্ণালী বৰা বাইদেউে গামোছাৰ উপৰিও বিভিন্ন ঊলেৰে ঘৰত ব্যৱহাৰ কৰিব পৰাকৈ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি তুলিছে । জীৱিকা উত্তৰণ ক্ষেত্ৰত বাইদেউগৰাকী অৱদান অতুলনীয় ।

মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ এটি অন্যতম কৃষি প্ৰধান পঞ্চায়ত হল দক্ষিণ আহঁতগুৰি পঞ্চায়ত ,বিভিন্ন চৰ চাপৰি অঞ্চলৰে গঠিত এই...
23/07/2020

মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ এটি অন্যতম কৃষি প্ৰধান পঞ্চায়ত হল দক্ষিণ আহঁতগুৰি পঞ্চায়ত ,
বিভিন্ন চৰ চাপৰি অঞ্চলৰে গঠিত এই পঞ্চায়তৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BCA সখী শ্ৰীমতী মানসী বৰা ই কিদৰে বুনিয়াদী বেংকিং সেৱা আগবঢ়ায় আহিছে তাক চাওঁ আহক।

লগতে videoটো LIKE & share কৰিবলৈ অনুৰোধ জনালোঁ

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

01/06/2020

The golden dreams - photos of SHG members in thier rice paddy field.

This year 50+ women farmers are cultivating Boro Rice by SRI methods in different areas of Majuli Dev Block under Supervision of Majuli Bmmu-ASRLMMajuli

Address

Kamalabari
Majuli

Alerts

Be the first to know and let us send you an email when BMMU Majuli ASRLM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BMMU Majuli ASRLM:

Share