Anjan Goswami

Anjan Goswami Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anjan Goswami, Political organisation, Debananda Satra, Mangaldai.

Congratulations Great TATA
02/06/2024

Congratulations Great TATA

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডা কেশৱ বলিৰাম হেডগাওয়াৰ জী ৰ আজি পুৰ্ণ জন্ম দিন। এই জন্ম দিনত তেওঁলৈ শ্ৰদ্ধাৰে ...
01/04/2024

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডা কেশৱ বলিৰাম হেডগাওয়াৰ জী ৰ আজি পুৰ্ণ জন্ম দিন। এই জন্ম দিনত তেওঁলৈ শ্ৰদ্ধাৰে সুঁৱৰিছো।

আজি আমাৰ গনেশকুৱৰী মন্ডল ৰ বাজনাপথাৰ কালি মন্দিৰ প্ৰাংগনত ৩ খন পঞ্চায়ত ৰ শক্তি কেন্দ্ৰ আহ্বায়ক আৰু বুথ সভাপতি সকলৰ সৈত...
06/03/2024

আজি আমাৰ গনেশকুৱৰী মন্ডল ৰ বাজনাপথাৰ কালি মন্দিৰ প্ৰাংগনত ৩ খন পঞ্চায়ত ৰ শক্তি কেন্দ্ৰ আহ্বায়ক আৰু বুথ সভাপতি সকলৰ সৈতে লাভাৰ্থী অভিজান সম্পৰ্কীয় আলোচনা ত মই মোৰ সতীৰ্থ সকল ।

আমাৰ দেৱানন্দ গাঁও পঞ্চায়ত এলেকাত মন্ডল ৰ ইনচাৰ্জ তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ চহৰীয়া দাদা আৰু বিষয় ব...
15/02/2024

আমাৰ দেৱানন্দ গাঁও পঞ্চায়ত এলেকাত মন্ডল ৰ ইনচাৰ্জ তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ চহৰীয়া দাদা আৰু বিষয় ববীয়া সকলৰ সৈতে গাঁও চলো অভিযানত

গাঁও চলো অভিযানত আমি দেৱানন্দ গাঁও পঞ্চায়তৰ নিজছিপাঝাৰ ত ।
14/02/2024

গাঁও চলো অভিযানত আমি দেৱানন্দ গাঁও পঞ্চায়তৰ নিজছিপাঝাৰ ত ।

বহুত বহুত শুভ কামনা আদৱানী জী। এই সন্মানে অকল আপোনাকে নহয় সমগ্ৰ দেশ বাসী কে সুখী কৰি পেলালে।  জয় শ্ৰী ৰাম
03/02/2024

বহুত বহুত শুভ কামনা আদৱানী জী। এই সন্মানে অকল আপোনাকে নহয় সমগ্ৰ দেশ বাসী কে সুখী কৰি পেলালে।
জয় শ্ৰী ৰাম

আপোনাক আমাৰ মাতৃভূমি লৈ স্বাগতম
02/02/2024

আপোনাক আমাৰ মাতৃভূমি লৈ স্বাগতম

শ্বহীদ প্ৰনামো তোমাক
10/12/2023

শ্বহীদ প্ৰনামো তোমাক

এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা তথা ২০১১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ছি...
02/12/2023

এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা তথা ২০১১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ছিপাঝাৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দলীয় স্থিতি সবল কৰাত অৰিহণা যোগোৱা কুলধৰ চহৰীয়া দেৱৰ মৃত্যুৰ খবৰটোত বহুত মৰ্মাহত হৈছোঁ।
তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকশন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
ওম শান্তি ওম শান্তি ওম শান্তি

30/10/2023
চাইকেল লৈ হে এৰিলো
27/10/2023

চাইকেল লৈ হে এৰিলো

Selute.
02/10/2023

Selute.

Address

Debananda Satra
Mangaldai
784145

Website

Alerts

Be the first to know and let us send you an email when Anjan Goswami posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Anjan Goswami:

Share