24/03/2025
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি আজি মাকুম বিধান সভা সমষ্টি অন্তৰ্গত বাঘজন গাওঁ পঞ্চায়তত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়
ৰাজ্যিক সাধাৰন সম্পাদন Pulok Gohain ডাঙৰীযায় জিলা সভাপতি কুখকান্ত বৰা ডাঙৰীয়া , হাপজান মন্দল সভাপতি জিমদাৰ তাঁতী ডাঙৰীযায় আৰু কৰ্যকতা সকল|