BJYM- Makum Mandal

BJYM- Makum Mandal BHARATIYA JANATA YUVA MORCHA (MAKUM)

08/08/2026

বানে সৃষ্টি কৰা এই কঠিন সময়ত অসমৰ প্ৰতিগৰাকী বান প্ৰভাৱিত পৰিয়ালৰ কাষত আমি আছোঁ, থাকিম।

বানপীড়িত ৰাইজক তাৎক্ষণিক সকাহ দিয়াৰ পৰা আৰম্ভ কৰি ঘৰ-দুৱাৰ, শিক্ষানুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, নামঘৰ, জীৱিকা আৰু ঋণৰ ক্ষেত্ৰলৈকে-- সৰ্বদিশ সামৰি অসম চৰকাৰে সহায়ৰ হাত। ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ হ’ব। ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ কাষত থিয় দি পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ বাবে আমি সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।

08/08/2026
06/08/2026
01/08/2026
29/07/2026

অসমৰ বানপীড়িত ৰাইজৰ সকাহ আৰু পুনৰ্বাসনৰ প্ৰচেষ্টাত সামান্য সহায়ৰ উদ্দেশ্যে আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মোৰ দৰমহাৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰিলোঁ।

এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্ৰী আৰু বিধায়কে সহায়ৰ হাত আগবঢ়াইছে। এই পুঁজিৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহে কিছু সকাহ লাভ কৰিব বুলি আমি আশাবাদী।

Himanta Biswa Sarma

Address

Bjp OFFICE, MAKUM MandaL
Makum
786170

Website

Alerts

Be the first to know and let us send you an email when BJYM- Makum Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share