BJP Darrang District

BJP Darrang District Official Page of BJP Darrang District, Assam

06/09/2026
03/09/2026
03/09/2026

আত্মনিৰ্ভৰশীল অসমৰ দিশে এখোজ..... 🐔🌱

কৃষি আৰু পশুপালনভিত্তিক গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কুকুৰা পোহপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লোৱা বহুকেইগৰাকীক উন্নত মানদণ্ডৰ কুকুৰাৰ পোৱালীৰ লগতে কুকুৰা পোহপালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰোঁ।

এই পদক্ষেপে কেৱল ব্যক্তিগত স্বাৱলম্বিতাৰ পথ সুগম কৰাই নহয়, বহু পৰিয়ালৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আমি আশাবাদী।

📌মংগলদৈ,ৰঙামাটি

Directorate Of Animal Husbandry & Veterinary, Assam

03/09/2026
ইথানল প্ৰস্তুত কৰা কাৰখানা ভ্ৰমণ দৰং জিলাৰ অভিভাৱক মন্ত্ৰী Ashok Singhal ডাঙৰীয়াৰই। দৰং জিলাৰ ছিপাঝাৰস্থিত বৃহৎ কৃষি ভিত...
01/09/2026

ইথানল প্ৰস্তুত কৰা কাৰখানা ভ্ৰমণ দৰং জিলাৰ অভিভাৱক মন্ত্ৰী Ashok Singhal ডাঙৰীয়াৰই।

দৰং জিলাৰ ছিপাঝাৰস্থিত বৃহৎ কৃষি ভিত্তিক উদ্যোগ ইথানল উদ্যোগ ভ্ৰমণ কৰি উৎপাদন আৰু এই উদ্যোগেৰে আমাৰ কৃষক সমাজ কেনেকৈ লাভান্বিত হব তাক পৰ্যালোচনা কৰে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়ে।

আমাৰ দৰং জিলা ঔদ্যোগিক জিলালৈ ৰূপান্তৰিত হোৱাৰ আশাৰে আজি আমি দৰং জিলা সমিতিৰ তৰফৰ পৰা মন্ত্ৰী মহোদয়ক স্বাগতম জনাওঁ।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
Dr. Paramananda Rajbongshi
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী একনিষ্ঠ সেৱক। বিজেপি অসম প্ৰদেশ সমিতিৰ সন্মানীয় সভাপতি, পূৰ্বৰ মঙলদৈ তথা বৰ্তমানৰ দৰং -ওদাল...
01/09/2026

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী একনিষ্ঠ সেৱক। বিজেপি অসম প্ৰদেশ সমিতিৰ সন্মানীয় সভাপতি, পূৰ্বৰ মঙলদৈ তথা বৰ্তমানৰ দৰং -ওদালগুৰি লোকসভা সমষ্টিৰ দুবাৰৰ মাননীয় সাংসদ, সাংসদৰত্ন সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়ালৈ জিলা সমিতিৰ তৰফৰ পৰা ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ৰাষ্ট্ৰ সেৱাৰ নিমিত্তে ছাত্ৰ অৱস্থাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰি , ভাৰতবৰ্ষক শ্ৰেষ্ঠ ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে আই অসমীৰ প্ৰগতিৰ বাবে অহোৰাত্ৰ, প্ৰচেষ্টা অব্যাহত ৰখা আপোনাৰ কৰ্মময় জীৱন সকলোৰে বাবে আদৰ্শ।

দেশ সেৱাৰ লগতে অসমী আইৰ সেৱা কৰি যাবলৈ মা কামাখ্যাই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন প্ৰদান কৰক।

Dilip Saikia

Address

Bhebarghat
Mangaldai
784125

Website

Alerts

Be the first to know and let us send you an email when BJP Darrang District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share