19/07/2026
আজি ১৯ জুন (দেওবাৰ )"সদৌ অসম ছাত্ৰ সন্থা "আৰু "ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ "আহ্বানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়,
আমাৰ মাজত উপস্হিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক শ্ৰদ্ধাৰ শ্ৰী জিতেন্দ্ৰ চুতীয়া ডাঙৰীয়া।
Utpal Sarma
Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন