নাটमল্লাৰ: Naat Mallar

নাটमল্লাৰ: Naat Mallar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নাটमল্লাৰ: Naat Mallar, Social service, Majuli.

নাটমল্লাৰ:সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰ৷মাজুলীৰ শ্ৰীশ্ৰীএলেঙী বাঁহজেঙনি সত্ৰত এই অনুষ্ঠানটো অৱস্থিত৷ সত্ৰীয়া সংস্কৃতিৰ অধ্যয়ন,প্ৰশিক্ষণ,সংৰক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জনগণৰ মাজত ঐক্য,শান্তি আৰু সম্প্ৰীতিৰ সৃষ্টি কৰা এই অনুষ্ঠানৰ অন্যতম লক্ষ্য৷

01/05/2026

শোক প্ৰকাশ:
(১মে’২০২৬চন)
মাজুলীৰ এগৰাকী সুসন্তান শ্ৰীশ্ৰীএলেঙী নৰসিংহ সত্ৰৰ ডেকাসত্ৰীয়া, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট লেখক, ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপ্ত প্ৰশান্ত কুমাৰ মহন্তৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ৷
তেখেতৰ পৰিয়াল আৰু আত্মীয়-স্বজনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷
নাটমল্লাৰ: সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰ৷

’নাটমল্লাৰ’ৰ প্ৰথম প্ৰয়াস: শ্ৰীশ্ৰীএলেঙী নৰসিংহ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ,একনিষ্ঠ বৈষ্ণৱ ,সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু বিশিষ...
19/03/2026

’নাটমল্লাৰ’ৰ প্ৰথম প্ৰয়াস:

শ্ৰীশ্ৰীএলেঙী নৰসিংহ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ,একনিষ্ঠ বৈষ্ণৱ ,সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী কমল চন্দ্ৰ মহন্ত প্ৰভুৰ জীৱন আৰু কৰ্ম বিষয়ক স্মাৰক গ্ৰন্থ
’হৃদি কমল’ৰ বাহিৰৰ আৱৰণ~
(ইয়াত সত্ৰীয়া সংস্কৃতি আৰু অন্যান্য প্ৰাসংগিক বিষয়ৰ লেখা কেইটামানো সন্নিৱষ্ট কৰা হৈছে৷)
উন্মোচক : ড°জয়কৃষ্ণ মহন্ত,বিশিষ্ট বৈষ্ণৱ পণ্ডিত, ডেকাসত্ৰীয়া,শ্ৰীশ্ৰীএলেঙী বাঁহজেঙনি সত্ৰ,কাকজান,যোৰহাট৷

11/03/2026
আমাৰ সত্ৰ পৰিয়াল, ’নাটমল্লাৰ’ৰসদস্য আৰু কৰ্মকৰ্তাসকল, মাজুলীক আন্তৰিকতাৰে ভালপোৱা সকলো জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি...
18/12/2025

আমাৰ সত্ৰ পৰিয়াল, ’নাটমল্লাৰ’ৰসদস্য আৰু কৰ্মকৰ্তাসকল, মাজুলীক আন্তৰিকতাৰে ভালপোৱা সকলো জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি গুৰুদুজনাৰ আশিসলৈ আগন্তুক দিনত ’নাটমল্লাৰ’ৰ বৈচিত্ৰময় যাত্ৰা আৰম্ভ হ’ব৷💕🙏🌷

Address

Majuli
785110

Website

Alerts

Be the first to know and let us send you an email when নাটमল্লাৰ: Naat Mallar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category