ASSP, Darrang.

Directions

ASSP, Darrang. ASSP is a non political organisation. Helping poor and downtrodden section of the society.

30/08/2026
13/07/2026

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) দৰং জিলা সমিতি আৰু NEMSU ৰ দৰং জিলা সমিতিৰ উদ্যোগত পূৱ মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ড্ৰাগছ, মদ, ভাং আদিৰ বিৰোধিতাৰে অনুষ্ঠিত হোৱা ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা সভাপতিৰ মন্তব‍্য ।

- Mafidul Islam
President,
ASSP, Darrang.

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) দৰং জিলা সমিতি আৰু NEMSU ৰ দৰং জিলা সমিতিৰ উদ্যোগত পূৱ মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যা...
13/07/2026

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) দৰং জিলা সমিতি আৰু NEMSU ৰ দৰং জিলা সমিতিৰ উদ্যোগত পূৱ মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ড্ৰাগছ, মদ, ভাং আদিৰ বিৰোধিতাৰে অনুষ্ঠিত হোৱা ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ কিছু দৃশ্য।


- Mafidul Islam
President,
ASSP, Darrang.

আমছুৰ প্ৰচাৰ সম্পাদক শ্বাহনুৰ আলমৰ বিৰুদ্ধে একাংশ লোকে চলাই থকা অপপ্ৰচাৰ আৰু উদ্দেশ্যপ্ৰণোদিত তৎপৰতাক আমি গভীৰ উদ্বেগেৰে...
05/07/2026

আমছুৰ প্ৰচাৰ সম্পাদক শ্বাহনুৰ আলমৰ বিৰুদ্ধে একাংশ লোকে চলাই থকা অপপ্ৰচাৰ আৰু উদ্দেশ্যপ্ৰণোদিত তৎপৰতাক আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছোঁ। এই কঠিন সময়ত আমি তেওঁৰ কাষত দৃঢ়ভাৱে থিয় হৈ আছোঁ। দৰং জিলা প্ৰশাসনক দাবী জনাওঁ যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ জীৱন, সম্পত্তি আৰু ব্যক্তিগত সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তা নিশ্চিত কৰক।

মফিদুল ইছলাম
সভাপতি , দৰং ASSP

অধ্যক্ষৰ আসনৰ বাবে নিম্ন খাপৰ ষড়যন্ত্ৰ‌ ৰচনা কৰা নিম্ন মানসিকতাৰ ব্যক্তিসকলক ধিক্কাৰ জনাইছো ।
04/07/2026

অধ্যক্ষৰ আসনৰ বাবে নিম্ন খাপৰ ষড়যন্ত্ৰ‌ ৰচনা কৰা নিম্ন মানসিকতাৰ ব্যক্তিসকলক ধিক্কাৰ জনাইছো ।

16/06/2026

অতি গভীৰ উদ্বেগেৰে উল্লেখ কৰিব খুজিছোঁ যে, বৰ্তমান সময়ত অসমৰ সংখ্যালঘু সমাজকে ধৰি সমগ্ৰ সমাজ ড্ৰাগছ নামৰ মাৰাত্মক সামাজিক ব্যাধিৰ গৰাহত পৰিছে। এই সমস্যা নিৰাময় কৰাত কোনো এজন ব্যক্তি, এটা পৰিয়াল বা কোনো এটা প্ৰতিষ্ঠান অকলে সফল হ’বলৈ অপাৰগ।
আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ শাৰীৰিক, মানসিক আৰু নৈতিক সুৰক্ষাৰ স্বাৰ্থত এই ব্যাধিক সমাজৰ পৰা নিৰ্মূল কৰাটো অতি জৰুৰী হৈ পৰিছে।

গতিকে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰি, সকলোকে সজাগ আৰু সচেতন হৈ একগোটে পদক্ষেপ ল’বলৈ আহ্বান জনাওঁ:-

