23/07/2026
আজি (২৩ জুলাই, ২০২৬) মাকুম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ স্থায়ী জলাবদ্ধতাৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰাৰ উদ্দেশ্যে মাকুম থানাৰ সমীপৰ ১২৯ F.S.-ৰ অধীনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে এন.এইচ.আই.ডি.চি.এল.-এ (NHIDCL) চলোৱা নলা খন্দা কাৰ্য পৰিদৰ্শন কৰে সমা-জিলা আয়ুক্ত, শ্ৰী নীলুৰাম শৰ্মা, এ.চি.এছ।
এই পৰিদৰ্শনকালত তেওঁৰ সৈতে মাকুমৰ সহকাৰী আয়ুক্ত, শ্ৰীমতী হিমাদ্ৰী মেচ,এ.চি.এছ-ৰ, লগতে ডুমডুমা ৰাজহ চক্ৰ, লোকনিৰ্মাণ বিভাগ (পথ) আৰু মাকুম উন্নয়ন খণ্ডৰ বিষয়াসকল উপস্থিত থাকে।
Today ( 23rd July, 2026) Shri. Niluram Sharma, ACS inspected the drain excavation work carried out by NHIDCL along the National Highway - 15 near Makum Police Station under 129 FS in Makum to to permanently resolve the persistent waterlogging issues in Makum and its surrounding areas.
He was accompanied by Smt. Himadri Mech, ACS, Assistant Commissioner, Makum and officials from Doomdooma Revenue Circle, PWD( Roads) and Makum Development Block.
CMO Assam
Tinsukia District Administration
Directorate of Information and Public Relations, Assam
জনসংযোগ তিনিচুকীয়া