BJYM Sipajhar Mandal

BJYM Sipajhar Mandal Official page of BJYM sipajhar mandal

20/08/2024
04/08/2024

অসম তথা দৰংবাসীৰ বাবে সু-খবৰ...
কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়ালে 5,729 কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প।
গুৱাহাটী ৰিং ৰোডৰ এই প্ৰকল্পত গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ 6 লেন হাইৱে, বাইহাটা চাৰিআলিৰ পৰা দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱালৈ আৰু কুৰুৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত তিনি কিলোমিটাৰ দলং হব, কুৰুৱা-নাৰেংগী দলং অৰ্থাৎ চন্দ্ৰপুৰৰ পৰা এই ৰিং ৰোড সোনাপুৰলৈ আহিব । সোনাপুৰৰ পৰা আকৌ 6 লেন হাইৱে ৰে খানাপাৰালৈ আহিব । থোপ খাই থকা গুৱাহাটীক অনুমোদিত ৰিং ৰোডে মুক্ত কৰিব।
এই বৃহৎ প্ৰকল্পটোত 1000 কোটি টকা অসম চৰকাৰেও বহন কৰিব।

উল্লেখনীয় যে অসমে মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে জাগীৰোড চেমি কণ্ডাক্টৰ প্ৰকল্পৰ নামত 27000 কোটি টকা, আৰু ৰিং ৰোড প্ৰকল্পৰ নামত 5,529 কোটি টকাৰ বৃহৎ পেকেজ পালে ।

ধন্যবাদ ভাৰত চৰকাৰ
ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi জী
ধন্যবাদ অসম চৰকাৰ
ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী Dr. Himanta Biswa Sarma ডাঙৰীয়া।

Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Dilip Saikia
Dr. Paramananda Rajbongshi

04/08/2024

অসম তথা দৰংবাসী বাবে সু-খৱৰ কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়ালে 5,729 কোটি টকাৰ বৃহৎ প্ৰকল্প।

গুৱাহাটী ৰিং ৰোডৰ এই প্ৰকল্পত, গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ 6 লেন হাইৱে, বাইহাটা চাৰিআলিৰ পৰা দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱালৈ, কুৰুৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত তিনি কিলোমিটাৰ দলং হব, কুৰুৱা-নাৰেংগী দলং অৰ্থাৎ চন্দ্ৰপুৰৰ পৰা এই ৰিং ৰোড সোনাপুৰলৈ আহিব । সোনাপুৰৰ পৰা আকৌ 6 লেন হাইৱে ৰে খানাপাৰালৈ আহিব । থোপ খাই থকা গুৱাহাটীক অনুমোদিত ৰিং ৰোডে মুক্ত কৰিব। এই বৃহৎ প্ৰকল্পটোত 1000 কোটি টকা অসম চৰকাৰেও বহন কৰিব।

ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী Modi ডাঙৰীয়া
ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma Himanta Biswa Sarma ডাঙৰীয়া।

ধন্যবাদ-
Dr. Paramananda Rajbongshi
Dilip Saikia
Dr-Paramananda Rajbongshi
Bhabesh kalita ভৱেশ কলিতা

অহা ইংৰাজী ২৩ এপ্ৰিল, ২০২৪ তাৰিখে অসমৰ যশস্বী মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত ৪ নং দৰং-ওদা...
20/04/2024

অহা ইংৰাজী ২৩ এপ্ৰিল, ২০২৪ তাৰিখে অসমৰ যশস্বী মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় দিলীপ শইকীয়া দেৱৰ সমৰ্থনত ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া‌ 'বিজয় সংকল্প সমাৰোহ' উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা, ছিপাঝাৰ মণ্ডলৰ উদ্যোগত আৰু দৰং জিলা যুৱ মৰ্চাৰ সহযোগত আজি ছিপাঝাৰ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এলানি গনসংযোগ কাৰ্যসূচীৰ লগতে মনোনীত প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ অভিযান চলোৱা হয়। উক্ত প্ৰচাৰ অভিযানত দৰং জিলা যুৱ মৰ্চাৰ সভাপতি মাননীয় দিব্যজ্যোতি শৰ্মা ডাঙৰীয়াৰ লগতে জিলা যুৱ মৰ্চাৰ বিভিন্ন বিষয়-ববীয়া প্ৰমুখ্যে ছিপাঝাৰ মণ্ডল যুৱ মৰ্চাৰ সন্মানীয় সভাপতি, সম্পাদকবৃন্দকে আদি কৰি মৰ্চাৰ বিভিন্ন বিষয়ববীয়া আৰু গণেশকুঁৱৰী মণ্ডল যুৱমৰ্চাৰ সভাপতি‌ সম্পাদকদ্বয়ৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ বহুসংখ্যক কাৰ্যকর্তা উপস্থিত থাকে । ৰাইজ আশাবাদী, সন্মানীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠনেৰে উন্নয়নৰ বোৱতী ধাৰা অক্ষুন্ন ৰাখি মা ভাৰতীক বিশ্ব দৰবাৰত জিলিকাই তুলিব ।

ছিপাঝাৰ মণ্ডলৰ বিজুলীবাৰী গাঁৱত অনুষ্ঠিত হোৱা জনসংযোগ কাৰ্যসূচীৰ লগতে ভ্ৰাম্যমাণ কুইজ প্ৰতিযোগীতাৰ কিছু মুহুৰ্ত ।ভাৰতীয়...
12/04/2024

ছিপাঝাৰ মণ্ডলৰ বিজুলীবাৰী গাঁৱত অনুষ্ঠিত হোৱা জনসংযোগ কাৰ্যসূচীৰ লগতে ভ্ৰাম্যমাণ কুইজ প্ৰতিযোগীতাৰ কিছু মুহুৰ্ত ।

ভাৰতীয় জনতা যুৱমৰ্চা, ছিপাঝাৰ মণ্ডল ।

BJYM Assam
Dr. Paramananda Rajbongshi
Dilip Saikia
Bhabesh kalita ভৱেশ কলিতা
Himanta Biswa Sarma
BJP Darrang District

ছিপাঝাৰ মণ্ডলৰ শীতলাবড়ী গাঁৱত অনুষ্ঠিত হোৱা জনসংযোগ কাৰ্যসূচীৰ লগতে ভ্ৰাম্যমাণ কুইজ প্ৰতিযোগীতাৰ কিছু মুহুৰ্ত । ভাৰতীয়...
12/04/2024

ছিপাঝাৰ মণ্ডলৰ শীতলাবড়ী গাঁৱত অনুষ্ঠিত হোৱা জনসংযোগ কাৰ্যসূচীৰ লগতে ভ্ৰাম্যমাণ কুইজ প্ৰতিযোগীতাৰ কিছু মুহুৰ্ত ।

ভাৰতীয় জনতা যুৱমৰ্চা, ছিপাঝাৰ মণ্ডল ।

BJP Darrang District
Dr. Paramananda Rajbongshi
Dilip Saikia
Himanta Biswa Sarma
BJYM Assam

12/04/2024
11/04/2024

Address

15 No NH
Mangaldai

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919954067536

Alerts

Be the first to know and let us send you an email when BJYM Sipajhar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share