1. প্ৰতিটো পৰিয়ালে নিজৰ সন্তানৰ গতিবিধি আৰু সংগৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
2. শিক্ষানুষ্ঠান, মছজিদ কমিটি, যুৱ সংঘ আৰু গাঁও প্ৰধানসকলে যুটীয়াভাৱে নিয়মীয়াকৈ সজাগতা সভা আয়োজন কৰিব লাগিব।
3. ড্ৰাগছৰ কাৰবাৰ আৰু ব্যৱহাৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত প্ৰশাসনক তথ্য দি সহায় কৰিব লাগিব।

বৰ্তমান সময়ৰ আহ্বান: “একগোট নহ’লে, আমি হেৰুৱাম আমাৰ পৰৱৰ্তী প্ৰজন্ম।”

Mafidul Islam
President
ASSP, Darrang.

আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিলা সমিতিৰ সভাপতি আৰু ওন্দোলাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সহ এটি সজাত...
16/05/2026

আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিলা সমিতিৰ সভাপতি আৰু ওন্দোলাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সহ এটি সজাতি দলে ওন্দোলাঝাৰ মধ্য ইংৰাজী বিদ্যালয় আৰু পূৱ মঙ্গলদৈ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে। যোৱা ইংৰাজী ১১/০৯/২০২৪ তাৰিখে সংশ্লিষ্ট বিভাগে ওন্দোলাঝাৰ আৰু হিৰাপাৰা মধ্য ইংৰাজী বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ‌ কৰিছে। উচ্চ মাধ্যমিক বিদ্যালয় নথকাৰ বাবে পঢ়িব নোপোৱা লৰা-ছোৱালী সকলে পঢ়াৰ সুবিধা লাভ কৰিব বুলি আমি সকলোৱে আনন্দিত হৈছিল। কিন্তু আজিলৈ উল্লেখিত বিদ্যালয় দুখনে উচ্চ মাধ্যমিক (নৱম শ্ৰেণী) ৰ পাঠদান আৰম্ভ কৰা নাই । যাৰ ফলস্বৰুপে পূৱ মঙ্গলদৈৰ তিনিখন কৈ পঞ্চায়ত ক্ৰমে ওন্দোলাঝাৰ, খটনীয়াপাৰা আৰু ধূলাৰ বহু শিক্ষাৰ্থী এতিয়া শিক্ষাৰ পৰা বঞ্চিত হব লগীয়া হৈছে । এই সন্দৰ্ভত কিছু দিন আগতে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰা হয় । তেওঁলোকে কিয় পাঠদান নাইবা নামভৰ্তিৰ ব্যৱস্থা কৰা নাই সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হয়।

Mafidul Islam
President
ASSP, Darrang.

মঙলদৈৰ নিকটৱৰ্তী বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হ...
11/05/2026

মঙলদৈৰ নিকটৱৰ্তী বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হয়। অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ গা-ধোৱা আঞ্চলিক সমিতিৰ সাধাৰন সম্পাদকৰ সৈতে জিলা সভাপতি Mafidul Islam ডাঙৰীয়াই মঙলদৈ অসামৰিক চিকিসালয়ত উপস্থিত হৈ আক্ৰান্ত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু চিকিৎসকৰ সৈতে সাক্ষাৎ কৰি ঘটনাৰ বুজ লয়। সমূহ ছাত্ৰ-ছাত্ৰী বৰ্তমান বিপদ মুক্ত আৰু নিৰাপদে আছে। অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিলা সমিতিৰ ফালৰ পৰা এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাৱী জনোৱা হয়।

Mafidul Islam
President
ASSP, Darrang.

03/04/2026

অসম লাইভ ২৪ দ্বাৰা মঙলদৈ নাট‍্য মন্দিৰত আয়োজিত ৰণাংগন নামৰ অনুষ্ঠানত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতিৰ মন্তব্য।
Mafidul Islam
President
ASSP, Darrang. .

30/03/2026

জুবিন দা ৰাজনীতিৰ উৰ্দ্ধত…
জয় জুবিন দা ✊

Mafidul Islam
President
ASSP, Darrang.

Address

Darrang
Mangaldai
784146

Website

Alerts

Be the first to know and let us send you an email when ASSP, Darrang. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category