Bjp Ganeshkuwari Mandal

Bjp Ganeshkuwari Mandal BJP

গণেশ কুঁৱৰী মণ্ডলৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জনালোঁ ছাৰ 💐 💐 💐 বিজেপি  জিন্দাবাদ 🪷 🪷 🪷 ভাৰত মাতা কী জয় 🙏
04/05/2026

গণেশ কুঁৱৰী মণ্ডলৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জনালোঁ ছাৰ 💐 💐 💐

বিজেপি জিন্দাবাদ 🪷 🪷 🪷
ভাৰত মাতা কী জয় 🙏

কুৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ছয়টা কৈ বুথত আজি ছিপাঝাৰ বিধানসভা সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী Dr-Paramananda Rajbongsh...
30/03/2026

কুৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ছয়টা কৈ বুথত আজি ছিপাঝাৰ বিধানসভা সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী Dr-Paramananda Rajbongshi হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁ।
সভাত উপস্থিত থাকে দৰং জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী শ্ৰী পৰিস্মিতা নাথ ডাঙৰীয়ানী, গণেশ কুঁৱৰী মণ্ডলৰ সভাপতি শ্ৰী মহেন্দ্ৰ দাস ডাঙৰীয়া, কুৰুৱা গাওঁ পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী শ্ৰী ভূৱনেশ্বৰী দাস ডাঙৰীয়ানী, দৰং জিলাৰ যুৱ মৰ্চাৰ সভাপতি শ্ৰী কমল কৃষ্ণ ডেকা ডাঙৰীয়া, যুৱ মৰ্চাৰ সম্পাদক ধীৰাজ কুমাৰ শৰ্মা ডাঙৰীয়াৰ লগতে দলীয় কাৰ্য্যকতা সকল আৰু শ্ৰদ্ধেয় ৰাইজ উপস্থিত থাকে।
আকৌ এবাৰ বিজেপি চৰকাৰ।
বিজেপি জিন্দাবাদ 🪷 ড° পৰমানন্দ ৰাজবংশী জিন্দাবাদ।
ভাৰত মাতা কী জয় 🙏

Himanta Biswa Sarma
Dilip Saikia
BJP Darrang District
BJP Assam Pradesh
Bjp Ganeshkuwari Mandal

আজি ভাৰতীয় জনতা পাৰ্টীৰ গণেশ কুঁৱৰী মণ্ডলৰ কুৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্...
25/03/2026

আজি ভাৰতীয় জনতা পাৰ্টীৰ গণেশ কুঁৱৰী মণ্ডলৰ কুৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্য্যকতাৰ মাজত এখনি সমন্বয় সভা অনুষ্ঠিত কৰা হয়। সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ ছিপাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে সংকল্প বদ্ধ হয়।
উক্ত সভাত গণেশ কুঁৱৰী মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী মহেন্দ্ৰ দাস ডাঙৰীয়া, সম্পাদক মহেশ ৰাজবংশী, কুৰুৱা গাওঁ পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী শ্ৰী ভূৱনেশ্বৰী দাস ডাঙৰীয়ানী, কুৰুৱা পঞ্চায়ত প্ৰৱন্ধন সমিতিৰ আহ্বায়ক ধীৰাজ দত্তৰ লগতে দলীয় কাৰ্য্যকতা সকল উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
Dr-Paramananda Rajbongshi
Makunda Deka New
BJP Darrang District
BJP Assam Pradesh
Bjp Ganeshkuwari Mandal

অহা কালিলৈ ইং ২৩/০৩/২০২৬ তাৰিখে দিনৰ ১০.০০বজাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ছিপাঝাৰ সমষ্টিৰ মিত্ৰজোঁট সমৰ্থিত বি জে পি প্ৰাৰ্থী ...
22/03/2026

অহা কালিলৈ ইং ২৩/০৩/২০২৬ তাৰিখে দিনৰ ১০.০০বজাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ছিপাঝাৰ সমষ্টিৰ মিত্ৰজোঁট সমৰ্থিত বি জে পি প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশী মহোদয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। সেয়ে সকলো স্তৰৰ দলীয় কাৰ্য-কৰ্তাকে এই শুভক্ষণত সন্মানীয় প্ৰাৰ্থী গৰাকীক সংগ দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ।


Himanta Biswa Sarma
Dilip Saikia
Dr-Paramananda Rajbongshi
BJP Darrang District
BJP Assam Pradesh
Bjp Ganeshkuwari Mandal

ভাৰতীয় জনতা পাৰ্টীৰ পৰা দ্বিতীয় বাৰৰ বাবে ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ টিকট লাভ কৰা ড° পৰমানন্দ ৰাজবংশী দেৱলৈ গণেশ ক...
20/03/2026

ভাৰতীয় জনতা পাৰ্টীৰ পৰা দ্বিতীয় বাৰৰ বাবে ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ টিকট লাভ কৰা ড° পৰমানন্দ ৰাজবংশী দেৱলৈ গণেশ কুঁৱৰী মণ্ডলৰ সামাজিক মাধ্যমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। 💐💐💐

Himanta Biswa Sarma
Dilip Saikia
Dr-Paramananda Rajbongshi
BJP Darrang District
BJP Assam Pradesh

13/03/2026
অসম চৰকাৰৰ যশস্বী মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ  'অসম দৰ্শন' আঁচনিৰ অধীনত আজি কুৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত...
13/03/2026

অসম চৰকাৰৰ যশস্বী মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ
'অসম দৰ্শন' আঁচনিৰ অধীনত আজি কুৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত উপৰ কুৰুৱা, ভাটি কুৰুৱা আৰু পশ্চিম কুৰুৱাৰ পাঁচটা কৈ নামঘৰৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে কুৰুৱা গাওঁ পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী শ্ৰী ভূৱনেশ্বৰী দাস ডাঙৰীয়ানী আৰু ভাৰতীয় জনতা পাৰ্টিৰ গণেশ কুঁৱৰী মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী মহেন্দ্ৰ দাস ডাঙৰীয়া লগতে পঞ্চায়তৰ সন্মানীয় ৱাৰ্ড সদস্য সদস্যা সকল আৰু শ্ৰদ্ধেয় ৰাইজ উপস্থিত থাকে।

Himanta Biswa Sarma
BJP Assam Pradesh
Dilip Saikia
BJP Darrang District
Bjp Ganeshkuwari Mandal

07/03/2026

"জন আশীৰ্বাদ যাত্ৰা "

Himanta Biswa Sarma
BJP Assam Pradesh
BJP Darrang District
Dilip Saikia
Bjp Ganeshkuwari Mandal

03/03/2026

Mama 🔥

Address

Ganeshkuwari Sipajhar
Mangaldai
784145

Website

Alerts

Be the first to know and let us send you an email when Bjp Ganeshkuwari Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share