G.B.C Makum

G.B.C Makum It is the only provincialized Higher Secondary School in the entire region which offer quality education to the pupil.

01/06/2026

বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে যোৱাকালি ইং ৩১ মে তাৰিখে ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয় পৰিয়ালৰ সকলো সদস্য সদস্যাই ধঁপাত জাতীয় দ্ৰব্যৰ পৰা আতৰত থকাৰ সংকল্প লয়...

Lyrics-Rbc


25/05/2026

2026

গৌৰৱ....GenCAN (Generation for Climate Action) হৈছে ভাৰতত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে আৰম্ভ কৰা এক ৰাষ্ট...
25/05/2026

গৌৰৱ....

GenCAN (Generation for Climate Action) হৈছে ভাৰতত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে আৰম্ভ কৰা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা শিক্ষা কাৰ্যসূচী (Climate Action Leadership Challenge) । HCL Foundation আৰু Centre for Environment Education (CEE)-ৰ যৌথ উদ্যোগত ২০২৩ চনত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ক জলবায়ু নেতৃত্ব (Climate Action Leader) প্ৰদান কৰিবলৈ এই বিনামূলীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।

বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী শ্ৰী যুতা ৰণী বৰঠাকুৰ আৰু প্ৰাক্তন সহশিক্ষয়িত্ৰী শ্ৰী যুতা সীমালক্ষ্মী হাজৰিকাৰ তত্বাবধানত ছাত্ৰ ছাত্ৰীৰ এটা দলে GenCAN এই দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি “২০২৫ চনৰ জলবায়ু সুৰক্ষা নেতৃত্বমূলক প্ৰত্যাহ্বান” শাখাত Best Performing Winner Schools লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷

উক্ত কাৰ্যসূচীত অংশগ্ৰহণকাৰী তত্বাবধায়ক শিক্ষয়িত্ৰী কেইগৰাকীৰ যথাক্ৰমে
- Roni Borthakur (ৰণী বৰঠাকুৰ), Seema Hazarika (সীমালক্ষ্মী হাজৰিকা) লগতে দলটোৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো ।

বিদ্যালয়ৰ বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ধ্ৰুৱ লুইটেলৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰী ...
24/05/2026

বিদ্যালয়ৰ বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ধ্ৰুৱ লুইটেলৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰী লৈ আয়োজিত কৰা "আৰোহণ অনুষ্ঠান" ৰ অন্তৰ্গত শিক্ষা মূলক ভ্ৰমণ ৰ ওপৰত এক লিখনি, অসমীয়া দৈনিক জনমভূমি কাকতৰ দেওবৰীয়া শিতান ম‌ইনা মেল ত ( তাং -২৪-০৫-২০২৬) প্ৰকাশ পাইছে । Nilakshi Dutta

#মাধ্যমিক_শিক্ষা_বিভাগ_অসম_চৰকাৰ
#আৰোহণ_আঁচনি।

24/05/2026
ইং ২৩ মে তাৰিখে বিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি অনুষ্ঠানৰ ৰ কিছু দৃশ্যাংশ-
23/05/2026

ইং ২৩ মে তাৰিখে বিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি অনুষ্ঠানৰ ৰ কিছু দৃশ্যাংশ-

16/05/2026

যোৱা ইং ১৫ মে ২০২৬ তাৰিখে মাকুম ত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাযাত্ৰাত অংশ গ্ৰহণ কৰা বিদ্যালয়ৰ সাংস্কৃতিক দলটো

video credit- Jahnabi Rajkhowa

যোৱা ইং ১৫ মে ২০২৬ তাৰিখে মাকুম ত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু উপলক্ষে আয়োজিত শুভাযাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ ওলোৱা বিদ্যা...
16/05/2026

যোৱা ইং ১৫ মে ২০২৬ তাৰিখে মাকুম ত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু উপলক্ষে আয়োজিত শুভাযাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ ওলোৱা বিদ্যালয়ৰ সাংস্কৃতিক দলটোৰ স্থিৰ চিত্ৰ-

Address

GBC Road
Makum
786170

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when G.B.C Makum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to G.B.C Makum:

Share

Category