Jyoti Nagar Sports,Cultural And Social Organization,Makum

  • Home
  • India
  • Makum
  • Jyoti Nagar Sports,Cultural And Social Organization,Makum

Jyoti Nagar Sports,Cultural And Social Organization,Makum Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jyoti Nagar Sports,Cultural And Social Organization,Makum, Social service, Jyotinagar Makum, Makum.

14/04/2023
জ্যোতি নগৰ ক্ৰীড়া, সাংস্কৃতিক আৰু সামাজিক সস্থা মাকুম ৰ উদ্যোগত ১৬ আৰু ১৭ ডিচেম্বৰ ২০২২ তাৰিখে অনুষ্ঠিত পুৰুষৰ প্ৰাইজমান...
05/03/2023

জ্যোতি নগৰ ক্ৰীড়া, সাংস্কৃতিক আৰু সামাজিক সস্থা মাকুম ৰ উদ্যোগত ১৬ আৰু ১৭ ডিচেম্বৰ ২০২২ তাৰিখে অনুষ্ঠিত পুৰুষৰ প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানৰ দৃশ্যাংশ।

জ্যোতি নগৰ ক্ৰীড়া,  সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান, মাকুম ৰ উদ্যোগত অহা ১৬আৰু ১৭ ডিচেম্বৰ তাৰিখে মাকুম ত পুৰুষৰ প্ৰাইজম...
12/12/2022

জ্যোতি নগৰ ক্ৰীড়া, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান, মাকুম ৰ উদ্যোগত অহা ১৬আৰু ১৭ ডিচেম্বৰ তাৰিখে মাকুম ত পুৰুষৰ প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। গতিকে, সকলো ক্ৰীড়া প্ৰেমী লোকৰ উপস্থিতি কামনা কৰিলোঁ।

আমি আমাৰ মাজৰ পৰা মাত্ৰ এটি সপ্তাহতে  অসমৰ সাংস্কৃতিক জগতৰএটি উজ্জ্বল ভোটাতৰা,বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্...
31/10/2022

আমি আমাৰ মাজৰ পৰা মাত্ৰ এটি সপ্তাহতে অসমৰ সাংস্কৃতিক জগতৰএটি উজ্জ্বল ভোটাতৰা,
বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা বিশিষ্ট অভিনেতা নিপন গোস্বামীদেব,বিশিষ্ট চিত্ৰশিল্পী,অসম সৌৰভ বঁটাপ্ৰাপক নীলপৱন বৰুৱাদেৱৰ আকস্মিক বিয়োগ তথা আমাৰ মাকুম অঞ্চলৰ প্ৰতিভাসম্পন্ন ভাতৃপ্ৰতিম/বন্ধু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ৰোহিত দিহিঙীয়াৰ আকস্মিক বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ৷ আমাৰ বাবে ই এক অপূৰণীয় ক্ষতি ।

এই শোকস্তব্ধ ক্ষণত তেখেতসকলৰ পূণ্যাত্মাৰ চিৰশান্তিৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই একোগছি বন্তি জ্বলোৱা হয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ আমাৰ ফালৰ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।

৷৷ওঁম শান্তিঃ৷৷

যোৱা ২৩/১০/২০২২ তাৰিখে জ্যোতিনগৰ ক্ৰীড়া, সাংস্কৃতিক আৰু সামাজিক সংস্থা, মাকুমৰ উদ্যোগত বৃহত্তৰ জ্যোতিনগৰ অঞ্চলত এক চাফাই...
24/10/2022

যোৱা ২৩/১০/২০২২ তাৰিখে জ্যোতিনগৰ ক্ৰীড়া, সাংস্কৃতিক আৰু সামাজিক সংস্থা, মাকুমৰ উদ্যোগত বৃহত্তৰ জ্যোতিনগৰ অঞ্চলত এক চাফাই কাৰ্যসূচী হাতত লোৱা হয় । জ্যোতিনগৰ কালী মন্দিৰ প্ৰাঙ্গনৰ সংস্থাৰ অস্থায়ী কাৰ্যালয়ৰ পৰা শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত টিংৰাই দলংৰ পৰা আৰম্ভ কৰি জ্যোতিনগৰ ৰাজহুৱা নামঘৰ পৰ্যন্ত প্ৰায় ২ কি.মি পথ চাফাই কৰা হয় । উক্ত কাৰ্যসূচীত জ্যোতিনগৰ অঞ্চলৰ কেইবাজনো বয়োজেষ্ঠ ব্যক্তিৰ লগতে মাকুম পৌৰসভাৰ পৌৰপতি, বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী, সংস্থাৰ সদস্য আৰু স্থানীয় যুৱক তথা ৰাইজে ব্যাপক সহাঁৰি জনায়। সকলোকে আমাৰ সংস্থাৰ তৰফৰ পৰা ধন্যবাদ তথা সেৱা জনালোঁ।

Address

Jyotinagar Makum
Makum
786170

Website

Alerts

Be the first to know and let us send you an email when Jyoti Nagar Sports,Cultural And Social Organization,Makum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category